এই ভিডিঅ’টো পুৰণি আৰু জ্ঞানবাপী মছজিদত শেহতীয়াকৈ শিৱলিংগ উদ্ধাৰ হৈছে বুলি উত্থাপন হোৱা দাবীৰ লগত কোনো সম্পৰ্ক নাই! 

শেহতীয়াকৈ জ্ঞানবাপী মছজিদ চৌহদৰ ভিতৰত শিৱলিংগ আৱিষ্কাৰ হোৱা বুলি দাবীৰ উঠাৰ পাছত এই বাতৰিয়ে সমগ্ৰ দেশতে শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে । বিষয়টো এতিয়াও সমাধান হোৱা নাই কিন্তু তাৰ বিপৰীতে ছ’চিয়েল মিডিয়াত এই বিষয়ে একাধিক বাতৰি ভাইৰেল হৈ পৰিছে আৰু বিভিন্ন ফটো বা ভিডিঅ’ মছজিদৰ ভিতৰত আৱিষ্কাৰ হোৱা শিৱলিংগৰ বুলি দাবী কৰা হৈছে। সেইসময়তে, বাৰাণসীৰ […]

Continue Reading

এই বানপানীৰ ভিডিঅ’টো অসমৰ নহয়! 

অসমত ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ সৈতে বানপানীয়ে বিধ্বংসী ৰূপ ধাৰণ কৰিছে । ৰাজ্যৰ একাধিক স্থানত পথ আৰু ৰে’ল সংযোগ বিচ্ছিন্ন হৈ পৰিছে। ৰাজ্যৰ ২০খন জিলাৰ প্ৰায় ২ লাখ লোক বানপানীৰ কৱলত পৰিছে। ৰাজ্যৰ বিভিন্ন স্থানৰ বানপানী আৰু ভূমিস্খলনৰ ফটো আৰু ভিডিঅ’ৰে ছচিয়েল মিডিয়া ভৰি পৰিছে । এনে সময়তে অসমৰ শেহতীয়া বান পৰিস্থিতিৰ বুলি দাবী কৰি […]

Continue Reading

বেংক অৱ ইংলেণ্ডৰ গৱৰ্ণৰ হিচাপে ৰঘুৰাম ৰাজনক নিযুক্তি দিয়া হৈছেনে? সত্য পঢ়ক!

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গৱৰ্ণৰ ৰঘুৰাম ৰাজনক বেংক অৱ ইংলেণ্ডৰ নতুন গৱৰ্ণৰ হিচাপে নিযুক্তি দিয়া হৈছে বুলি দাবী কৰি বিভিন্ন পোষ্ট তথা আপডেট বৰ্তমান ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী সকলে ৰাজনক বেংক অৱ ইংলেণ্ডৰ নতুন গৱৰ্ণৰ হিচাপে নিযুক্তি পোৱাৰ বাবে অভিনন্দন জনোৱাৰ বিপৰীতে ভাৰত চৰকাৰক সমালোচনা কৰিছে । এনে ধৰণৰ পোষ্ট অসমৰ […]

Continue Reading

শেহতীয়াকৈ ৰাহুল গান্ধী নেপাললৈ যোৱা বিয়াখনত বিজেপি নেতা জ্যোতিৰাদিত্য সিন্ধিয়াও উপস্থিত আছিল নেকি?

শেহতীয়াকৈ, কংগ্ৰেছ নেতা ৰাহুল গান্ধী নেপালত এখন বিয়াৰ বাবে গৈছিল। সেই সময়ছোৱাত, তেওঁলোকে এটা নাইট ক্লাবলৈও গৈছিল। ইতিমধ্যে সেই নিশাৰ কিছু ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে । ইয়াৰ পিছত, এতিয়া আন এখন ছবি ভাইৰেল হৈ পৰিছে । দাবী কৰা হৈছে যে উক্ত বিয়াখনত বিজেপি নেতা জ্যোতিৰাদিত্য সিন্ধিয়াও উপস্থিত আছিল।  ভাইৰেল হৈ থকা ছবিখনৰ লগতে  […]

Continue Reading

ভাইৰেল ভিডিঅ’ত সেইবোৰ ডাইন’চৰৰ পোৱালি নহয়! 

পোৱালি ডাইন’চৰৰ দৰে দেখা প্ৰাণীৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়া প্লেটফৰ্মত ভাইৰেল হৈ পৰিছে । দাবী কৰা হৈছে যে এইয়া প্ৰমাণ যে প্ৰকৃততে বৰ্তমান সময়টো ডাইন’চৰৰ অস্তিত্ব আছে । একেটা ভিডিঅ’ ফেচবুকত একাধিক প্ৰফাইলৰ দ্বাৰা আপলোড কৰা হৈছে । এইটো এনে ধৰণৰ এক ফেচবুক পোষ্ট : “🔹সমুদ্ৰৰ পাৰত বিশেষ জীৱ, সকলোৱে একেমুখে কলে ডাইনাছৰ শেষ হোৱা […]

Continue Reading

ৰাম আৰু সীতাৰ ছবি থকা এক মুদ্ৰা সঁচাকৈয়ে ১৮১৮ চনত প্ৰচলিত আছিল নেকি? সত্যটো জানক!

