শেহতীয়াকৈ লাডাখত এখন ভাৰতীয় এমআই ১৭ হেলিকপ্টাৰ দুৰ্ঘটনাগ্রস্থ হৈছিল নেকি?

সংৰক্ষিত লিংক শেহতীয়াকৈ ছ’চিয়েল মিডিয়াৰ জৰিয়তে এখন বিশেষ ফটো ভাইৰেল হৈ পৰিছে । ফটোখনত এখন দুৰ্ঘটনাগ্রস্থ হেলিকপ্টাৰ দেখা গৈছে । দাবী কৰা হৈছে যে এইখন শেহতীয়াকৈ লাডাখত দুৰ্ঘটনাগ্রস্থ হোৱা ভাৰতীয় এমআই ১৭ হেলিকপ্টাৰ ।  উক্ত ফটোখন অসমত হোৱাটচ এপ্পৰ জৰিয়তে ভাইৰেল হৈ পৰিছে । বিভিন্নজনে উক্ত ফটোখন শ্বেয়াৰ কৰিছে আৰু এনেকুৱা ঘটনা কিবা সঁচাকৈ ঘটিছে […]

Continue Reading

আম্বালাৰ ওচৰত ৰাফেল যুঁজাৰু বিমান দুৰ্ঘটনাগ্রস্থ হৈছে বুলি ভুৱা স্ক্ৰীনশ্বট ভাইৰেল!

সংৰক্ষিত লিংক শেহতীয়াকৈ এক সন্দেহজনক টুইটৰ স্ক্ৰীনশ্বট ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । উক্ত ভাইৰেল স্ক্ৰীনশ্বটটোত দাবী কৰা হৈছে যে এখন ৰাফেল যুঁজাৰু বিমান আম্বালাৰ ওচৰত কাৰিকৰী বিজুতিৰ বাবে দুৰ্ঘটনাগ্রস্থ হৈছে আৰু এজন পাইলটৰ মৃত্যু হৈছে । উক্ত টুইটটো ভাৰতীয় বায়ু সেনাৰ ভেৰিফাইড টুইটাৰ একাউণ্টৰ পৰা কৰা বুলি দাবী কৰা হৈছে যিহেতু টুইটটোৰ স্ক্ৰীনশ্বটটোত ব্লুটিক […]

Continue Reading

এইটো ভাৰতলৈ শেহতীয়াকৈ অনা ৰাফেল বিমান কেইখনত আকাশ মাৰ্গতে ইন্ধন ভৰাই থকা সময়ৰ ভিডিঅ’ নহয়!

ফেচবুক লিংক । সংৰক্ষিত লিংক যোৱা ২৯ জুলাই, ২০২০ তাৰিখে ফ্ৰান্সৰ পৰা পাঁচখন ৰাফেল বিমান ভাৰতৰ আম্বালা বিমান ঘাটিত আহি উপস্থিত হ’ল । উক্ত বিমান কেইখন ফ্ৰান্সৰ পৰা জুলাই ২৭ তাৰিখে উৰা মাৰিছিল আৰু ৭০০০ কিলোমটাৰ বাট অতিক্ৰম কৰি আহিছে । জনা গৈছে যে উক্ত বিমানকেইখনত আকাশ মাৰ্গতে ইন্ধন ভৰোৱা হৈছিল আৰু শেহতীয়াকৈ এই বিৰল […]

Continue Reading