যোৱা ২৩ এপ্ৰিল ২০২৫ৰ ভিডিঅ’কে ১৬ মে’ ২০২৫ৰ বুলি মিছাকৈ প্ৰচাৰ।

শেহতীয়াকৈ যোৱা ১৬ মে ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে বাতৰি পঢ়ি থকা এগৰাকী মহিলা সাংবাদিকৰ এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেই ভিডিঅ’টো সেইদিনটোৰ অৰ্থাত ১৬মে’ৰ। তুৰস্কত অহা ভূমিকম্পত এইদৰে বাতৰিৰ মাজতে কম্পিত হৈছিল বুলি কোৱা হৈছে পোষ্টটোত।  Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ […]

Continue Reading

Arma 3 নামৰ ভিডিঅ’গেমৰ দৃশ্যকে পাকিস্তানৰ বিমান ধ্বংস বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে।    

শেহতীয়াকৈ ৬ মে’ৰ মাজৰাতি ভাৰতৰ তৰফৰ পৰা আৰম্ভ কৰা ‘অপাৰেচন সিন্দূৰ’ৰ পাছতেই বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেইল হৈ পৰিছে। অসমৰ কেইগৰাকীমান ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে ভাৰতে পাকিস্তানৰ যুদ্ধবিমান আক্ৰমণ কৰি বগৰাই দিয়া দৃশ্য সেয়া। Facebook Link Archived Link Facebook Link Archived Link অনুৰূপ পোষ্ট ইয়াতো চাব পাৰিব। কিন্তু দাবীটো সত্য […]

Continue Reading

পুৰণি আৰু সংগতিহীন ভিডিঅ’কে অপাৰেচন সিন্দূৰৰ দৃশ্য বুলি প্ৰচাৰ কৰা হৈছে।   

শেহতীয়াকৈ ৬ মে’ৰ মাজৰাতি ভাৰতৰ তৰফৰ পৰা আৰম্ভ কৰা ‘অপাৰেচন সিন্দূৰ’ৰ পাছতেই বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেইল হৈ পৰিছে। অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে ভাৰতে পাকিস্তানৰ ওপৰত অপাৰেচন সিন্দূৰৰ জৰিয়তে আক্ৰমণ কৰাৰ দৃশ্য সেয়া। Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন […]

Continue Reading

কান্দি থকা শিশুটিৰ ভিডিঅ’টো শেহতীয়া পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ সময়ৰ নহয়।  

শেহতীয়াভাবে পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত এটি ক্ৰন্দনৰক শিশুৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। ভিডিঅ’টোৰ প্ৰথম খণ্ডত মৃতদেহৰ কাষত বহি থকা এটি শিশু আৰু আনটো অংশত গাড়ীত কান্দি কান্দি গৈ থকা শিশু এটিক কোনোবাই সান্ত্বনা দি থকা দেখা গৈছে। ভিডিঅ’টো শ্বেয়াৰ কৰি এগৰাকী ব্যৱহৰাকাৰীয়ে দাবী কৰিছে যে শেহতীয়াকৈ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত শিশুটিয়ে পিতৃ-মাতৃক হেৰুৱাইছে।  […]

Continue Reading

নিউজিলেণ্ডৰ বে অ’ভেল ষ্টেডিয়ামৰ ঘটনা এটা পাকিস্তানৰ বুলি বিভ্ৰান্তিৰে প্ৰচাৰ।  

শেহতীয়াভাবে অসমৰ ফেচবুকত এখন চলন্ত ক্ৰিকেট খেলৰ এটা দৃশ্য আপলোড কৰি প্ৰচাৰ কৰা হৈছে যে নিউজিলেণ্ডৰ সৈতে পাকিস্তানে খেলি থকা সময়ত পাকিস্তানৰ ষ্টেডিয়ামত কাৰেণ্ট গুছি গৈছিল। একাধিক ব্যৱহাৰকাৰীয়ে সেই দৃশ্যটো আপলোড কৰি সেয়া পাকিস্তানৰ কোনো ষ্টেডিয়ামত হোৱা ঘটনা বুলি দাবী কৰিছিল।   Facebook Link Archived Link   আন এক ব্যৱহাৰকাৰীয়েও সেইদৰেই দাবী উত্থাপন কৰিছিল। Facebook Link […]

Continue Reading

এআই সন্মিলনত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অৱজ্ঞা কৰা নাছিল। এয়া বিভ্ৰান্তিকৰ দাবী।  

শেহতীয়াভাবে অসমৰ একাংশ ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ শ্বেয়াৰ কৰি দাবী কৰিছে যে অলপতে ফ্ৰান্সত হৈ যোৱা এআই সন্মিলনত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অৱজ্ঞা কৰি অন্য দেশপ্ৰধানসকলৰ সৈতে সৌহাৰ্দ্যমূলক আচৰণ প্ৰদৰ্শন কৰে। এটা পোষ্টত লিখিছেঃ বৰ দুখ পালো ∆∆∆∆∆ ফ্ৰাঞ্চত অনুষ্ঠিত তৃতীয় এ.আই. সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ফ্ৰাঞ্চৰ ৰাষ্ট্ৰপতি এমানুৱেল মাক্ৰনে […]

