FACT CHECK: বিয়াৰ দিনা গুটখা চোবাই থকাৰ বাবে কইনাই দৰাক মাৰপিট কৰা ভিডিঅ’টোৰ আঁৰৰ কাহিনী

বিভিন্ন সংবাদ মাধ্যমে এটা ভাইৰেল ভিডিঅ’ৰ ওপৰত ভিত্তি কৰি পৰিবেশন কৰা এটা বাতৰিত দাবী কৰা হৈছে যে এখন বিয়াত এজনী কইনাই গুটখা চোবাই থকা বাবে দৰাক মাৰপিট কৰিছে। বাতৰিসমুহ এটা ভাইৰেল ভিডিঅ’ সম্পৰ্কত ছ’চিয়েল মিডিয়াত দিয়া এটা পোষ্টক কেন্দ্ৰ কৰি কৰা হৈছে।  Facebook Post | Archived Link Facebook Post | Archived Link ভাইৰেল ভিডিঅ’টোত দেখা […]

Continue Reading

FACT CHECK: ভাইৰেল ফটোত দেখা ছোৱালীজনী আইপিএছ বিষয়া নহয়!

ইউনিফৰ্ম পৰিহিত বহুকেইজন ব্যক্তিৰ মাজত হিজাব পিন্ধা এগৰাকী ছোৱালীয়ে পিছফালে মহাৰাষ্ট্ৰ পুলিচৰ বোৰ্ড লগোৱা এখন মেজত বহি থকা এখন ফটো এই দাবীৰে ভাইৰেল কৰা হৈছে যে তেওঁ প্ৰথম মুছলমান আইপিএছ বিষয়া, যি উৰ্দূ মাধ্যমৰ পৰা নিৰ্বাচিত হৈছে।  অসমত এই ফটোখন সেই দাবীৰে সৈতে এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে আপলোড কৰিছিল,যিটো বহুবাৰ শ্বেয়াৰ কৰা হৈছিল আৰু ভাইৰেল হৈ […]

Continue Reading

FACT CHECK: ব্ৰাজিলৰ ভিডিঅ’ জন্মু-কাশ্মীৰত পুলিচে এটা উগ্ৰপন্থীক ধৰাসায়ী কৰা বুলি প্ৰচাৰ কৰা হৈছে

এগৰাকী পুলিচে এজন মটৰ চাইকেল আৰোহীক ট্ৰাফিক ইন্টাৰচেকছনত ধৰাসায়ী কৰি পেলোৱা এটা ভিডিঅ’ এই দাবীৰে ভাইৰেল হৈ পৰিছে যে সেয়া জম্মু-কাশ্মীৰৰ শ্ৰীনগৰৰ দৃশ্য। ভিডিঅ’টোত দেখা গৈছে যে পুলিচৰ গাড়ী এখনে মটৰচাইকেলখনক প্ৰায় খুন্দিয়াব ধৰিছে আৰু আৰোহীজনে পৰি গৈছে, সেই সময়তে পুলিচে কৰায়ত্ব কৰিছে। আৰোহীজনে পলাবলৈ চেষ্টা কৰে আৰু সেই সময়তে পুলিচে তাক বগৰাই ধৰে। তেনেকুৱা […]

Continue Reading

FACT CHECK: ভাইৰেল হোৱা ফটোখনত থকা ছোৱালীজনী অলিম্পিক পদক প্ৰাপক লাভলীনা বৰগোহাঁই নহয়!

অসমৰ বক্সাৰ লাভলীনা বৰগোঁহাইয়ে ট’কিঅ’ অলিম্পিকত পদক লাভ কৰি পদকপ্ৰাপক প্ৰথমগৰাকী খেলূৱৈ হিচাপে ৰাজ্যখনৰ লগতে দেশলৈও গৌৰৱ কঢ়িয়াই আনিছে। কিন্তু অত্যুৎসাহী হৈ কিছুমান লোকে ছোচিয়েল মিডিয়াত বিভিন্ন ভুৱা বাতৰি প্ৰচাৰ কৰি আছে।  তেনেকুৱা এখন সন্দেহজনক ভাইৰেল ফটো হৈছে এগৰাকী যুৱতীয়ে অসমৰ পথাৰত কাম কৰি থকা এখন ফটো। এই ফটোখন প্ৰথম প্ৰকাশ হৈছিল অসমৰ এখন আগশাৰীৰ […]

Continue Reading

FACT CHECK: কাৰাগাৰত বন্দী হৈ থকা অং সান সু চিৰ ভাইৰেল ফটোখন আচলতে সম্পাদিত!

ছোচিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি দাবী কৰা হৈছে যে ম্যানমাৰৰ নবেল বিজয়ী ৰাজনীতিবিদ আং সান সু চিক এটা সৰু কাৰাগাৰত বন্দী কৰি ৰখা হৈছে। পোষ্টটোত সংলগ্ন ফটোত দেখা গৈছে যে আং সান সু চিয়ে কয়দীৰ পোচাক পিন্ধি এটা সৰু কাৰাগাৰত বহি আছে। Original Link- Facebook | Archived Link পোষ্টটোৰ কেপচনত লিখা হৈছে,  “এইজনী এসময়ত […]

Continue Reading

FACT CHECK: এই ভাইৰেল ফটোখনত ৰাষ্টাটোত আঁকি থোৱা বেঁকা ৰেখাডালৰ আঁৰৰ কাহিনী বেলেগ হয়

