এইবাৰ গণতন্ত্ৰ দিৱসত ৰাহুল গান্ধীয়ে বাওঁ হাতেৰে চেল্যুট কৰিছিল নেকি?
শেহতীয়াকৈ ভাৰতে ৭১ সংখ্যক গণতন্ত্ৰ দিৱস উদযাপন কৰিলে । এই দিৱসৰ পাছতেই ছচিয়েল মিডিয়াত ইয়াৰ সমন্ধে বিভিন্ন ধৰণৰ বাতৰি বা ফটো/ভিডিঅ’ বহুল ভাৱে শ্বেয়াৰ হ’ল । এই সময়তে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ এখন বিশেষ ফটো ছচিয়েল মিডিয়াৰ জৰিয়তে ভাইৰেল হৈ পৰিল । ভাইৰেল ফটোখনত ৰাহুল গান্ধীক নিজৰ বাওঁ হাতেৰে চেল্যুট দি থকা দেখা গ’ল আৰু ফটোখনৰ […]
Continue Reading