এয়াৰ ইণ্ডিয়াই দুজন যাত্ৰীৰ বাবে গ্ৰীষ্মকালীন বিনামূলীয়া বিমান সেৱা দিছে নেকি সঁচাকৈ?

অতি শেহতীয়াভাৱে আমাৰ অসমৰ হোৱাটছএপত এটা লিংক বাৰুকৈয়ে ভাইৰেল হোৱা দেখা গৈছে। লিংকটোত কোৱা হৈছে যে অগ্ৰনী বিমান সেৱা এয়াৰ ইণ্ডিয়াই এই গ্ৰীষ্মকালত দুজনৰ বাবে বিনামূলীয়া সেৱা প্ৰদান কৰিছে। লিংকটোত লিখা হৈছে যে ব্যৱহাৰকাৰী গৰাকীয়ে দুজনৰ বাবে বিমান সেৱা জয়ী হৈছে অৰ্থাত লাভ কৰিছে।  বিভিন্নজনৰ হোৱাটছএপত এই লিংকটো ফৰৱাৰ্ড কৰা দেখা গৈছে। আনকি আমালৈয়ো অনুৰূপ […]

Continue Reading

এই ফটোকেইখন প্ৰধানমন্ত্ৰী মোদীয়ে কটকৰ হস্পিতাল ভ্ৰমণ কৰাৰ পূৰ্বে লোৱা হয়নে? প্ৰকৃত সত্য কি?

অতি শেহতীয়াভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশাৰ বালাছ’ৰত সংঘটিত হোৱা ভয়ংকৰ ৰে’ল দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰিছিল। সেই ভয়ংকৰ দুৰ্ঘটনাত ২৭৫ জনতকৈ অধিক লোকে প্ৰাণ হেৰুৱাইছিল আৰু প্ৰায় ১০০০জন লোক আহত হৈছিল। ইয়াৰে বহুতেই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। দুৰ্ঘটনাস্থলীত ঘটনাৰ বুজ লোৱাৰ পাছত মোডীয়ে কটকৰ চিকিৎসালয়লৈ যায় য’ত আহত লোকসকল চিকিৎসাধীন হৈ আছিল। মোদীৰ এই ভ্ৰমণৰ পাছত ছ’চিয়েল মিডিয়া […]

Continue Reading

এয়া মুছলমান যুৱকে হিন্দু প্ৰেমিকাক কৰা এচিড আক্ৰমণৰ ফটো হয় নেকি ? সত্যটো কি?

আমাৰ দেশত সময়ে সময়ে লাভ জেহাদ সম্পৰ্কীয় বহু পোষ্ট আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা দেখা যায়। এই পোষ্টবোৰে দাবী কৰে যে কেনেকৈ মুছলমান মানুহে হিন্দু ছোৱালীক প্ৰেমত পৰিবলৈ প্ৰলোভিত কৰে আৰু পাছত সেই ছোৱালীকেইজনীক অত্যাচাৰ কৰে, ধৰ্ষণ কৰে বা হত্যা কৰে। অতি শেহতীয়াভাৱে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এগৰাকী আহত ভদ্ৰমহিলাৰ ফটো। সেই […]

Continue Reading

এই চিচিটিভি ভিডিঅ’টো ওড়িশাৰ শেহতীয়া ৰেল দুৰ্ঘটনাৰ হয় নেকি ?

শেহতীয়াভাৱে পূব ভাৰতৰ ওড়িশা ৰাজ্যত তিনিখন ৰে’লৰ মাজত সংঘটিত হোৱা এক ভয়াৱহ দুৰ্ঘটনাত ২৭৫ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১০০০ৰো অধিক লোক গুৰুতৰভাৱে আহত হৈছিল। ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে ৰে’ল ব’ৰ্ডে কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰো (চিবিআই)ক এই মাৰাত্মক দুৰ্ঘটনাটোৰ তদন্তৰ পৰামৰ্শ দিছে। এই আচৰিত ৰেল ট্ৰেজেডীৰ পিছতে কেইবাজনো ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে বিভিন্ন পোষ্ট শ্বেয়াৰ কৰি […]

Continue Reading

হলিউদ অভিনেতা তথা প্ৰাক্তন WWE তাৰকা ‘দ্য ৰকে’ সঁচাকৈয়ে সনাতন ধৰ্ম গ্ৰহণ কৰিছেনে ?

AI অৰ্থাত কৃত্ৰিম বুদ্ধিমত্তাৰে বিভিন্ন কাৰ্য সম্পাদনৰ বিভিন্ন ডিজিটেল আহিলা বৰ্তমান সমগ্ৰ বিশ্বতে উপলব্ধ। ইন্টাৰনেটৰ মাধ্যমত উপলব্ধ এই এআই অথবা কৃত্ৰিম বুদ্ধিমত্তাৰ আহিলা অথবা টুলছ সমুহেৰে কোনোবাই যদি গল্প,কবিতা, ই-মেইল আদি লিখিবলৈ চেষ্টা কৰিছে, কোনোবাই আকৌ ছবি অঁকাৰ পৰা আৰম্ভ কৰি বিভিন্ন চৰিত্ৰ সৃষ্টি কৰাকলৈ বিভিন্ন কৰ্ম কৰিছে। তেনেকুৱা এক প্ৰেক্ষাপটতে অসমৰ ছোচিয়েল মিডিয়াতো কিছুমান […]

Continue Reading

যন্তৰ-মন্তৰত মল্লযুঁজাৰু সাক্ষী মালিকক পুলিচে বুটেৰে গচকিছে নেকি?

