বাঘজানৰ তৈলখাদত লগা জুইকুৰা এতিয়াও নুমোৱা নাই!

সংৰক্ষিত লিংক অসমৰ তিনিচুকীয়া জিলাত অৱস্থিত বাঘজান তৈলখাদত যোৱা ৯ জুন, ২০২০ তাৰিখে জুই লগা ঘটনাই সমগ্ৰ দেশতে তোলপাৰ লগাইছিল । এইয়া অইল ইণ্ডিয়া লিমিটেডৰ এক গুৰুতৰ ত্ৰুটী বুলি বিভিন্নজনে দাবী কৰিছিল । যিসময়ত বাঘজানৰ জুইকুৰা নুমাবলৈ চেষ্টা চলাই থকা হৈছে সেই সময়তে এই জুইকুৰা ইতিমধ্যে নুমালে বুলি অসমৰ আগশাৰীৰ ইংৰাজী বাতৰি কাকত, অসম ট্ৰিবিউনে […]

Continue Reading

ক’ৰনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ বাবে দক্ষিণ আফ্ৰিকাত আগতীয়াকৈ ১৫ লাখ গণ কবৰ খন্দা নাই!

ফেচবুক লিংক । সংৰক্ষিত লিংক চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগত ভুগি সমগ্ৰ বিশ্বতে এতিয়ালৈকে কেইবালাখ মানুহৰ মৃত্যু হৈছে আৰু বহু লাখ মানুহ এতিয়াও আক্রান্ত হৈ আছে । বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে বহু হেজাৰ লোকৰ মৃত্যু হৈছে । অসমতো প্ৰায় ১৬ হাজাৰতকৈ অধিক ৰোগী ইতিমধ্যে চিনাক্ত হৈছে আৰু ইয়াৰে […]

Continue Reading

অমিতাভ বচ্চনৰ নানাৱতিৰ স্বাস্থ্যকৰ্মীক উদ্দেশ্যি প্ৰশংসাসূচক পুৰণি ভিডিঅ’ বৰ্তমানৰ বুলি ভাইৰেল!

ফেচবুক লিংক | সংৰক্ষিত লিংক চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগত ভুগি সমগ্ৰ বিশ্বতে এতিয়ালৈকে কেইবালাখ মানুহৰ মৃত্যু হৈছে আৰু বহু লাখ মানুহ এতিয়াও আক্রান্ত হৈ আছে । বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে বহু হেজাৰ লোকৰ মৃত্যু হৈছে । অসমতো প্ৰায় ১৬ হাজাৰতকৈ অধিক ৰোগী ইতিমধ্যে চিনাক্ত হৈছে আৰু […]

Continue Reading

চিবিএছই’য়ে দ্বাদশ আৰু দশম শ্ৰেণীৰ পৰীক্ষাৰ ৰিজাল্ট ক্ৰমে ১১ আৰু ১৩ জুলাই তাৰিখে ঘোষণা কৰা হব বুলি কোনো জাননী জাৰি কৰা নাই!

সংৰক্ষিত লিংক শেহতীয়াকৈ এখন বিশেষ জাননী হোৱাটচ এপ্পৰ যোগেদি ভাইৰেল হৈ পৰিছে । উক্ত জাননীখন চেণ্ট্ৰেল ব’ৰ্ড অফ চেকেণ্ডেৰী এডুকেচন (চিবিএছই)য়ে জাৰি কৰা বুলি দাবী কৰা হৈছে । জাননীখনত দ্বাদশ আৰু দশম শ্ৰেণীৰ পৰীক্ষাৰ ৰিজাল্ট ক্ৰমে ১১ আৰু ১৩ জুলাই তাৰিখে ঘোষণা কৰা হব বুলি লিখা আছে । লগতে ৰিজাল্টবোৰ চাবলৈ তিনিটা ৱেবচাইটৰ নামও জাননীখনত […]

Continue Reading

নেপাল আৰ্মীৰ গুলীত ৭ জন ভাৰতীয় সেনা শ্বহীদ হোৱা নাই!

সংৰক্ষিত লিংক শেহতীয়াকৈ ভাৰত-চীনৰ সীমা বিবাদ আৰু ইয়াকে লৈ গলৱান নামৰ ঠাইখনত হোৱা সংঘৰ্ষৰ পাছত ভাৰত আৰু নেপালৰ মাজতো আন এক সীমা বিবাদ হোৱা দেখা গ’ল । উল্লেখযোগ্য যে নেপালে এখন নতুন চৰকাৰী মেপ জাৰি কৰাৰ পাছতেই দুই দেশৰ মাজত  বিবাদৰ সূত্ৰপাত ঘটে ।  এনে সময়তে এক বিশেষ টুইট সমগ্ৰ দেশতে ভাইৰেল হৈ পৰে আৰু […]

Continue Reading

লকডাউনৰ সময়ত ১২০০ কিলোমিটাৰ চাইকেল চলাই জনপ্ৰিয় হোৱা ছোৱালীজনীৰ মৃত্যু হোৱা নাই!

