বংগত মুৰত আঘাত পোৱা বুলি মিছাকৈ প্ৰদৰ্শন কৰা মহিলাৰ সত্যতা ফাদিল।   

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত ৬ মে’ ২০২৬ত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া পশ্চিম বংগৰ শেহতীয়া বিধানসভা নিৰ্বাচনৰ পাছত তৃণমূল কংগ্ৰেছৰ এগৰাকী মহিলা কৰ্মীয়ে মিছাকৈ মুৰত বেণ্ডেজ লগাই বিজেপিৰ কৰ্মীয়ে আঘাত কৰা বুলি বিভ্ৰান্তি প্ৰচাৰ কৰা দৃশ্য। লিখিছে-  তৃণমূল কংগ্ৰেছৰ সমৰ্থকৰ নাটক চাওক। বিজেপি কৰ্ম কৰ্তাই উদঙালে ভণ্ডামী। ৰাইজক বিপথে পৰিচালিত কৰিবলৈ […]

Continue Reading

পশ্চিম বংগত বিজেপিৰ বৃহৎ জয়ৰ পাছতে হাওৰা ব্ৰীজত জয় শ্ৰী ৰাম ধ্বনি দিয়া দাবীটো সত্য নহয়।   

শেহতীয়াকৈ অসমৰ কেইবাটাও ফেচবুক পেজত ৫ মে’ ২০২৬ত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া পশ্চিম বংগৰ শেহতীয়া বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে জয়লাভ কৰাৰ পাছত হাওৰা ব্ৰীজত সমৰ্থকসকলে জয় শ্ৰী ৰাম ধ্বনি দিয়া দৃশ্য। লিখিছে- পশ্চিম বংগত বিজেপিৰ বৃহৎ জয়ৰ পিছতে হাওৰা ব্ৰীজত গুঞ্জৰিছে জয় শ্ৰী ৰাম ধ্বনিৰে। Facebook LinkArchived Link একেই দাবী […]

Continue Reading

তৃণমূল কংগ্ৰেছে প্ৰথম পৰ্যায়ত ১৫,১৬খনো আসন নাপায় বুলি নেতা অনুব্ৰত মণ্ডলে কোৱা নাই।  

শেহতীয়াকৈ অসমৰ কেইটামান ফেচবুক একাউণ্টত ২৪ এপ্ৰিল ২০২৬ত পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতা অনুব্ৰত মণ্ডলে সংবাদ মাধ্যমৰ আগত দিয়া এটা মন্তব্য আপলোড কৰি দাবী কৰিছে যে শেহতীয়া পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ প্ৰসংগত তেওঁ কৈছে যে এই ভোটগ্ৰহণত তৃণমূল কংগ্ৰেছে প্ৰথম পৰ্যায়ত ১৫-১৬খন আসনো লাভ নকৰে। তেওঁৰ মণ্ডব্যত শুনা গৈছে যে – “প্ৰথম পৰ্যায়ত ১৫-১৬খন আসনও […]

Continue Reading

অসমত ডেলিমিটেশ্বন (Delimitation) বা সমষ্টি পুণৰনিৰ্ধাৰণ কি আৰু কিয় গুৰুত্বপূর্ণ – এটা বিস্তৃত ব্যাখ্যা।

ডেলিমিটেশ্বন (Delimitation) বা সমষ্টি পুণৰনিৰ্ধাৰণ মানে কি? ডেলিমিটেশ্বন বুলিলে নিৰ্বাচনী এলেকাৰ (constituency) সীমা পুনৰ নিৰ্ধাৰণ কৰাৰ প্ৰক্ৰিয়াক বুজায়। ইয়াৰ মূল উদ্দেশ্য হৈছে জনসংখ্যাৰ আধাৰত সমান প্ৰতিনিধিত্ব নিশ্চিত কৰা। অৰ্থাৎ, প্ৰতিটো বিধানসভা বা লোকসভা সমষ্টিত প্ৰায় সমান সংখ্যক লোক থাকিব লাগে যাতে ভোটৰ মূল্য সকলো ঠাইতে সমান হয়। ডেলিমিটেশ্বন (Delimitation) কেনেকৈ কৰা হয়? ভাৰতত ডেলিমিটেশ্বন সাধাৰণতে […]

