ওডিছাৰ ৰুছিকুল্যা নৈৰ পাৰৰ অলিভ ৰিডলে কাছৰ দৃশ্য অসমৰ সোৱনশিৰিৰ বুলি মিছা দাবীৰে প্ৰচাৰ কৰা হৈছে। 

শেহতীয়াভাবে অসমৰ  এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া সোৱনশিৰি নৈৰ পাৰৰ বালিচৰৰ দৃশ্য। ভিডিঅ’টোত দেখা গৈছে যে হাজাৰ হাজাৰ কাছ পানীৰ পৰা পাৰলৈ উঠি আহিছে। ভিডিঅ’টোক ব্যৱহৃত অসমীয়া ভাষাৰ ভয়ছ ওভাৰত শুনা যায় যে এয়া অসমৰ সোৱনশিৰি নৈৰ পাৰৰ দৃশ্য আৰু এইদৰে নৈৰ পৰা কাছবোৰ পাৰলৈ উঠি আহিছে আৰু […]

Continue Reading

KIIT বিশ্ববিদ্যালয়ৰ বিতৰ্কঃ নেপালী ছাত্ৰীৰ আত্মহত্যা; কৰ্তৃপক্ষৰ কাৰ্য-ব্যৱস্থা আৰু শেহতীয়া স্থিতি। 

প্ৰস্তাৱনা দেশৰ বিভিন্ন উচ্চ শিক্ষা প্ৰতিষ্ঠানত ছাত্ৰ বা ছাত্ৰীৰ আত্মহত্যাৰ খবৰে মাজে সময়ে সংবাদ শিৰোণাম দখল কৰি অহা পৰিলক্ষিত হয়। আনকি আমাৰ অসমৰো বিভিন্ন প্ৰতিষ্ঠানত এইধৰণ ঘটনাৰ খবৰ পূৰ্বেও চৰ্চা লাভ কৰিছিল। আনকি আইআইটি গুৱাহাটীত এইধৰণে ছাত্ৰই আত্মহত্যা কৰাৰ খবৰ আমি লাভ কৰিছিলোঁ। শিক্ষা প্ৰতিষ্ঠান একোখনত বিভিন্ন কাৰণত মানসিক কষ্ট লাভ কৰি ছাত্ৰ বা ছাত্ৰীয়ে […]

Continue Reading

FACT CHECK: পুৰীৰ জগন্নাথ মন্দিৰৰ ৩৫০০০ একৰ ভূমি বিক্ৰী কৰি দিয়া হোৱা নাই!

ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা পোষ্টে দাবী কৰিছে যে ওড়িশা চৰকাৰে পুৰীৰ জগন্নাথ মন্দিৰৰ অধিনৰ ৩৫,০০০ একৰ ভূমি বিক্ৰী কৰি দিয়াৰ পৰিকল্পনা কৰিছে।  অসমত ভাইৰেল হোৱা তেনেকুৱা কেইটামান পোষ্ট এয়া: Original Link: Facebook | Archived Link Original Link: Facebook | Archived Link Original Link: Facebook | Archived Link Original Link: Facebook | Archived Link Original […]

Continue Reading

পাকিস্তানী স্পাই সুন্দৰীৰ জালত পৰা সেনা যোৱানজন অসমৰ নহয়!

 ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট সম্প্ৰতি অসমৰ বিভিন্ন সংবাদ মাধ্যম আৰু ছচিয়েল মিডিয়া যেনে ফেচবুক আৰু হোৱাটচ এপ্পত এক বিশেষ বাতৰিয়ে তোলপাৰ লগাইছে । বাতৰিটোত কোৱা হৈছে যে অসমৰ এজন সেনা যোৱানে পাকিস্তানী স্পাই সুন্দৰীৰ জালত পৰি সেনাৰ বহুতো গোপনীয় তথ্য পাকিস্তানী যুৱতী গৰাকীক প্ৰদান কৰিলে । ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট বাতৰিটোত আৰু কোৱা […]

Continue Reading