WHO-এ ক’ৰোনাক ঋতুভিত্তিক ভাইৰাছ বুলি ঘোষণা কৰা নাছিল; এটা ভুৱা দাবী ভাইৰেল

বিশ্বই Covid-19ৰ নতুন সম্ভাৱ্য ঢৌৰ বাবে সাজু হোৱাৰ লগে লগে এই সন্দৰ্ভত ভুল তথ্য‌ও পুনৰ প্ৰচাৰ হোৱা আৰম্ভ হ’ল। ঋতুভিত্তিক ফ্লু ভাইৰাছৰ বাহিৰে আন একো নহয় বুলি ডাক্তৰৰ দল এটাই মন্তব্য কৰা এটা পুৰণি ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। এই ভাইৰেল ভিডিঅ’টোত বিশ্ব স্বাস্থ্য সংস্থাই নিজৰ ভুল স্বীকাৰ কৰি ক’ৰণা ভাইৰাছক ঋতুভিত্তিক ফ্লু […]

Continue Reading

WHO-এ সকীয়াই দিছিল নেকি যে ৮৭% ভাৰতীয়ই গাখীৰৰ অপমিশ্ৰণৰ বাবে কৰ্কট ৰোগত আক্ৰান্ত হ’ব?

অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ এখন বিশেষ স্ক্ৰীনশ্বট ফ’ৰৱাৰ্ড কৰা হৈছিল। সেই স্ক্ৰীনশ্বটটো আছিল “দ্য ইকনমিক টাইমছ”ৰ।  দ্য ইকনমিক টাইমছৰ স্ক্ৰীণশ্বটৰ সৈতে ভাইৰেল বাৰ্তাটোত তলত দিয়া ধৰণে লিখা আছে- “শেহতীয়াকৈ বিশ্ব স্বাস্থ্য সংস্থাই ভাৰত চৰকাৰক এক পৰামৰ্শ জাৰি কৰি কয় যে যদিহে গাখীৰ আৰু গাখীৰৰ সামগ্ৰীৰ মিশ্ৰণ তৎক্ষণাত পৰীক্ষা কৰা নহয় তেন্তে ২০২৫ চনৰ ভিতৰত ৮৭% […]

Continue Reading

FACT CHECK: উশাহত ভাপ লৈ কোভিড ১৯ৰ বিজানু ধ্বংস কৰিব নোৱাৰি।

ভাৰতত কোভিড ১৯ত আক্ৰান্তৰ সংখ্যা যিমানে বাঢ়িছে সিমানেই ছোচিয়েল মিডিয়াত সাৱধানতা আৰু যতনৰ কথা সিমানে বাঢ়িছে। তেনেকুৱা এটা দাবী অসমৰ হোৱাটছএপত ভাইৰেল হৈছে যে কৰ’ণাভাইৰাছৰ বেমাৰ ভাল হোৱাত গৰম পানীৰ ভাপ উশাহত লোৱাতো জৰুৰী। Archived Link আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই হোৱাটছএপত এটা মেছেজ পালো য’ত ভাপ লোৱা কামটোৱে ভাইৰাছক সম্পূৰ্ণৰূপে ধ্বংস কৰাত সহায় সচাকৈ কৰে […]

Continue Reading

ভাৰতৰ ছাত্ৰয়ে আৱিষ্কাৰ কৰা ক’ৰনা ৰোগৰ দৰৱক বিশ্ব স্বাস্থ্য সংস্থায়ে অনুমোদন জনাইছে বুলি ভুৱা বাৰ্তা ভাইৰেল!

সংৰক্ষিত লিংক শেহতীয়াকৈ এক বিশেষ বাৰ্তা হোৱাটচ এপ্পত ভাইৰেল হৈ পৰিছে । এই বাৰ্তাটোত দাবী কৰা হৈছে যে ভাৰতৰ পণ্ডিচেৰী ইউনিভাৰ্চিটিৰ ৰামু নামৰ এজন শিক্ষাৰ্থীয়ে ক’ৰনা ভাইৰাছ ৰোগৰ ঘৰুৱা দৰৱ বা উপশম বিচাৰি উলিয়াইছে আৰু ইয়াক বিশ্ব স্বাস্থ্য সংস্থায়ে স্বীকৃতি দিছে ।  দাবী কৰা হৈছে যে ১ চামুচ ক’লা জালুক ২ চামুচ মৌ আৰু অলপ […]

Continue Reading

বিশ্ব স্বাস্থ্য সংস্থায়ে লক ডাউন বঢ়োৱাৰ সম্পৰ্কে কিছু প্ৰট’কল ঘোষণা কৰিছে নেকি?

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে ধীৰে ধীৰে বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । এই বীজাণুৰ আক্ৰমণৰ ফলত চীনত তিনিহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈছে । সমগ্ৰ বিশ্বতে এতিয়ালৈকে মুঠ ৭৪ হাজাৰতকৈও অধিক মানুহৰ এই ভাইৰাছৰ আক্ৰমণৰ ফলত মৃত্যু হৈছে আৰু […]

Continue Reading

মদ খালে ক’ৰনা ভাইৰাছৰ বীজাণুৱে আক্ৰমণ কৰিব নোৱাৰে নেকি?

চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে সম্প্ৰতি সমগ্ৰ দেশখনকে ছানি ধৰিছে আৰু ধীৰে ধীৰে এই ৰোগ বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । চীন দেশত ইতিমধ্যে জৰুৰী কালিন অৱস্থা ঘোষনা কৰা হৈছে । এই বীজাণুৰ আক্ৰমণত ৰোগত ভুগি চীনত এহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈ আছে । […]

Continue Reading