এই ফটোখন দিল্লীৰ ৰামলীলা ময়দানত শেহতীয়াকৈ অনুষ্ঠিত বিৰোধী ঐক্য মঞ্চৰ সমাবেশৰ হয়নে?

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ ৩১ মাৰ্চত দিল্লীৰ ৰামলীলা ময়দানত বিৰোধী দলৰ I.N.D.I Alliance ৰ উদ্যোগত এক মেগা ৰেলীৰ আয়োজন কৰা হয়। এনে পৰিপ্ৰেক্ষিতত বিপুল জনসমাগম দেখুওৱা এখন ফটো চ’ছিয়েল মিডিয়াত দ্ৰুতগতিত শ্বেয়াৰ কৰা হৈছে। ফটোখনৰ সৈতে দাবী কৰা হৈছে যে এয়া ৰামলীলা ময়দানত আয়োজিত বিৰোধীৰ মেগা ৰেলীৰ দৃশ্য। Twitter Link | Archived Link […]

Continue Reading

এই ভিডিঅ’টোৰ কৃষক আন্দোলনৰ সৈতে সম্পৰ্ক নাই।

ভাৰতত চলি থকা কৃষক আন্দোলনৰ বহুতো ফটো আৰু ভিডিঅ’ চ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। এনে সময়তে এটা ভিডিঅ’ ফেচবুকত ভাইৰেল হৈছে য’ত এদল প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে পানীৰ কামান ব্যৱহাৰ কৰা দেখা গৈছে। দাবী কৰা হৈছে যে এয়া দিল্লী অভিমুখী কৃষকৰ প্ৰতিবাদ দমন কৰিবলৈ বিজেপি চৰকাৰে লোৱা ব্যৱস্থা। Facebook Link | Archived Link কিন্তু সঁচাকৈয়ে সেয়া কৃষক […]

Continue Reading

দিল্লী এনচিআৰৰ ভূমিকম্প বুলি তুৰস্কৰ পুৰণি দৃশ্য ভাইৰেল কৰা হৈছে। 

শেহতীয়াভাৱে এটা ভিডিঅ অসমৰ হোৱাটছএপত বাৰুকৈয়ে ভাইৰেল হৈছে। ভিডিঅ”টো ভূমিকম্পত আক্ৰান্ত অট্টালিকা আৰু অঞ্চলৰ।  যোৱা মঙলবাৰে দিল্লী এনচিআৰকে ধৰি উত্তৰ ভাৰতৰ বহু ৰাজ্যত ভূমিকম্পৰ কম্পন অনুভৱ কৰা হৈছিল। যাৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৬.২ আছিল। দুপৰীয়া প্ৰায় ২:৫১ মান বজাত ভূমিকম্পৰ প্ৰচণ্ড কম্পন অনুভৱ কৰা হৈছিল। যাৰ কেন্দ্ৰবিন্দু নেপাল বুলি কোৱা হৈছিল। এই ভূমিকম্পৰ সন্দৰ্ভত ছ’চিয়েল […]

Continue Reading

FACT CHECK: সম্পৰ্কহীন ভাৰত-ৰাছিয়া দ্বিপাক্ষিক সন্মিলনৰ ফটো দিল্লীত অনুষ্ঠিত হোৱা বিশ্বৰ শীৰ্ষ চোৰাংচোৱা সংস্থাসমূহৰ বৈঠক বুলি ভাইৰেল

শেহতীয়াকৈ এখন বৈঠকৰ ফটো ছ’চিয়েল মিডিয়াত কেপশ্বনৰ সৈতে শ্বেয়াৰ কৰা হৈছে য’ত দাবী কৰা হৈছে যে ভাৰতৰ ৰ’, ইজৰাইলৰ মোচাদ, আমেৰিকাৰ চিআইএ, ৰাছিয়াৰ কেজিবি আৰু ইংলেণ্ডৰ এমআই6 কে ধৰি ৫ খন দেশৰ চোৰাংচোৱা সংস্থাই শেহতীয়াকৈ দিল্লীত মিলিত হৈছে। ফটোখন ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল, যাৰ ফলত বহুতো ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে বিশ্বাস কৰিছিল যে নতুন দিল্লীত […]

Continue Reading

FACT CHECK: দিল্লীৰ এক সংঘৰ্ষৰ ভিডিঅ’ লনি কাণ্ডৰ সৈতে ভুলকৈ সংযোগ কৰি প্ৰচাৰ কৰি থকা হৈছে

শেহতীয়াভাৱে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে, য’ত দিল্লীৰ গাতে লাগি থকা লনি অঞ্চলত এজন বয়োজ্যেষ্ঠ মু্ছলমান ব্যক্তিক কেইজনমান মানুহে প্ৰহাৰ কৰি থকা দেখা গৈছে। একেই কাণ্ডৰ সৈতে সম্পৰ্ক থকা আন এটা ভিডিঅ’ত এই ব্যক্তিগৰাকীয়ে দাবী কৰিছে যে আক্ৰমনকাৰীয়ে তেওঁৰ দাড়ি কাটি পেলাইছে আৰু তেওঁক ‘জয় শ্ৰী ৰাম’ বুলি ক’বলৈ বাধ্য কৰিছে। কিন্তু উত্তৰ […]

Continue Reading