এক প্ৰকাণ্ড সাপে ৰাস্তা পাৰ হৈ থকা ভিডিঅ’টো অসমৰ নহয়

অলপতে চ’চিয়েল মেডিয়াযোগে এটা বিশেষ ভিডিঅ’ই বিভিন্নজনৰ দৃষ্টি আকৰ্ষণ কৰা দেখা গৈছে। শেহতীয়া  বানৰ সময়ৰ বুলি দাবী কৰা এই বিশেষ ভিডিঅ’টোত দেখা গৈছে যে এডাল বিশাল আকৃতিৰ সাপ পথৰ ওপৰেৰে পাৰ হৈ গৈ আছে। অসম, অসমৰ বানপানী ইত্যাদি শব্দ ভিডিঅ’টোৰ কেপশ্বনত হেশ্বটেগ হিচাপে ব্যৱহাৰ কৰা হৈছে। Facebook Link | Archived Link ভিডিঅ’টোৰ কমেণ্ট অংশত এই […]

Continue Reading

জলমগ্ন ৰাজপথত ঘঁৰিয়াল ওলোৱা ভিডিঅ’টো অসমৰ নহয়!

মৌচুমী বায়ুৰ প্ৰভাৱত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত অসমৰ বিভিন্ন ঠাইত যোৱা কিছুদিন ধৰি বানপানীয়ে বিস্তৰ ক্ষতিসাধন কৰিছে। এনে সময়তে বানপানী সম্বন্ধীয় কেতবোৰ ভিডিঅ’ চ’চিয়েল মেডিয়াযোগে ভাইৰেল হৈছে।  চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা তেনে এটা বিশেষ ভিডিঅ’ আমি লক্ষ্য কৰিছিলোঁ। ভিডিঅ’টোত দেখা গৈছে যে বানপানীৰ মাজত জলমগ্ন ৰাজপথৰ ওপৰত এটা ঘঁৰিয়াল ওলাইছে আৰু এন ডি আৰ এফ […]

Continue Reading

এক নদীবান্ধৰ পৰা তীব্ৰ সোঁতত পানী এৰি দিয়াৰ ভাইৰেল ভিডিঅ’টো ভূটানৰ নহয়!

যোৱা কেইবাদিনৰপৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত অসমৰ বিভিন্ন ঠাইৰ নদ-নদী সমূহ ওফন্দি পৰি ভয়ংকৰ বানপানীৰ সৃষ্টি হৈছে। বিশেষকৈ নামনি অসমৰ বিভিন্ন ঠাইত বিস্তৰ ক্ষতিসাধন হৈছে।  এনে সময়তে এটা বিশেষ ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হৈছে। ভিডিঅ’টোত দেখুওৱা হৈছে এটা নদীবান্ধ, য’ৰপৰা তীব্ৰ সোঁতত পানী এৰি দিয়া হৈছে। দাবী কৰা হৈছে যে এই ভিডিঅ’টো ভূটানৰ আৰু ভূটানে […]

Continue Reading

স্কুটাৰ সহ খাৱৈত পৰা এহাল দম্পতীৰ এই ভাইৰেল ভিডিঅ’টো গুৱাহাটীৰ নহয়!

দেশত বাৰিষা আৰম্ভ হোৱাৰ লগে লগে ছ’চিয়েল মিডিয়াৰ যোগেদি বহু ভিডিঅ’ পোহৰলৈ আহিছে য’ত মানুহে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সংগ্ৰাম কৰি আছে। বানপানীয়ে অসমত বিধ্বংসী ৰূপ ধাৰণ কৰিছে আৰু ৯ জন লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ ফলত অসমত বানপানীত মৃত্যু হোৱা লোকৰ সংখ্যা ৭১ জনলৈ বৃদ্ধি পাইছে। ইফালে ফেচবুকত বানপানীৰ সৈতে সম্পৰ্ক থকা বিভিন্ন ভিডিঅ’ অসমৰ […]

Continue Reading

ঘঁৰিয়ালৰ ভাইৰেল ভিডিঅ’টো অসমৰ দীপৰ বিলৰ নহয়!

শেহতীয়াকৈ এটা বিশেষ ভিডিঅ’ বিভিন্ন চ’চিয়েল মেডিয়া প্লেটফ’ৰ্মত ভাইৰেল হোৱা দেখা গৈছে। আমাৰ হোৱাটচ‌এপ নম্বৰলৈও আহিছে এই ভিডিঅ’টো। ভিডিঅ’টোত পানী আৰু মেটেকাৰ মাজত এটা ঘঁৰিয়ালে এক বিশেষ শব্দ কৰি থকা দেখা গৈছে। দাবী কৰা হৈছে যে এই ঘঁৰিয়ালটো দেখা গৈছে অসমৰ দীপৰ বিলত। Facebook Link |  Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই অনুসন্ধান কৰি জানিব […]

Continue Reading

জলমগ্ন পথত আৰক্ষী সহ এখন ই-ৰিক্সা বাগৰি পৰা এই ভিডিঅ’টো গুৱাহাটীৰ নহয়!

