FACT CHECK: বিজেপিৰ সাংসদৰ গালৈ চিয়াহী নিক্ষেপ কৰা ভাইৰেল ভিডিঅ’টো পুৰণি আৰু ইয়াৰ কৃষক আন্দোলনৰ সৈতে কোনোধৰণৰ সম্পৰ্ক নাই!
ছ’চিয়েল মিডিয়াত এনেকুৱা এটা ভিডিঅ’ শ্বেয়াৰ কৰি থকা হৈছে, য’ত এজন বিজেপি সাংসদক হাৰিয়ানাৰ কৃষকে মাৰধৰ কৰি মুখলৈ চিয়াহী দলিয়াই দিয়া দেখা গৈছে আৰু সেই ভিডিঅ’টোত দাবী কৰা হৈছে যে সেয়া চলি থকা কৃষক আন্দোলনৰ দৃশ্য। ভিডিঅ’টোত আমি এদল কৃষকে এজন পাগুৰী পিন্ধা লোকক মাৰপিট কৰা দেখা গৈছে। তাত দাবী কৰি লিখা হৈছে যে প্ৰহৃত […]
Continue Reading