শেহতীয়াকৈ, ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰা হৈছিল য’ত দাবী কৰা হৈছিল যে ১৮১৮ চনত ব্ৰিটিছ শাসনৰ সময়ত ভাৰতীয় মুদ্ৰাত ৰাম আৰু সীতাৰ ফটো আছিল। পোষ্টটোৰ ছবিখনত এটা মুদ্ৰা দেখা গৈছে য’ত ‘১৮১৮’ বুলি তলত লিখা আছে। মুদ্ৰাটোৰ ওপৰত ৰাম, লক্ষ্মণ, সীতা আৰু হনুমানৰ ছবি আছে। পোষ্টটোৰ শিৰোনামটোত লিখা আছে, “সেই সময়ৰ মুদ্ৰা। সনাতন সত্য, […]

Continue Reading

এই ল’ৰাটোৰ অদ্ভূত আচৰণ পাবজি গেমৰ আসক্তিৰ বাবে নহয়! 

শেহতীয়াকৈ এখন ষ্ট্ৰেচ্ছাৰত পৰি থকা অৱস্থাত হাতেৰে বিভিন্ন ইংগিত দি থকা এজন ল’ৰাৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে । ভিডিঅ’টো এই দাবীৰ সৈতে ভাইৰেল হৈ পৰিছে যে এই ল’ৰাজন মোবাইল গেম, পাবজিৰ প্ৰতি আসক্ত । দাবীটোত কোৱা হৈছে যে এই গেমৰ প্ৰতি তেওঁৰ আসক্তিৰ বাবে তেওঁৰ এই অৱস্থা হৈছে ।  এনে এটা পোষ্ট ১০ এপ্ৰিল, […]

Continue Reading

‘এছবিআই’য়ে আদানী গ্ৰুপৰ ঋণ ৰেহাই দিয়া নাই 

ভাৰতীয় ষ্টেট বেংকে (এছবিআই) আদানী গ্ৰুপৰ ১২,৭৭০ কোটি টকাৰ ঋণ ৰেহাই দিয়া বুলি দাবী কৰা বিভিন্ন ছ’চিয়েল মিডিয়া পোষ্ট শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে।  এনে ধৰণৰ এক ফেচবুক পোষ্ট অসমত ভাইৰেল হৈ পৰিছে য’ত আদানীৰ এখন ফটো আপলোড কৰা হৈছে । উক্ত ফটোখনত “গৌতম আদানীক ১২ হাজাৰ ৭৭০ কোটি ঋণ ৰেহাই দিলে ষ্টেট বেংক অফ ইণ্ডিয়াই” […]

Continue Reading

অসমৰ মুখ্যমন্ত্ৰীৰ কনভয় ৰখাৰ বাবে কোনো ট্ৰেফিক পুলিচক ৰিজাৰ্ভ ক্লজ কৰা হোৱা নাই! 

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয় প্ৰায়ে ছ’চিয়েল মিডিয়াত আলোচনাৰ বিষয় হৈ আহিছে। শেহতীয়াকৈ একাধিক পোষ্ট ভাইৰেল হৈ পৰিছে য’ত কোৱা হৈছে যে মুখ্যমন্ত্ৰীৰ কনভয় চলাচলৰ সময়ত তেওঁৰ কনভয়ক ৰখাই থোৱাৰ বাবে এজন ট্ৰেফিক আৰক্ষী বিষয়াক “ৰিজাৰ্ভ ক্লজ” কৰা হৈছে । পোষ্টসমূহত দাবী কৰা হৈছে যে এই নিৰ্দিষ্ট কনিষ্টবলজনে মুখ্যমন্ত্ৰীৰ কনভয়ক দুই মিনিটৰ বাবে ৰখাইছিল […]

Continue Reading

এক অভিনয়ৰ অংশ হিচাবে অনুপম খেৰক চৰ মৰাৰ এক পুৰণি ভিডিঅ’ শেহতীয়া ঘটনা বুলি ভাইৰেল হৈছে!

শেহতীয়াকৈ কাশ্মীৰ ফাইলছ নামৰ এখন বিতৰ্কিত চিনেমাক লৈ বিভিন্ন লিখনি, ফটো আৰু ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । এনে সময়তে ছবিখনৰ অন্যতম অভিনেতা, অনুপম খেৰৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে এই দাবীৰে যে কাশ্মীৰ ফাইলছ ৰিলীজ হোৱাৰ পিছত ভিডিঅ’টোত দেখাৰ দৰে তেওঁক চৰ মৰা হৈছে ।  এনে এটা পোষ্ট: Facebook Link | Archived Link […]

Continue Reading