অসমত ৫৫জন ব্যক্তি ক’ৰনা ভাইৰাছ ৰোগত আক্ৰান্ত হৈছে নেকি?

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে সম্প্ৰতি সমগ্ৰ দেশখনকে ছানি ধৰিছে আৰু ধীৰে ধীৰে এই ৰোগ বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । চীন দেশত ইতিমধ্যে জৰুৰী কালিন অৱস্থা ঘোষনা কৰা হৈছে । এই বীজাণুৰ আক্ৰমণত ৰোগত ভুগি চীনত তিনিহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ […]

Continue Reading

অসমত ৮টা শিশু ক’ৰনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে নেকি?

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে সম্প্ৰতি সমগ্ৰ দেশখনকে ছানি ধৰিছে আৰু ধীৰে ধীৰে এই ৰোগ বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । চীন দেশত ইতিমধ্যে জৰুৰী কালিন অৱস্থা ঘোষনা কৰা হৈছে । এই বীজাণুৰ আক্ৰমণত ৰোগত ভুগি চীনত এহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ […]

Continue Reading

এইটো অসমত আৰএছএছ’ৰ কাৰ্য্যলয় ভঙাৰ ভিডিঅ’ নহয়!

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট যিসময়ত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্রতিবাদে অসমৰ লগতে সমগ্ৰ দেশকে ছানি ধৰিছে আৰু ভাৰতৰ বিভিন্ন ঠাইত উত্তাল প্ৰতিবাদ সাব্যস্ত হৈছে, অসমৰ এক বিশেষ ভিডিঅ’ বহিৰাজ্যত ভাইৰেল হৈ পৰিছে ।   অসমত ‘কা’ বিৰোধী প্ৰতিবাদকাৰীয়ে আৰএছএছ’ৰ অফিচ লণ্ড ভণ্ড কৰা বুলি এটা ভিডিঅ’ চাকিৰ নামৰ এটা ফেচবুক একাউন্টৰ পৰা যোৱা ১৩ ডিচেম্বৰ, […]

Continue Reading

এইটো অসমত এনআৰচি’ত নাম নহা মানুহক উচ্ছেদ কৰি থকা ভিডিঅ’ নহয়!

টুইটাৰ লিংক | সংৰক্ষিত লিংক যিসময়ত সমগ্ৰ দেশতে এনআৰচি’ৰ বিৰুদ্ধে বিভিন্ন ধৰণে আন্দোলন চলি আছে, এনআৰচি সম্পৰ্কীয় এক বিশেষ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । উক্ত ভিডিঅ’টোত কিছু পুলিচৰ মানুহে সাধাৰণ নাগৰিক কিছুমানক জোৰেৰে টনা-আজোঁৰা কৰা দেখা গৈছে । দাবী কৰা হৈছে যে এইটো অসমৰ ভিডিঅ’ আৰু এইসকল মানুহক নিজৰ ঘৰৰ পৰা বাহিৰ কৰি […]

Continue Reading

অসমৰ ধেমাজিত বিজেপিৰ মিটিংত বাংলাদেশৰ পতাকা দেখা গৈছিল নেকি?

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট শেহতীয়াকৈ অসমৰ বিজেপি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুকত নিজৰ অফিচিয়েল পে’জত আপলোড কৰা এখন বিশেষ ফটোৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে । ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এই ফটোখন ধেমাজিত অনুষ্ঠিত হৈ যোৱা এক বিজেপি ৰেলিৰ হয় । উক্ত ফটোখনত দেখা পোৱা এখন পতাকাক লৈ বিতৰ্কৰ সৃষ্টি […]

Continue Reading

এই ভাইৰেল ভিডিঅ’টো অসমৰ ডিটেনশ্যন কেম্পৰ নহয়!