গুৱাহাটী আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহ যোৱা কেইদিনমানৰ পৰা ধাৰাবাহিকভাৱে হোৱা প্ৰচণ্ড বৰষুণৰ বাবে কৃত্ৰিম বানপানীত বুৰ গৈছে । এনে সময়তে কৃত্ৰিম বানপানীৰ সৈতে জড়িত বিভিন্ন পোষ্টেৰে ছ’চিয়েল মিডিয়া ভৰি পৰিছে । শেহতীয়াকৈ ফেক্ট ক্ৰেচেণ্ড অসমীয়াই গুৱাহাটীৰ বুলি দাবী সহ ভাইৰেল হৈ পৰা এটা ‘ৰাস্তাৰ ওপৰত মাছ সাঁতুৰি থকা’ ভিডিঅ’ৰ সত্যতা নিৰূপণ কৰি ভিডিঅ’টো প্ৰকৃততে চীনৰ […]

Continue Reading

ৰাজপথত মাছৰ উজান! এই ভিডিঅ’টো গুৱাহাটী মহানগৰীৰ নহয়! 

পুনৰ বানত বুৰ গৈছে গুৱাহাটী মহানগৰী । বৰষুণ আহিলেই একাঠু পানীৰে ভৰি পৰে গুৱাহাটীৰ ৰাজপথ আৰু স্তব্ধ হৈ পৰে জনজীৱন। গুৱাহাটী মহানগৰীৰ ৰাজপথত কোনো কোনো সময়ত আনকি মাছৰ উজান উঠাও দেখা গৈছে এনে কৃত্ৰিম বানৰ সময়ত ।  এনে সময়তে এক বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ফেচবুকত । দাবী কৰা হৈছে যে এইয়া গুৱাহাটী মহানগৰীৰ ৰাজপথৰ […]

Continue Reading

অসমত ১৫ জুনৰপৰা সুৰাৰ মূল্য ৬৫ শতাংশ বৃদ্ধি নহয়

যোৱা কিছুদিন ধৰি বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফ’ৰ্মত সুৰাৰ মূল্যবৃদ্ধি সম্পৰ্কে এটা বাৰ্তা প্ৰচাৰ হৈ আহিছে। বাৰ্তাটোত কোৱা হৈছে যে অহা ১৫ জুনৰপৰা অসমত সুৰাৰ মূল্য ৬৫ শতাংশ বৃদ্ধি হ’ব। Facebook Link | Archived Link Facebook Link | Archived Link Facebook Link | Archived Link অনুসন্ধানৰ পাছত আমি জানিব পাৰিলোঁ যে বাৰ্তাটোৰ ভুল ব্যাখ্যা কৰা হৈছে। […]

Continue Reading

ইণ্ডিয়ান অইলে ইন্ধন টেংক সম্পূৰ্ণকৈ ভৰ্তি কৰিবলৈ মানা কৰা নাই

যোৱা কিছুদিন ধৰি হোৱাটচ‌এপ যোগে এটা বিশেষ বাৰ্তা প্ৰচাৰ হোৱা দেখা গৈছে। সেই বাৰ্তাটো আমাৰ হোৱাটচ‌এপ নম্বৰলৈও আহিছে। বাৰ্তাটোত ইণ্ডিয়ান অইলৰ পৰা অহা এটি সতৰ্কবাণীৰ এখন ফটো শ্বেয়াৰ কৰা হৈছে। Archived Link ফটোখনত ইণ্ডিয়ান অইলৰ ল’গ’সহ লিখা বাৰ্তাটো এনেধৰণৰ : “অনাগত দিনবোৰত তাপমাত্ৰা বৃদ্ধিৰ সম্ভাৱনা আছে, সেয়ে আপোনাৰ বাহনত পেট্ৰ’ল সম্পূৰ্ণৰূপে উচ্চ সীমালৈ নভৰাব। অন্যথা […]

Continue Reading

বাবদ ধন পৰিশোধ নকৰিলে সংযোগ বিচ্ছিন্ন কৰা হব বুলি এই বাৰ্তা ‘এপিডিচিএল’এ গ্ৰাহকসকললৈ প্ৰেৰণ কৰা নাই!

অসম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেডৰ পৰা বাবদ আদায় নিদিয়া আৰু পৰৱৰ্তী সময়ত বিদ্যুৎ সংযোগ বিচ্ছিন্ন হোৱাৰ বিষয়ে প্ৰাপকক অৱগত কৰা এটা টেক্সট মেছেজ অসমৰ বহু গ্ৰাহকে শেহতীয়াকৈ লাভ কৰিছে । একেটা বাৰ্তাৰ স্ক্ৰীণশ্বট মেছেজিং প্লেটফৰ্মতো ফৰৱাৰ্ড হৈ আহিছে, যিয়ে ব্যৱহাৰকাৰীসকলৰ মাজত উদ্বেগ সৃষ্টি কৰিছে কাৰণ যিসকলে ইয়াক লাভ কৰিছে তেওঁলোকে কয় যে তেওঁলোকৰ বাকী থকা […]

Continue Reading