ডলী চাইৱালাক মাইক্ৰ’ছফ্ট ১২ৰ ব্ৰেণ্ড এম্বেচেডৰ ঘোষণা কৰা কথাটো অসত্য। এই দাবী বিভ্ৰান্তিকৰ। 

শেহতীয়াভাবে অসমৰ একাধিক ফেচবুক পেজ আৰু ব্যৱহাৰকাৰীয়ে এটা বিশেষ দাবী উত্থাপন কৰি পোষ্ট কৰিছে যে নিজৰ অগতানুগতিক ধৰণ কৰণেৰে  সামাজিক মাধ্যমযোগে বিখ্যাত হৈ পৰা নাগপুৰৰ চাহ দেকানী সুনীল পাটিল ওৰফে ডলী চাইৱালা বিশ্ববিখ্যাত কোম্পানী মাইক্ৰ’ছফ্টৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিযুক্ত হৈছে। গুগল এআইত ডলী চাইৱালাক লৈ বিশেষ ওভাৰভিউ অহা বুলি সেই দাবীসম্বলিত পোষ্টত লিখা হৈছে। তেনেকুৱা […]

Continue Reading

আপোনাৰ আধাৰ কাৰ্ডখনে আপোনাৰ বয়সৰ প্ৰমাণপত্ৰ হিচাপে কাম কৰেনে?

শেহতীয়াভাবে অসমৰ অসমত বিভিন্ন লোকৰ মাজত এটা বাৰ্তা বিয়পি কৰিছে যে এতিয়াৰে পৰা আধাৰ কাৰ্ডখন আৰু কোনো কামত নাহে। ইতিমধ্যেই কাৰ্ডখনৰ প্ৰামাণিক কুশলতা শেষ হৈছে। ই কোনো প্ৰমাণপত্ৰ হিচাপে বিবেচিত নহয় বুলি ব্যাপকভাৱে চৰ্চা আৰম্ভ হৈছে।  এই চৰ্চাৰ আঁৰত আছে দেশৰ উচ্চতম ন্যায়ালয়ৰ এটা শেহতীয়া ৰায়দান। ন্যায়াধিক সঞ্জয় কেৰল আৰু উজ্জ্বল ভূঞাৰ বিচাৰপীঠে ৰায় প্ৰদান […]

Continue Reading

বিহাৰৰ মা মুন্দেশ্বৰী মন্দিৰৰ বিগ্ৰহৰ ফটো অসমৰ ৰঙিয়াৰ বাৰ্মিজ ফিল্ডৰ কোনো ভগবানৰ বিগ্ৰহৰ ফটো বুলি দাবী কৰি প্ৰচাৰ।

শেহতীয়াভাবে অসমৰ এটা ফেচবুক পেজৰ পৰা এখন বিশেষ ফটো আপলোড কৰি কেপছনত লিখা হৈছে বাৰ্মিজ ফিল্ড ৰঙিয়া বুলি। ফটোখন ভগবানৰ এটি বিগ্ৰহৰ। ফটোখনৰ ওপৰত প্ৰশ্নবোধকভাৱে লিখা হৈছে বুদ্ধৰ মুৰ্তি হয়নে? বুলি। অৰ্থাত সেই ফটোখন অসমৰ কামৰূপ জিলাৰ ৰঙিয়াৰ বাৰ্মিজ ফিল্ডত উদ্ধাৰ হোৱা বা বাৰ্মিজ ফিল্ডত থকা বুদ্ধদেৱৰ মুৰ্তি বুলি দাবী কৰা হৈছে।   Facebook Link । […]

Continue Reading

Y ক্ৰম’জম ক্ৰমান্বয়ে নোহোৱা হৈ গৈ এসময়ত পুৰুষ প্ৰজাতিটো নিঃশেষ হৈ যাব  নেকি? জানক সবিশেষ।

শেহতীয়াভাবে অসমৰ এটা ফেচবুক পেজৰ পৰা এটা ভিডিঅ’ বাৰ্তা প্ৰচাৰ কৰা হৈছে যে বিশ্বত ভৱিষ্যতে বিলুপ্ত হ’ব পুৰুষ। ভিডিঅ’টোত উল্লেখ কৰা হৈছে যে ভৱিষ্যতে বিশ্বত মহিলাই আধিপত্য বিস্তাৰ কৰিব, মহিলাৰ হাতলৈ যাব বিশ্ব। আগন্তুক সময়ত পৃথিৱীত কেৱল মহিলাৰ হে জন্ম হ’ব, পুৰুষৰ জন্মৰ হাৰ প্ৰায় নাইকিয়া হৈ পৰিব। ইয়াকো কোৱা হৈছে যে এটা সমীক্ষাত দাবী […]

Continue Reading

জয়পুৰৰ ভিডিঅ’ মুম্বাইৰ বুলি মিছা দাবীৰে ভাইৰেল কৰা হৈছে।

শেহতীয়াভাবে অসমৰ হোৱাটছএপত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। বিভিন্ন হোৱাটছএপ গ্ৰুপ আৰু ব্যক্তিগতভাৱেও ব্যৱহাৰকাৰীলৈ সেই ভিডিঅ’টো প্ৰেৰণ কৰি সেই দৃশ্য মুম্বাইৰ বুলি দাবী কৰা হৈছে। দেখা গৈছে যে এটা ব্যস্ত ঘাইপথত এখন জ্বলন্ত গাড়ী স্বয়ংচালিতভাৱে আগুৱাই গৈ আছে। ভিডিঅ’টোৰ ওপৰত সেয়া মুম্বাইৰ মালাডৰ বুলি লিখা থকা দেখা গৈছে। কিন্তু এই দাবী সত্য হয়নে?  আমি ফেক্ট […]

Continue Reading

কিহৰ বাবে আজি ছাহাৰা মৰুভূমিতো বানপানী হৈছে।  বিশ্বৰ বতৰ পৰিৱৰ্তনৰ কাৰক আৰু বিৰূপ প্ৰভাৱৰ পৰা পৰিত্ৰানৰ উপায় সম্পৰ্কত আমাৰ এক বিশ্লেষণাত্মক লেখা।

শেহতীয়াভাবে বিশ্বৰ সৰ্ববৃহত মৰুভূমি ছাহাৰাত হোৱা বানপানীৰ বাতৰিয়ে বিশ্বৰ দৃষ্টি আকৰ্শন কৰায়ে নহয়, বহুলোকক চিন্তিতও কৰি তুলিছে। কাৰণ পৰিবেশতন্ত্ৰৰ পৰিৱৰ্তনৰ বাবে এইদৰে এখন মৰুভূমি প্লাