FACT CHECK: অসমৰ পৰবৰ্তী মুখ্যমন্ত্ৰী বিজেপি বিধায়ক গণেশ লিম্বু বুলি ভূৱা স্ক্ৰিনশ্বট ভাইৰেল!

শেহতীয়াকৈ অসমত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে আৰু পৰবৰ্তী চৰকাৰ গঠন হবলৈ গৈ আছে । এনে সময়তে পৰবৰ্তী মুখ্যমন্ত্ৰী কোন হব সেই সম্পৰ্কে যথেষ্ট গুণাগুথা চলা দেখা গৈছে আৰু এই সম্পৰ্কে বিভিন্ন পোষ্ট ছোচিয়েল মিডিয়াৰ যোগেদি ভাইৰেল হৈ পৰা দেখা গৈছে ।  এই ধৰণৰ এখন ফটো বা নিউজৰ স্ক্ৰিনশ্বট   হোৱাটছএপৰ যোগেদি বহুল ভাৱে প্ৰচাৰ […]

Continue Reading

FACT CHECK: ফটোত দেখা ব্যক্তিগৰাকী হাথৰাছ ধৰ্ষণ কাণ্ডৰ কোনো এজন অভিযুক্তৰ পিতৃ নহয়।

২৯ চেপ্তেম্বৰত তাৰ দুসপ্তাহ পূৰ্বে উত্তৰ প্ৰদেশৰ হাথৰাছত অতি নিৰ্মম অত্যাচাৰৰ বলি হৈ দিল্লীত মৃত্যুমুখত পৰা ১৯বছৰীয়া ছোৱালীজনীৰ ঘটনাটোৱে দেশজুৰি আলোড়ণৰ সৃষ্টি কৰিছে ৰাজ্য চৰকাৰে সন্দীপ,ৰামু,লৱকুশ আৰু ৰবী নামৰ চাৰিগৰাকী অভিযুক্তক এই ঘটনাৰ বাবে গ্ৰেপ্তাৰ কৰিছে।সম্প্ৰতি সিঁহত আৰক্ষীৰ জিম্মাত আছে। দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী দেশজুৰি উত্থাপিত হৈ থকাৰ সময়তে ইন্টাৰনেটত এখন ফটো ভাইৰেল হৈ […]

Continue Reading

অসমৰ ধেমাজিত বিজেপিৰ মিটিংত বাংলাদেশৰ পতাকা দেখা গৈছিল নেকি?

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট শেহতীয়াকৈ অসমৰ বিজেপি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুকত নিজৰ অফিচিয়েল পে’জত আপলোড কৰা এখন বিশেষ ফটোৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে । ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এই ফটোখন ধেমাজিত অনুষ্ঠিত হৈ যোৱা এক বিজেপি ৰেলিৰ হয় । উক্ত ফটোখনত দেখা পোৱা এখন পতাকাক লৈ বিতৰ্কৰ সৃষ্টি […]

Continue Reading

এইটো অসমৰ কেব আন্দোলনৰ সময়ত প্ৰতিবাদকাৰীৰ ওপৰত পুলিচৰ গুলী চালনাৰ ভিডিঅ’ নহয়!

সম্প্ৰতি অসমৰ লগতে গোটেই উত্তৰ পূবতেই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰবল প্ৰতিৰোধ গঢ়ি উঠিছে আৰু অসমত ঠাইয়ে ঠাইয়ে চৰকাৰী বাহিনী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘাত হৈছে । ইয়াকে লৈ অসমত ছচিয়েল মিডিয়াৰ জৰিয়তে এক বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে । বিশেষকৈ হোৱাটচ এপ্পৰ জৰিয়তে ভাইৰেল হৈ পৰা এই ভিডিঅ’টোত দুজন আৰক্ষী যোৱানক প্ৰতিবাদকাৰী যেন লগা এজাক […]

Continue Reading

এনডিটিভিৰ ভুল নিউজৰ মতে অসমৰ অবিবাহিত মুখ্যমন্ত্ৰীৰ ছটাকৈ সন্তান আছে!

শেহতীয়াকৈ অসম চৰকাৰে ঘোষণা কৰিছে যে ১ জানুৱাৰী, ২০২১ তাৰিখে কাৰ্যকৰী হোৱাকৈ যিসকল ব্যক্তিৰ দুটাতকৈ অধিক সন্তান আছে, তেওঁলোকে চৰকাৰী চাকৰিৰ পৰা বঞ্চিত হব । এই নিউজটো ৰিপৰ্ট কৰিবলৈ গৈ, ৰাষ্ট্ৰীয় নিউজ চেনেল এনডিটিভিৰ (NDTV) এগৰাকী এংকৰে ক’লে যে অসমৰ মুখ্যমন্ত্ৰীৰ সৰ্বানন্দ সোণোৱালৰ নিজৰে ৬ টাকৈ সন্তান আছে । সংৰক্ষিত ভিডিঅ’ চাওঁক ইয়াত উপৰোক্ত ভিডিঅ’টোত, […]

Continue Reading