FACT CHECK: শ্বাহৰুখ খানৰ এই ভাইৰেল ফটোখন তেওঁৰ পুত্ৰ ড্ৰাগছ কেছত গ্ৰেপ্তাৰ হোৱাৰ পাছৰ নহয়!

বলিউডৰ অভিনেতা শ্বাহৰুখ খানৰ পুত্ৰ, আৰিয়ান খান, এক ড্ৰাগছ কেছত গ্ৰেপ্তাৰ হোৱাৰ পাছৰে পৰা অভিনেতাজনৰ বিষয়ে ছ’চিয়েল মিডিয়াত বহুল ভাৱে চৰ্চা চলিব ধৰিছে । এই সম্পৰ্কে বিভিন্ন ফটো তথা দাবী ভাইৰেল হৈ পৰিছে ।  শেহতীয়াকৈ ছোচিয়েল মিডিয়াত  শ্বাহৰুখ খানৰ এখন বিশেষ ফটো ভাইৰেল হৈ পৰিছে । ফটোখনত অভিনেতাজনক যথেষ্ট চিন্তিত তথা মানসিক ভাৱে ভাগি পৰা […]

Continue Reading

ফটোখনত শ্বাহৰুখ খানৰ সৈতে থকা ল’ৰাজন বিহাৰৰ ভাইৰেল ভিডিঅ’টোৰ কণমানীটো নহয়!

ফেচবুক লিংক । সংৰক্ষিত লিংক শেহতীয়াকৈ এক হৃদয় বিদাৰক ভিডিঅ’ সমগ্ৰ দেশত ভাইৰেল হৈ পৰিছিল । ভিডিঅ’টোত এটা কণমানীয়ে নিজৰ মৃত মাকক জগাবলৈ চেষ্টা কৰি থকা দেখা গৈছিল । ঘটনাটো বিহাৰৰ মুজাফাৰপুৰ ৰেলৱে ষ্টেচনৰ আছিল । উক্ত ঘটনাটোৱে দেশত ক’ৰনা ভাইৰাছৰ সংক্ৰমণ ৰোধিবলৈ প্ৰৱৰ্তন কৰা লক ডাউনৰ ফলত  হৈ ঘৰলৈ উভতি অহা শ্ৰমিক শ্ৰেণীৰ মানুহবোৰৰ […]

Continue Reading