বাৰানসীৰ সম্পত্তিকেন্দ্ৰীক বিবাদৰ দৃশ্যকে বিভ্ৰান্তিকৰভাৱে মৌলবীৰ ওপৰত আক্ৰমণ বুলি প্ৰচাৰ। 

শেহতীয়াকৈ অসমৰ এটা ফেচবুক একাউণ্টত যোৱা  ২৪ জুন ২০২৬ত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া এখন মাদ্ৰাছাৰ এগৰাকী মৌলবীয়ে বিৰিয়ানীত মাংস নথকাৰ বাবে ওভটাই পঠিওৱাৰ কাৰণে স্থানীয় লোকে মৌলবীগৰাকীক প্ৰহাৰ কৰা দৃশ্য। দৃশ্যটোত ঘটনাৰ স্থান উল্লেখ কৰা নাই যদিও দুটা ফৈদৰ মাজত লাঠি, ইটা আদিৰে মাৰপিট লগা দৃশ্যটোৰ কাৰণ হিচাপে মৌলবীয়ে মাংস নথকা […]

Continue Reading

ইজৰাইলৰ হাইফা বন্দৰৰ দুমাহ পুৰণি দৃশ্যকে ইৰাণৰ শেহতীয়া আক্ৰমণ বুলি দাবী কৰা হৈছে।

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত যোৱা ২০ মে’ ২০২৬ত এটা ভিডিঅ’ আপলোড কৰি সেয়া ইজৰাইলৰ হাইফা বন্দৰত ইৰাণৰ মিছাইল আক্ৰমণৰ ফলত সংঘটিত হোৱা জুই বুলি দাবী কৰিছে। ঘটনাটো উল্লিখিত দিনটোৰ বুলি পোষ্টটোৰ জৰিয়তে দাবী কৰা হৈছে।    Facebook LinkArchived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। সত্যতা […]

Continue Reading

২০২৪ৰ জানুৱাৰীত জাপানত অহা ভূমিকম্পৰ দৃশ্যকে বিভ্ৰান্তিকৰভাৱে ২০২৬ৰ ২১ এপ্ৰিলত জাপানত অহা ভূমিকম্পৰ দৃশ্য বুলি প্ৰচাৰ। 

শেহতীয়াকৈ অসমৰ এটা ফেচবুক একাউণ্টত ২১ এপ্ৰিল ২০২৬ত এটা ভিডিঅ’ আপলোড কৰি সেয়া ২০ এপ্ৰিল ২০২৬ত জাপানত ৭.৪ ৰিখটাৰ প্ৰাবল্যৰ ভূমিকম্পৰ দৃশ্য বুলি দাবী কৰিছে। দৃশ্যটোত লিখিছে–  কালি জাপানত 7’4ৰিখটাৰ স্কেলত বিধ্বংসী ভুমিকম্প। আজি পুৱা বৰষুণৰ মাজতে অসমত 5’2 ৰিঃ ভুমিকম্প। ৰাজনীতিৰ নেতাৰ ঘৃণা ভৰা ভাষণৰ বিশৃংখলতা সৃষ্টিত। মানুহে মনৰ পৰা পৃথিবীখনৰ অৱস্হিতিকেই হেৰাইছে। জাপানত […]

Continue Reading

২০২৫ৰ জুনত ইজৰাইলৰ আকাশত ইৰাণৰ ড্ৰোণ ধ্বংস কৰা পুৰণি দৃশ্যকে শেহতীয়া যুদ্ধৰ সময়ৰ বুলি বিভ্ৰান্তিকৰ দাবী।  

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি সেয়া ইজৰাইলৰ বায়ুসেনাই শেহতীয়া যুদ্ধত ইৰাণৰ যুঁজাৰু বিমান ধ্বংস কৰা দৃশ্য বুলি দাবী কৰিছে। দৃশ্যটোত লিখিছে-   ইজৰাইলৰ আকাশত ইৰাণৰ ধ্বংসলীলা! আকাশতে চাৰখাৰ হ’ল শত্ৰুৰ যুঁজাৰু বিমান। ইজৰাইলী বায়ুসেনাৰ (IAF) হাতত ধৰাশায়ী ইৰাণ। নিজৰ আকাশী সীমা সুৰক্ষিত ৰাখিবলৈ ইজৰাইলে দেখুৱালে এক ভয়ংকৰ ৰূপ। ইজৰাইলৰ এই শ্ৰেষ্ঠত্বৰ ওপৰত […]

Continue Reading

গ্ৰাহকৰ ভৰিত ধৰি দোকানীয়ে কান্দি থকা এই ভিডিঅ’টো স্ক্ৰিপ্টেড বা চিত্ৰনাট্যযুক্ত।  

শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰা দেখা গৈছে। ভিডিঅ’টোত আমি দেখোঁ যে এগৰাকী যুৱতী দোকানীয়ে তেওঁৰ দোকানৰ পৰা এগৰাকী গ্ৰাহকে একো নিকিনাকৈ যাবলৈ ওলাওতে কান্দি কান্দি ভৰিত ধৰিছিল। ব্যৱহাৰকাৰীগৰাকীয়ে এইটো সত্য ঘটনা বুলি দাবী কৰিছে। Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ […]

Continue Reading

এই দৃশ্যটো AI Generated। ইৰাণৰ প্ৰকৃত প্ৰতিবাদৰ দ্বাৰা অনুপ্ৰাণিত হৈ ইয়াক সৃষ্টি কৰা হৈছিল।  

শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰা দেখা গৈছে। ভিডিঅ’টোত আমি দেখোঁ যে এখন চহৰত শত সহস্ৰ লোকে একত্ৰিত হৈ সমদল কৰিছে আৰু প্ৰতিজনৰে হাতৰ মোবাইলৰ ফ্লেশ্বলাইট জ্বলোৱা আছে। ষ্ট্ৰীট লাইট বন্ধ হৈ থকা চহৰখনত মোবাইলৰ অযস্ৰ পোহৰে উজ্বলাই তুলিছে।   Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই […]

Continue Reading

হিজাব খুলি প্ৰতিবাদ কৰা এই যুৱতীগৰাকী ইৰাণৰ নহয়, ফ্ৰান্সৰ সমাজকৰ্মী কেমিল ইৰছহে। 

শেহতীয়াকৈ অসমৰ একাধিক ফেচবুক পেজত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰা দেখা গৈছে। ভিডিঅ’টোত আমি দেখোঁ যে এগৰাকী যুৱতীয়ে হিজাব খুলি পেলাইছে। তাৰ পাছতে তেওঁ পিন্ধি থকা জেকেটটো খুলি দিয়ে আৰু দেখা যায় যে তেওঁ পিন্ধি থকা চোলাটোত ইৰাণৰ শাসক খামেইনীৰ বিৰুদ্ধে এশাৰি বাক্য লিখা আছে। এই ভিডিঅ’টোৰে দাবী কৰা হৈছে যে ইৰাণত এইদৰে এগৰাকী […]

Continue Reading

২০২৪ৰ জানুৱাৰীৰ দৃশ্যকে জাপানৰ শেহতীয়া ভূমিকম্পৰ বুলি বিভ্ৰান্তিকৰভাৱে প্ৰচাৰ কৰা হৈছে।

শেহতীয়াকৈ অসমৰ সামাজিক মাধ্যমত অলপতে জাপানত হৈ যোৱা ভূমিকম্প সম্পৰ্কত অনেক ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। এক সংবাদ মাধ্য়মৰ ফেচবুক পেজত পৰিবেশন কৰা এটা বাতৰিত কেইখনমান ফটো আৰু এটা ভিডিঅ’ জাপানৰ শেহতীয়া ভূমিকম্পৰ বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে। আমি সেই ফটোকেইখন আৰু ভিডিঅ’টোৰ সত্যতা নিৰূপণ কৰিবলৈ চেষ্টা কৰিলোঁ।  Facebook Link Archived Link কিন্তু […]

Continue Reading

এইজন ৰাম মন্দিৰ নিৰ্মাণৰ মূল কাৰিকৰ নহয়। এওঁ কোন জানো আহক।  

শেহতীয়াকৈ যোৱা ২৬ অক্টোবৰ ২০২৫ত অসমৰ ফেচবুক পেজ এটাত এখন ফটো আপলোড কৰি তাত লিখা হৈছে – ৰাম মন্দিৰ নিৰ্মাণৰ আৰঁৰ মূল কাৰিকৰজন। যাৰ নাম হৈছে ইমামুদ্দিন আন্সাৰী। ফটোখনত আমি দুজন ব্যক্তি দেখা পাওঁ। ক’লা চোলা আৰু টুপি পৰিধান কৰি থকা এজন লোকে হাতত মাইক্ৰ’ফোন এটা লৈ আন এজন লোকৰ সৈতে কথা পাতি আছে। পোষ্টটোৰ […]

Continue Reading

মল্লিকাৰ্জুন খাৰ্গেৰ  মূল মন্তব্যক সম্পাদনা কৰি অন্য অৰ্থ প্ৰকাশ কৰা হৈছে।   

যোৱা ৪ চেপ্তেম্বৰ, ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি খাৰ্গেই মন্তব্যৰ জৰিয়তেই দাবী কৰিছে যে ড০ ভূপেন হাজৰিকাক ভাৰতৰত্ন প্ৰদান কৰাৰ বাবে অসন্তুষ্টি প্ৰকাশ কৰিছিল কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খাৰ্গেই। ভিডিঅ’টোত শুনা গৈছে এইদৰে- কল যো ভাৰতৰত্ন এৱাৰ্ড দিয়ে হে, এক গায়ক কো দিয়ে হে, ইচকা বড়া দুখ হে হমে। ভিডিঅ’টোৰ  কেপছনত লিখিছে […]

Continue Reading