Continue Reading

আৱামী লীগৰ নেতা মিৰ্জা আলমৰ ঘৰত জুই জ্বলোৱা ফটো মহম্মদ আলীৰ ঘৰৰ বুলি বিভ্ৰান্তিকৰ দাবীৰে প্ৰচাৰ। 

শেহতীয়াভাবে যোৱা ৭ ফেব্ৰুৱাৰী ২০২৫ত অসমৰ এটা ফেচবুক পেজত এখন ফটো আপলোড কৰি সেইখন বাংলাদেশৰ আৱামী লীগৰ নেতা মহম্মদ আলীৰ ঘৰত প্ৰতিবাদকাৰীয়ে অগ্নিসংযোগ কৰা বুলি দাবী কৰিছে। পোষ্টটোত লিখিছেঃ-বাংলাদেশত এফালৰ জ্বলিছে আৱামী লীগৰ নেতা সদস্যৰ ঘৰ। মহম্মদ আলী নামৰ এজন নেতাৰ গৃহ আজি জ্বলাই প্ৰতিবাদকাৰীৰ সমদল। Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি […]

Continue Reading

ফটোখনত জৱাহৰলাল নেহৰুক মাতৃৰ শেষকৃত্য কৰা দেখা গৈছে। সেয়া কুম্ভমেলাৰ গংগা স্নান নহয়। 

শেহতীয়াভাবে যোৱা ৫ ফেব্ৰুৱাৰী ২০২৫ত অসমৰ এটা ফেচবুক পোষ্টত আপলোড কৰা ফটোখনত দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ফটো ব্যৱহাৰ কৰা হৈছে। ফটোখনৰ ওপৰত লিখিছেঃ প্ৰধানমন্ত্ৰী নেহৰুৱে কুম্ভমেলাত গংগা স্নান কৰিছিল..কাৰণ তেওঁ ভণ্ড নাছিল…। মোডীয়ে আজি এইবোৰ কি কৰিলে…!!! এইদৰে দাবী কৰা হৈছে যে পোষ্টটোত ব্যৱহৃত ফটোখনত জৱাহৰলাল নেহৰুৱে কুম্ভমেলাত গংগা […]

Continue Reading

২০২৩ চনৰ অক্টোবাৰৰ ফটো ব্যৱহাৰ কৰি সেয়া ২০২৫ৰ জানুৱাৰীৰ আক্ৰমণৰ ঘটনা বুলি প্ৰচাৰ কৰা হৈছে।  

শেহতীয়াভাৱে  যোৱা ১৭ জানুৱাৰী ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এখন ফটো আপলো়ড কৰি সেইখন সেইদিনটোত গাজাত ইজৰাইলে আক্ৰমণ কৰাৰ পাছৰ ফটো বুলি দাবী কৰিছে। পোষ্টটোত লিখিছেঃ- আকৌ এবাৰ গাজাত ইজৰাইলৰ বিমান আক্ৰমণত ৭৩ জন লোকৰ মৃত্যু । ইজৰাইলৰ বায়ুসেনাই বৃহস্পতিবাৰে গাজা ষ্ট্ৰিপত বিমান আক্ৰমণ চলায়। ইজৰাইলৰ বিমান আক্ৰমণত গাজা ষ্ট্ৰিপত মৃত্যু হৈছে কমেও ৭৩জন পেলেষ্টাইনী। […]

Continue Reading

ৰাহুল গান্ধীয়ে নিজৰ ভাষণত মহাত্মা গান্ধীয়ে অহিংসাৰ ধাৰণাটো কেৱল ইছলামৰ পৰা লোৱা বুলি কোৱা নাছিল। এয়া বিভ্ৰান্তিকৰ দাবী। 

শেহতীয়াভাৱে অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে ৰাহুল গান্ধীয়ে ভাষণ দি থকা এটা ভিডিঅ’ আপলোড কৰিছে, যিটো ভিডিঅ’ত ৰাহুল গান্ধীয়ে মহাত্মা গান্ধীয়ে অহিংসাৰ ধাৰণাটো কেৱল ইছলাম ধৰ্মৰ পৰা লৈছিল বুলি কোৱা শুনা হৈছে। ব্যৱহাৰকাৰীগৰাকীয়ে দাবী কৰিছে যে ৰাহুল গান্ধীয়ে নিজৰ ভাষণত মহাত্মা গান্ধীয়ে অহিংসাৰ ধাৰণাটো কেৱল ইছলামৰ পৰাহে লৈছিল বুলি কৈছিল। কেপছনত লিখিছেঃ- ৰাহুল গান্ধীয়ে কৈছে মহাত্মা […]

Continue Reading