বিহাৰৰ মুজফ্ফৰনগৰত হোৱা অগ্নিকাণ্ডৰ দৃশ্যকে বাহৰেইনত ইৰাণৰ আক্ৰমণ বুলি মিছাকৈ প্ৰচাৰ।
শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি সেয়া বাহৰেইনত থকা আমেৰিকাৰ সেনাৰ ঘাটিত ইৰাণৰ আক্ৰমণৰ দৃশ্য বুলি দাবী কৰা হৈছে। পোষ্টটোত লিখিছে- ইৰাণৰ বাহৰেইনৰ আমেৰিকাৰ সামৰিক চাৱনিত ভয়ানক আক্ৰমণ। Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ আৰম্ভনীতে […]
Continue Reading
