মোবাইল নম্বৰবোৰ ১১টা নহয়, ১০টা সংখ্যাৰ হৈ থাকিব!
ফেচবুক লিংক । সংৰক্ষিত লিংক শেহতীয়াকৈ টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়া (TRAI)ই দেশত ১১টা সংখ্যাৰ মোবাইল নম্বৰ ব্যৱহাৰ কৰাৰ প্ৰস্তাৱ সদৰী কৰিছে বুলি এক বাতৰি ফেচবুকত বহুল ভাৱে শ্বেয়াৰ হৈছে । উক্ত বাতৰিটো বা ৱেব লিংক বিভিন্ন নিউজ গোষ্ঠীৰ ফেচবুক পে’জৰ পৰা আপলোড কৰা হৈছে আৰু ব্যাপক ভাৱে শ্বেয়াৰ কৰা হৈছে । উক্ত বাতৰিবোৰত দাবী […]
Continue Reading