এয়া হৰমুজ প্ৰণালীত চীনা নৌসেনাৰ শেহতীয়া প্ৰতিৰক্ষা ব্যৱস্থাৰ দৃশ্য নহয়।
শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এখন ফটো আপলোড কৰি সেয়া হৰমুজ প্ৰণালীত চীন দেশৰ নৌ সুৰক্ষা ব্যৱস্থাৰ দৃশ্য বুলি দাবী কৰিছে। দৃশ্যটোত লিখিছে– আকাশেৰে MI-28 হেলিকপ্তাৰেৰে ৰাছিয়াই আৰু যুদ্ধ জাহাজেৰে সাগৰত ইৰাণক সুৰক্ষা দি আছে চীনে। Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত […]
Continue Reading