ফেচবুক লিংক | সংৰক্ষিত লিংক শেহতীয়াকৈ ছচিয়েল মিডিয়াত এখন বিশেষ ফটো ভাইৰেল হৈ পৰিছে । ফটোখনত এজনী ছোৱালীক মৃত অৱস্থাত মাটিত পৰি থকা দেখা গৈছে । দাবী কৰা হৈছে যে এই ছোৱালীজনী জ্যোতি কুমাৰী পাছৱান নামৰ বিহাৰৰ ছোৱালীজনী হয় যি দেশজোৰা লকডাউনৰ সময়ত ১২০০ কিলোমিটাৰ বাট চাইকেল চলাই তাইৰ বেমাৰী বাপেকক কঢ়িয়াই মাত্ৰ ৭ দিনত […]

Continue Reading

ভাইৰেল ফটোত ভাৰত বায়’টেকৰ উপ-সভাপতিয়ে ভাৰতত ক’ৰনা ভেকচিনৰ মানৱ দেহত পৰীক্ষণৰ শুভাৰম্ভনি নিজৰ দেহত ভেকচিনৰ বেজী লৈ কৰা নাই!

সংৰক্ষিত লিংক শেহতীয়াকৈ এক বাতৰি প্ৰকাশ পাইছে যে আইচিএমআৰ’ৰ (ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্ছ) তত্বাৱধানত ভাৰত বায়’টেক ইল্টাৰনেশ্যনেল লিমিটেডে ক’ৰনা ভাইৰাছৰ ভেকচিন অহা ১৫ আগষ্টত ৰাইজৰ বাবে আগবঢ়াব । বাতৰিটোত লগতে কোৱা হৈছে যে ভেকচিন বিধৰ ক্লিনিকেল ট্ৰায়েলৰ বাবে ব্যৱস্থা কৰা হৈছে আৰু মানৱ দেহত সফল পৰীক্ষণ হলেই, সাধাৰণ ৰাইজৰ বাবে এই ভেকচিন বিধ আগবঢ়াই […]

Continue Reading

ভাৰত চৰকাৰে প্ৰত্যেকজন নাগৰিকক ২০০০ টকা সাহায্য দিব বুলি প্ৰচাৰ হোৱা হোৱাটচ এপ্প বার্তাটো ভুৱা হয়!

সংৰক্ষিত লিংক চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগত ভুগি সমগ্ৰ বিশ্বতে এতিয়ালৈকে কেইবালাখ মানুহৰ মৃত্যু হৈছে আৰু বহু লাখ মানুহ এতিয়াও আক্রান্ত হৈ আছে । বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে ১৮ হাজাৰতকৈ অধিক লোকৰ মৃত্যু হৈছে । অসমতো প্ৰায় ৯ হাজাৰতকৈ অধিক ৰোগী ইতিমধ্যে চিনাক্ত হৈছে আৰু ইয়াৰে ১৪জনৰ […]

Continue Reading

এইখন ভাৰতীয় টকাৰ হিচাপত বিভিন্ন দেশৰ পেট্ৰলৰ মূল্যৰ তালিকা নহয়!

ফেচবুক লিংক । সংৰক্ষিত লিংক শেহতীয়াকৈ ভাৰতত পেট্ৰল আৰু ডিজেলৰ আকাশলঙ্ঘী মূল্যবৃদ্ধিয়ে জনসাধাৰণক দুৰ্ভোগ ভোগাইছে আৰু বিভিন্নজনে এই বিষয়ত ছচিয়েল মিডিয়াত ক্ষোভ উজাৰিছে । এনে সময়তে এক বিশেষ ফেচবুক পোষ্ট ভাইৰেল হৈ পৰিছে । হিতেশ্বৰ লহকৰ নামৰ এটা ফেচবুক প্ৰফাইলৰ পৰা উক্ত পোষ্টটো ১৯ জুন, ২০২০ তাৰিখে আপলোড কৰা হৈছে ।  পোষ্টটোত এখন ফটো সংলগ্ন […]

Continue Reading

ভূটানে ভাৰতলৈ পানী যোগান বন্ধ কৰা নাই!

ফেচবুক লিংক । সংৰক্ষিত লিংক শেহতীয়াকৈ ভাৰতৰ প্ৰতিবেশী ৰাষ্ট্ৰ ভূটানে অসমলৈ পানী বৈ অহাৰ পথ ৰুদ্ধ কৰিছে বুলি এক বাতৰি ভাইৰেল হৈ পৰিছে । ছচিয়েল মিডিয়াত এই বিষয়ে বিভিন্ন পোষ্ট শ্বেয়াৰ কৰা হৈছে আৰু বাতৰিটোৱে সমগ্ৰ দেশৰ লগতে অসমত খলকনিৰ সৃষ্টি কৰিছে । ইয়াকে লৈ আনকি যোৱা সোমবাৰে অসম-ভূটান সীমামূৰীয়া অঞ্চলৰ স্থানীয় কৃষক সকলে এক […]

Continue Reading