উত্তৰাঞ্চল বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত গেৰুৱা ৰঙৰ স্কাৰ্ফ পিন্ধাটো বাধ্যতামূলক নেকি ?

শেহতীয়াভাৱে উত্তৰাখণ্ডৰ উত্তৰাঞ্চল বিশ্ববিদ্যালয়ে সমাৱৰ্তন অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ বাবে বাধ্যতামূলক ড্ৰেছ কোড প্ৰৱৰ্তন কৰি ক’লা গাউন আৰু টুপিৰ সলনি বাধ্যতামূলকভাৱে গেৰুৱা ৰঙৰ স্কাৰ্ফ পিন্ধিব লাগিব বুলি দাবী কৰা এদল ছাত্ৰ-ছাত্ৰীৰ এখন ফটো ভাইৰেল হৈ পৰিছে। আমাৰ WhatsApp Tipline নম্বৰ 9049053770 ত ইয়াৰ সত্যতা নিৰূপণৰ অনুৰোধৰ সৈতে সেই ফটোখন এগৰাকী ব্যৱহাৰকাৰীয়ে আমালৈ প্ৰেৰণ কৰিছিল।  Archived Link আমি […]

Continue Reading

এই ভিডিঅ’টোত নাচি থকা বৃদ্ধাগৰাকী বলিউড অভিনেত্ৰী বৈজয়ন্তীমালা হয় নেকি ? সত্যটো কি?  

শেহতীয়াভাৱে বলীউডৰ প্ৰবীন অভিনেত্ৰী বৈজয়ন্তীমালা বুলি এগৰাকী বৃদ্ধাই দ্ৰুত তালত নৃত্য কৰা ভিডিঅ’ এটা  ভাইৰেল হৈ পৰিছিল । ভিডিঅ’টোত বৃদ্ধাগৰাকীক আন কেইগৰাকীমান মহিলাই পিছফালৰ পৰা চম্ভালি থকাও দেখা গৈছে।  ৯৯ বছৰ বয়সত অভিনেত্ৰী বৈজয়ন্তীমালাই নৃত্য কৰা বুলি দাবী কৰি সেই ভিডিঅ’টো শ্বেয়াৰ কৰা হৈছে। আমাৰ ফেক্টলাইন নম্বৰ +91 90490 53770ত সেই ভিডিঅ’টো প্ৰেৰণ কৰি এগৰাকী […]

Continue Reading

সঁচাকৈয়ে প্ৰধানমন্ত্ৰীয়ে ২৩৯ টকাৰ বিনামূলীয়া ৰিছাৰ্জ দিছে নেকি?

শেহতীয়াভাবে অসমত হোৱাটছএপ যোগে এটা মেছেজ ভাইৰেল ৰৈ পৰা দেখা গৈছে। এই মেছেজটোত দাবী কৰা হৈছে যে Free Mobile Recharge Scheme নামৰ এক আঁচনিৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে ২৮দিনৰ বাবে ২৩৯চকাৰ বিনামূলীয়া ৰিছাৰ্জ প্ৰদান কৰিছে। ২০২৩ চনৰ ৩০মাৰ্চৰ আগত মেছেজটোত থকা নীলা লিংকটোত ক্লিক কৰি এই সেৱা লাভ কৰিব পাৰিব বুলি মেছেজটো লিখা হৈছে। […]

Continue Reading

চীনদেশত সঁচাকৈয়ে পোক পৰুৱাৰ বৰষুণ হৈছেনে?

শেহতীয়াকৈ চ’চিয়েল মেডিয়াত এটা ভিডিঅ’ভাইৰেল হোৱা দেখা গৈছে। ভিডিঅ’টোত দেখা গৈছে পথত ৰখাই থোৱা গাড়ীবোৰৰ ওপৰত পোক সদৃশ কিছুমান বস্তু পৰি আছে। দাবী কৰা হৈছে যে এয়া চীনৰ দৃশ্য আৰু তাত পোক পৰুৱাৰ বৰষুণ হৈছে। তেনে এটা পোষ্ট আমি ফেচবুকত পালোঁ য’ত লিখা আছিল এইদৰে – “চীনত পোক পৰুৱাৰ বৰষুণ! অসংখ্য পোক-পৰুৱাই সন্ত্ৰাসৰ সৃষ্টি কৰিছে […]

Continue Reading

সঁচাকৈয়ে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা বাতিল কৰা হৈছে নেকি?

শেহতীয়াকৈ অসমত ছেবাৰ দ্বাৰা আয়োজিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দুখনকৈ প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে সেই দুখন কাকতৰ পৰীক্ষাৰ দিন শিক্ষা বিভাগৰ দ্বাৰা মুখ্যমন্ত্ৰীৰ নিৰ্দেশত পুনৰ নিৰ্ধাৰণ কৰা হৈছে। তদুপৰি আন এখন কাকত ফাদিল হোৱা বুলি দুদিন পূৰ্বে ভূৱা খবৰো ভাইৰেল ৰৈ পৰিছিল। এই সময়ছোৱাত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সকলো কাকত ফাদিল হোৱা, সকলো পৰীক্ষা বাতিল কৰি শিক্ষাৰ্থীসকক […]

Continue Reading

সঁচাকৈয়ে হৈ যোৱা পৰীক্ষা চাই মেট্ৰিকৰ ৰিজাল্ট দিব নেকি ছেবাই?

অতি শেহতীয়া ভাবে অসমৰ চ’ছিয়েল মিডিয়াত এখন ফটো ভাইৰেল হৈ পৰিছে য’ত লিখা আছে যে হৈ যোৱা পৰীক্ষা চাই ৰিজাল্ট দিব ছেবাই। মেট্ৰিক পৰীক্ষাৰ্থীলৈ ভাল খবৰ বুলি লিখি এই ফটোখন বিশেষকৈ শ্বেয়াৰচেটৰ দৰে চ’ছিয়েল মিডিয়াত ভাইৰেল কৰা হৈছে।  Archived link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই ইয়াৰ সত্যতা নিৰূপনৰ সিদ্ধান্ত গ্ৰহন কৰিলোঁ। সত্যতা নিৰূপণ পদ্ধতি আমি প্ৰথমে […]

Continue Reading