এইখন দিল্লী আৰক্ষীয়ে শেহতীয়া হিংসাত্মক পৰিস্থিতিৰ সময়ত শিশুৰ ওপৰত কৰা লাঠী চার্জৰ ফটো নহয়
শেহতীয়াকৈ নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদত দেশৰ ৰাজধানী দিল্লী উত্তাল হৈ পৰিছিল আৰু ধীৰে ধীৰে এই প্ৰতিবাদে বিক্ষোভৰ ৰূপ ধাৰণ কৰি সাম্প্ৰদায়িক সংঘৰ্ষলৈ ৰূপান্তৰিত হৈছিল । দিল্লীত বিভিন্ন সংঘৰ্ষত ৪০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে । দিল্লী আৰক্ষীৰ বিৰুদ্ধে বিভিন্নজনে বিভিন্নধৰণৰ অভিযোগ তুলিছে । বহুতে অভিযোগ কৰিছে যে দিল্লী আৰক্ষীয়েহে অশান্তি বিয়পাইছে । ছচিয়েল মিডিয়াত […]
Continue Reading