Continue Reading

জুবিন গাৰ্গৰ শেষ যাত্ৰাৰ দৃশ্যকে বিহাৰৰ প্ৰতিবাদ বুলি প্ৰচাৰ কৰা হৈছে।

শেহতীয়াকৈ অসমৰ  এটা ফেচবুক পেজৰ পৰা এটা ভিডিঅ’ আপলোড কৰি দাবী কৰা হৈছে যে সেই দৃশ্য বিহাৰৰ। দাবী কৰা হৈছে যে নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বিহাৰ নিৰ্বাচনৰ ফলাফলক লৈ এই বিশাল প্ৰতিবাদ দেখা গৈছিল বিহাৰত । ১৭ নৱেম্বৰ ২০২৫ত কৰা পোষ্টটোত লিখিছেঃ- সীমাহীন প্ৰতিবাদী মিচিল | নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বিহাৰ নিৰ্বাচনৰ ফলাফলক লৈ এই বিশাল প্ৰতিবাদ […]

Continue Reading

২০২৪ৰ মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত ৫,০৪,৩১৩টা অতিৰিক্ত ভোট গণনা কৰা হৈছিল বুলি মিছাকৈ দাবী কৰা হৈছে। 

শেহতীয়াভাবে অসমৰ একাধিক ফেচবুক পোষ্টত এটা দাবী উত্থাপন কৰা হৈছে যে মহাৰাষ্ট্ৰৰ শেহতীয়া নিৰ্বাচনত ভোট গণনাত মুঠ ভোটতকৈ ৫,০৪,৩১৩টা অতিৰিক্ত ভোট ওলাইছিল। সেই দাবীৰে ভিডিঅ’ বাৰ্তা প্ৰস্তুত কৰাৰ উপৰিও অন্য পোষ্টো কৰা দেখা গৈছে। Facebook Link । Archived Link একেই দাবীৰে কৰা একাধিক পোষ্ট আপোনালোকে ইয়াত, ইয়াত, ইয়াত আৰু ইয়াত চাব পাৰিব। কিন্তু দাবীটো সত্য […]

Continue Reading

ৰাহুল গান্ধীয়ে পিন্ধি থকা চোলাটোত আচলতে “আই লাভ ৱায়নাড” বুলিহে লিখা আছিল।

শেহতীয়াভাবে অসমৰ এটা ফেচবুক একাউণ্টৰ পৰা এখন ফটো শ্বেয়াৰ কৰা হৈছে, য’ত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আই লাভ নফৰট কী দুকান বুলি লিখা এটা টি-চাৰ্ট পিন্ধি থকা দেখা গৈছে। ৰাহুল গান্ধীয়ে সেই চোলাটো পিন্ধা বুলি দাবী কৰা পোষ্টটোত লিখা হৈছে- নফৰট কী দুকান। হিংসাৰ দোকান ভালপায় বোলে ৰাহুল গান্ধীয়ে… Facebook Link Archived Link কিন্তু দাবীটো […]

Continue Reading

এইবাৰৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে ৪০০ পাৰ কৰিব বুলি মল্লিকাৰ্জুন খৰ্গেয়ে সঁচাকৈয়ে কৈছিল নেকি?

ভাৰতত ১৮ সংখ্যক লোকসভাৰ নিৰ্বাচন ২০২৪ চনৰ এপ্ৰিলৰ পৰা মে’ৰ ভিতৰত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। ৰাজনৈতিক দলসমূহ সেই প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে। ইফালে বিৰোধী নেতা তথা কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ এটা ভিডিঅ’ চ’চিয়েল মেডিয়াত দ্ৰুতগতিত শ্বেয়াৰ কৰা হৈছে, য’ত তেওঁ সদনত ভাষণ দিয়া দেখা গৈছে। এই ভিডিঅ’ ক্লিপটো শ্বেয়াৰ কৰাৰ সময়ত দাবী কৰা হৈছে যে […]

Continue Reading