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট শেহতীয়াকৈ অসমৰ লগতে গোটেই উত্তৰ পূবতে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰবল আন্দোলন গঢ়ি উঠাৰ সময়তে ছচিয়েল মিডিয়াৰ জৰিয়তে এক বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে । অসমৰ ডিটেনশ্যন কেম্পৰ ভিডিঅ’ বুলি প্ৰচাৰ হোৱা এই ভিডিঅ’টোত কিছু মানুহৰ ওপৰত ভীষণ অত্যাচাৰ হোৱা দেখা গৈছে । যি সময়ত অসমৰ এনআৰচি, বিদেশী সমস্যা আৰু […]

Continue Reading

অসমৰ মুখ্যমন্ত্ৰীয়ে ‘কা’ বিৰোধী প্ৰতিবাদকাৰীৰ পৰা এনে ধৰণেই পলাইছিল নেকি?

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট সম্প্ৰতি অসমৰ লগতে গোটেই উত্তৰ পূবতেই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰবল প্ৰতিৰোধ গঢ়ি উঠিছে আৰু অসমত ঠাইয়ে ঠাইয়ে চৰকাৰী বাহিনী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘাত হৈছে । অসমৰ বিজেপি চৰকাৰৰ বিভিন্ন নেতা-মন্ত্ৰীয়েও ৰাইজৰ ক্ষোভৰ সন্মুখীন হব লগাত পৰিছে । স্বয়ং মুখ্যমন্ত্ৰী সোণোৱালেও প্ৰতিবাদকাৰীৰ ক’লা পতাকাৰ সন্মুখীন হৈছে ।  ইয়াৰ মাজতেই ছচিয়েল […]

Continue Reading

এইটো অসমৰ কেব আন্দোলনৰ সময়ত প্ৰতিবাদকাৰীৰ ওপৰত পুলিচৰ গুলী চালনাৰ ভিডিঅ’ নহয়!

সম্প্ৰতি অসমৰ লগতে গোটেই উত্তৰ পূবতেই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰবল প্ৰতিৰোধ গঢ়ি উঠিছে আৰু অসমত ঠাইয়ে ঠাইয়ে চৰকাৰী বাহিনী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘাত হৈছে । ইয়াকে লৈ অসমত ছচিয়েল মিডিয়াৰ জৰিয়তে এক বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে । বিশেষকৈ হোৱাটচ এপ্পৰ জৰিয়তে ভাইৰেল হৈ পৰা এই ভিডিঅ’টোত দুজন আৰক্ষী যোৱানক প্ৰতিবাদকাৰী যেন লগা এজাক […]

Continue Reading

অসমৰ ডিব্ৰুগড় জিলাত পুলিচৰ গুলিত কোনো প্ৰতিবাদকাৰী ছোৱালীয়ে মৃত্যুবৰণ কৰা নাই!

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট সম্প্ৰতি অসমৰ লগতে গোটেই উত্তৰ পূবতেই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰবল প্ৰতিৰোধ গঢ়ি উঠিছে আৰু অসমত ঠাইয়ে ঠাইয়ে চৰকাৰী বাহিনী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘাত হৈছে । ইয়াকে লৈ অসমত ছচিয়েল মিডিয়াৰ জৰিয়তে এক বিশেষ বাতৰি ভাইৰেল হৈ পৰিছে । বিশেষকৈ ফেচবুকত ভাইৰেল হোৱা এই বাতৰিৰ মতে অসমৰ ডিব্ৰুগড় জিলাৰ বকুলত […]

Continue Reading

অসমৰ গামোচাই সঁচাকৈ পালে নে জি আই টেগ?

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট সম্প্ৰতি অসমত এক বিশেষ বাতৰি ভাইৰেল হৈ পৰিছে । অসমৰ গামোচাক ভৌগোলিক সূচাংক (Geographical Indication, GI) প্ৰদান কৰা হ’ল বুলি ছচিয়েল মিডিয়াত প্ৰচাৰ হোৱাৰ উপৰিয়ো কিছুমান মূলসুঁতিৰ নিউজ গোষ্ঠীয়েও বাতৰি প্ৰকাশ কৰা দেখা গৈছে । ভৌগোলিক সূচাংক বা জি আই হৈছে কোনো কোনো বস্তুৰ আঞ্চলিক পৰিচয় অটুট ৰখাত সহায় কৰা […]

Continue Reading