FACT CHECK: এই ভিডিঅ’টো শেহতীয়াকৈ তালিবানীসকলে আফগানিস্তান দখলৰ পাছত কৰা উল্লাস নহয়!
আফগানিস্তানৰ শেহতীয়া পট পৰিৱৰ্তনৰ ঘটনাবহুল পৰিস্থিতিৰ সময়ত ছ’চিয়েল মিডিয়াত এই সম্পৰ্কে বিভিন্ন ফটো আৰু ভিডিঅ’ সম্বলিত পোষ্ট দেখা গৈছে । এনে ধৰণৰ এক ভিডিঅ’ বৰ্তমান ভাইৰেল হৈ পৰিছে য’ত কিছু অস্ত্ৰধাৰী ব্যক্তিক নাচি আনন্দ কৰি থকা দেখা গৈছে । দাবী কৰা হৈছে যে এইয়া শেহতীয়াকৈ তালিবানৰ আফগানিস্তান দখলৰ পাছত কৰা উল্লাস বা নৃত্য হয় । […]
Continue Reading