এটা ৰাষ্টাত গছৰ পাতৰে সৈতে পৰি থকা ডাল এটাৰ কাষত এটা বেঁকা ৰেঁখা অঁকা এখন ফটো বিভিন্ন ছোচিয়েল মিডিয়া প্লেটফৰ্মত বিভিন্ন দাবীৰে আপলোড কৰা হৈছে। তাৰ মাজতে কিছুমানে শিক্ষা ব্যৱস্থাক ঠাট্টা কৰি মন্তব্য কৰিছে আৰু কিছুমানে বিভিন্ন কেপছন দি মীম শ্বেয়াৰ কৰিছে। কিছুমানে দাবী কৰিছে যে এয়া তামিলনাডুৰ এক বিশেষ স্থান আৰু এয়া অদক্ষ কৰ্মচাৰীৰ […]

Continue Reading

FACT CHECK: ভাইৰেল হোৱা স্ক্ৰিনশ্বটত দেখা গো-মাংসৰ পৰা প্ৰাপ্ত উপাদনাসমুহ কেডবেৰী ইণ্ডিয়া ৱেবচাইটৰ নহয়

বিভিন্ন ছোচিয়েল মিডিয়া প্লেটফৰ্মত এটা স্ক্ৰিনশ্বট ভাইৰেল হৈ পৰিছে এই দাবীৰে যে ভাৰতৰ এক মিস্তান্ন উত্পাদক কেডবেৰী ইণ্ডিয়াই তেওঁলোকৰ খাদ্যসমগ্ৰীসমুহত গো-মাংস ব্যৱহাৰ কৰে।  স্ক্ৰিনশ্বটটো কেডবেৰী ৱেবচাইটৰ আৰু তাত লিখা আছেঃ  “অনুগ্ৰহ কৰি মন কৰিব, যদি আমাৰ যিকোনো এটা সামগ্ৰীকে জিলেটিন ব্যৱহাৰ কৰা হয়, আমি ব্যৱহাৰ কৰা সেই জিলেটিন হালাল স্বীকৃতপ্ৰাপ্ত আৰু গো-মাংসৰ পৰা প্ৰাপ্ত।  তালিকাত […]

Continue Reading

FACT CHECK: ছ’চিয়েল মিডিয়াত শ্বেয়াৰ হৈ থকা ‘ব্লেক মেন’ৰ ভিডিঅ’টো অসমৰ নহয়!

ফেচবুকত এটা ভিডিঅ’ এই দাবীৰে ভাইৰেল হৈ পৰিছে যে নামনি অসমখন ‘ব্লেক মেন’ নামৰ এক বিশেষ জীৱৰ আতংকৰ মাজত সোমাই পৰিছে বুলি স্থানীয় লোকসকলে কৈছে। এই ভিডিঅ’টো ঈশান নিউজ নামৰ ফেচবুক পেজটোত আপলোড হোৱাৰ পিছত ভাইৰেল হৈ পৰে। পোষ্টটোত কেপচন লিখা হৈছিল:  “’ব্লেক মেন’ আতংক। কেমেৰাত বন্দী ভয়াৱহ দৃশ্য। মানুহ নে ভূত? ঈশান Exclusive” Original […]

Continue Reading

FACT CHECK: ফ্লিপকাৰ্টৰ ১৫সংখ্যক বৰ্ষপুৰ্তি উপহাৰ বুলি ভাইৰেল হোৱা মেছেজটো ভূৱা

“ফ্লিপকাৰ্ট ১৫সংখ্যক বৰ্ষপুৰ্তি উপহাৰ’ নামৰ এটা লিংক ছোচিয়েল মিডিয়াত এই দাবীৰে ভাইৰেল কৰা হৈছে যে সেই লিংকত ক্লিক কৰি  কোনো লোকে এক অনলাইন চাৰ্ভেইত অংশ লৈ  “এমআই এলেভেন লাইট স্মাৰ্টফোন” জয় কৰিব পাৰিব। অসমত এই লিংকটো হোৱাটছএপযোগে ভাইৰেল হৈ পৰিছে। একেটা মেছেজেই আমাৰ ২৪ঘন্টা আৰু সাতো দিন খোলা থকা ফেক্টলাইন নম্বৰ 904 905 3770লৈয়ো সত্যাসত্য […]

Continue Reading

FACT CHECK: এই ভাইৰেল ভিডিঅ’টোত দিল্লী সংঘৰ্ষৰ অভিযুক্ত মহম্মদ চিৰাজক গুজৰাট ক্ৰাইম ব্ৰান্সে গ্ৰেপ্তাৰ কৰা নাই

ছ’ছিয়েল মিডিয়াত এটা ভিডিঅ’ এই দাবীৰে ভাইৰেল হৈ পৰিছে যে গুজৰাট ক্ৰাইম ব্ৰান্সে দিল্লী সংঘৰ্ষৰ অভিযুক্ত মহম্মধ চিৰাজক গ্ৰেপ্তাৰ কৰিছে। চিচিটিভি কেমেৰাত বন্দী হোৱা এক দৃশ্যত এখন জনবহুল ধাবাত কেইজনমান লোকে এখন টেবুলৰ চাৰিওফালে বহি থকা দেখা গৈছে, যাৰ মাজৰ এজনৰ হাতত এটা মাৰনাস্ত্ৰ আছে। এয়া তেনেকুৱা কেইটামান পোষ্ট: Original Link: Facebook | Archived Link […]

Continue Reading