অৰুণাচলৰ নামছাইত আলফা (স্বাধীন)ৰ বিৰুদ্ধে ভাৰতীয় সেনা আৰু অসম ৰাইফলছৰ যৌথ অভিযান।

যোৱা ২২ অক্টোবৰ, ২০২৫ত অৰুণাচল প্ৰদেশৰ নামছাই জিলাত সেনা আৰু অসম ৰাইফলছৰ যৌথ অভিযানত আলফা(স্বাধীন)ৰ স্বয়ম্ভু চাৰ্জেণ্ট মেজৰ ইৱন অসমৰ মৃত্যু হয়। এই সম্পৰ্কে আমাৰ এক বিশেষ লেখা- কি আছিল ঘটনাটো:  আলফা(স্বাধীন)ৰ দল এটা নামছাই পাৰ হোৱা বুলি চোৰাংচোৱাৰ পৰা তথ্য লাভ কৰাৰ পাছতেই যোৱা ২১ অক্টোবৰৰ মাজনিশা ভাৰতীয় সেনা আৰু অসম ৰাইফলছৰ যৌথ উদ্যোগত […]

Continue Reading

অৰুণাচল প্ৰদেশত লক ডাউনৰ সময়ত খাবলৈ চাউল নথকাৰ বাবে মানুহে সাপ মাৰি খাইছে নেকি?

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে ধীৰে ধীৰে বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । এই বীজাণুৰ আক্ৰমণৰ ফলত চীনত তিনিহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈছে । সমগ্ৰ বিশ্বতে এতিয়ালৈকে মুঠ এক লাখ ৬৫ হেজাৰতকৈ অধিক মানুহৰ এই ভাইৰাছৰ আক্ৰমণৰ ফলত মৃত্যু […]

Continue Reading