জয়পুৰৰ ভিডিঅ’ মুম্বাইৰ বুলি মিছা দাবীৰে ভাইৰেল কৰা হৈছে।
শেহতীয়াভাবে অসমৰ হোৱাটছএপত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। বিভিন্ন হোৱাটছএপ গ্ৰুপ আৰু ব্যক্তিগতভাৱেও ব্যৱহাৰকাৰীলৈ সেই ভিডিঅ’টো প্ৰেৰণ কৰি সেই দৃশ্য মুম্বাইৰ বুলি দাবী কৰা হৈছে। দেখা গৈছে যে এটা ব্যস্ত ঘাইপথত এখন জ্বলন্ত গাড়ী স্বয়ংচালিতভাৱে আগুৱাই গৈ আছে। ভিডিঅ’টোৰ ওপৰত সেয়া মুম্বাইৰ মালাডৰ বুলি লিখা থকা দেখা গৈছে। কিন্তু এই দাবী সত্য হয়নে? আমি ফেক্ট […]
Continue Reading