হিন্দু যুৱকক হাজী আলী দৰগাহৰ ওচৰত তিনিজন মুছলমান লোকে ছুৰীৰে আঘাত কৰা বুলি ভাইৰেল হোৱা ভিডিঅ’টোৰ সত্যতা জানোঁ আহক।

শেহতীয়াকৈ মুম্বাইৰ হাজী আলী দৰগাহৰ ওচৰত এজন হিন্দু যুৱকক তিনিজন মুছলমান লোকে ছুৰীৰে আঘাত কৰা বুলি দাবী কৰি এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। দাবী কৰা হৈছে যে হিন্দু যুৱকজনৰ হাতত ‘জয় শ্ৰীৰাম’ বুলি লিখা টেটু দেখি ক্ষুব্ধ হৈ এইদৰে মুছলমান লোককেইজনে যুৱকজনক আক্ৰমণ কৰে। Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই […]

Continue Reading

জয়পুৰৰ ভিডিঅ’ মুম্বাইৰ বুলি মিছা দাবীৰে ভাইৰেল কৰা হৈছে।

শেহতীয়াভাবে অসমৰ হোৱাটছএপত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। বিভিন্ন হোৱাটছএপ গ্ৰুপ আৰু ব্যক্তিগতভাৱেও ব্যৱহাৰকাৰীলৈ সেই ভিডিঅ’টো প্ৰেৰণ কৰি সেই দৃশ্য মুম্বাইৰ বুলি দাবী কৰা হৈছে। দেখা গৈছে যে এটা ব্যস্ত ঘাইপথত এখন জ্বলন্ত গাড়ী স্বয়ংচালিতভাৱে আগুৱাই গৈ আছে। ভিডিঅ’টোৰ ওপৰত সেয়া মুম্বাইৰ মালাডৰ বুলি লিখা থকা দেখা গৈছে। কিন্তু এই দাবী সত্য হয়নে?  আমি ফেক্ট […]

Continue Reading

হায়দৰাবাদৰ পুৰণি ভিডিঅ’ মুম্বাইৰ মীৰা ৰোডৰ শেহতীয়া ঘটনাৰ বুলি ভাইৰেল হৈছে।

অযোধ্যা ৰাম মন্দিৰ অভিষেকৰ প্ৰাকক্ষণত ২১ জানুৱাৰীত মুম্বাইৰ মীৰা ৰোডত বাহন ৰেলীৰ সময়ত দুটা সম্প্ৰদায়ৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। ঘটনা সন্দৰ্ভত মুম্বাই আৰক্ষীয়ে ১৩ জন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে চাৰিজন নাবালকক আটক কৰে। বৰ্তমান ছ’চিয়েল মিডিয়াত মীৰা ৰোডৰ সংঘৰ্ষ সম্পৰ্কে ভুৱা দাবী থকা বহু পুৰণি আৰু অসংলগ্ন ভিডিঅ’ আৰু ফটো প্ৰচাৰিত হৈছে। বিশেষকৈ এটা ভিডিঅ’ […]

Continue Reading

‘ব্লাড অন কল’ সেৱা সমগ্ৰ ভাৰতত প্ৰযোজ্য হোৱা নাছিল

অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ এটা বিশেষ মেচেজ ফ’ৰৱাৰ্ড কৰা হৈছিল। মেচেজটো আছিল এনেধৰণৰ:-“আজিৰেপৰা ভাৰতত ১০৪ এটা বিশেষ নম্বৰ হৈ পৰিব তেজৰ প্ৰয়োজনীয়তাৰ বাবে। এই সেৱাৰ নাম হ’ল ‘ব্লাড অন কল”..এই নম্বৰটোত কল কৰাৰ পাছত ৪০ কি:মি: ব্যাসাৰ্ধৰ ভিতৰৰ ঠাইত চাৰি ঘণ্টাৰ ভিতৰত তেজ যোগান ধৰা হ’ব.. প্ৰত্যেক বটলত ৪৫০ টকা লগতে ১০০ টকা যাতায়াতৰ বাবদ। […]

Continue Reading

ইণ্ডোনেছিয়াৰ হুৱেইলৰ ভিডিঅ’ বোম্বে হাই’ৰ ভিডিঅ’ বুলি ভাইৰেল হৈছে!

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট ক’ৰনা ভাইৰাছে সমগ্ৰ বিশ্বতে সন্ত্ৰাসৰ সৃষ্টি কৰিছে আৰু এতিয়ালৈকে প্ৰায় ৭০ হাজাৰ মানুহ এই ৰোগত ভুগি মৃত্যু মুখত পৰিছে আৰু লাখ লাখ মানুহ আক্ৰান্ত হৈ আছে । ভাৰতৰ দৰে বিশ্বৰ বহুতো দেশত ইতিমধ্যে লক ডাউন ঘোষণা কৰা হৈছে আৰু স্বাভাৱিক জীৱন যাত্ৰা সম্পূৰ্ণভাৱে স্তব্ধ হৈ পৰিছে । মানৱতাৰ চৰম দুৰ্যোগৰ […]

Continue Reading