উত্তৰাখণ্ডৰ কৰ্ণপ্ৰয়াগত জীপলাইন দুৰ্ঘটনা? জানক সত্যতা।
শেহতীয়াকৈ এক জীপলাইন দুৰ্ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। দাবী কৰা হৈছে যে ঘটনাটো উত্তৰাখণ্ডৰ কৰ্ণপ্ৰয়াগৰ। Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি আমি প্ৰথমে প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ আৰু তেতিয়া চমোলী পুলিচ, উত্তৰাখণ্ডৰ (Chamoli Police, Uttarakhand) অফিচিয়েল এক্স হেণ্ডলত ৮ জুন, ২০২৬ ৰ […]
Continue Reading