দেওবাৰে দেশৰ নতুন সংসদ ভৱন উদ্বোধনৰ সময়তে যন্তৰ-মন্তৰত প্ৰতিবাদ কৰা মল্লযুঁজাৰুসকলক সমদল উলিয়াবলৈ চেষ্টা কৰি থকা অৱস্থাত নিৰাপত্তাৰক্ষীয়ে আটক কৰে। বিনেশ ফ’গাট, সংগীতা ফ’গাট, আৰু সাক্ষী মালিকক যন্তৰ-মন্তৰত আবদ্ধ কৰি ৰাখে দিল্লী আৰক্ষীয়ে। ছ’চিয়েল মিডিয়াত আটক হোৱাসকলৰ বহুলভাৱে শ্বেয়াৰ হোৱা বহু ফটোৰ ভিতৰত আছিল এজন আৰক্ষীৰ লোকে নিজৰ বুটেৰে এজন ব্যক্তিৰ মুখত হেঁচা মাৰি ধৰা […]

Continue Reading

অসমৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলক লৈ উৰা বাতৰি? কেতিয়া প্ৰকাশ কৰা হ’ব ফলাফল।

অসমত বৰ্তমান পৰীক্ষাৰ ফলাফল ঘোষণাৰ বতৰ চলি থকা বুলি ক’লেও ভুল কোৱা নহ’ব। কাৰণ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ২২ মে’ ২০২৩ত আকস্মিকভাৱে ঘোষণা কৰাৰ পাছত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ঘোষণাক লৈয়ো ব্যাপক জল্পনা কল্পনা অব্যাহত আৰম্ভ হয়। বিভিন্নজনে বিভিন্ন তাৰিখৰ কথা উল্লেখ কৰি চ’ছিয়েল মিডিয়াত বিভিন্ন পোষ্ট কৰা নজৰত পৰিছে। শেহতীয়াভাৱে পৰম্পৰা ভংগ কৰি শিক্ষা […]

Continue Reading

জোনমনি ৰাভাৰ দুৰ্ঘটনাৰ প্ৰত্যক্ষদৰ্শী প্ৰনৱ দাসক অপহৰণ কৰি হত্যা কৰা হৈছে নেকি ?

শেহতীয়াভাৱে অসমৰ নগাঁও  জিলাৰ মৰিকলং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমনি ৰাভাৰ দুৰ্ঘটনাজনিত কাৰণত মৃত্যু হোৱা ঘটনাটোক লৈ নতুন নতুন তথ্য পোহৰলৈ আহিছে। প্ৰথম দৃষ্টিত এয়া এক দুৰ্ঘটনা বুলিয়ে জানিব পৰা গৈছিল যদিও পৰৱৰ্তী সময়ত এই ঘটনাটোক লৈ বিভিন্ন দিশ উন্মোচিত হৈছে। লখিমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লুনা নেওগক গৃহৰক্ষী বাহিনীলৈ বদলি কৰাৰ পৰা আৰম্ভ কৰি নাওবৈচাৰ ভাৰপ্ৰাপ্ত […]

Continue Reading

কেৰালাত এইদৰে মুছলিম যুৱকে আইছিছৰ টি-ছাৰ্ট পিন্ধি ফটো উঠিছে নেকি?

শেহতীয়াভাৱে সুদীপ্ত সেনৰ চিনেমা ‘দ্য কেৰেলা ষ্ট’ৰী’ৰ মুক্তিৰ পাছতেই ছ’চিয়েল মিডিয়াত কেৰালাৰ বিষয়ে ভুল ধাৰণা বিয়পাই বহু কথা প্ৰচাৰিত হৈছে। বিশেষকৈ টুইটাৰত বিভিন্ন ধৰণৰ ভুল তথ্য তথা বিভ্ৰান্তিকৰ প্ৰচাৰ চলা দেখা গৈছে। সেইধৰণৰ টুইটবোৰে অসমৰ ৰাইজকো প্ৰভাৱিত কৰা দেখা গৈছে। ৭ মে’ ২০২৩ত কৰা তেনেকুৱা এটা টুইট আমাৰো চকুত পৰিছে। টুইটটোত দেখা গৈছে যে ক’লা […]

Continue Reading

সংঘৰ্ষ জৰ্জৰ মণিপুৰত সঁচাকৈ এইদৰে দোকান পোহাৰ লুট কৰা হৈছে নেকি?

শেহতীয়াভাৱে মণিপুৰত সংখ্যাগৰিষ্ঠ মেইতেই জনগোষ্ঠীক অনুসূচীত জনজাতিৰ মৰ্যাদা দিয়াৰ বিৰোধিতা কৰি নগা আৰু কুকি জনজাতিসকলে জনজাতীয় সংহতি সমদলৰ আয়োজন কৰাৰ পিছত ৩ মে’ত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। খবৰ অনুসৰি হিংসাত্মক পৰিস্থিতিৰ সময়ত প্ৰতিবাদকাৰীয়ে শ শ ঘৰ, গীৰ্জা, মন্দিৰ, বাহন ভাঙি জ্বলাই দিয়ে। সশস্ত্ৰ বাহিনীয়ে ততাতৈয়াকৈ ৰাজ্যখনত প্ৰৱেশ কৰাৰ লগে লগে মণিপুৰৰ ডিজিপিয়ে কয় যে ইম্ফল […]

Continue Reading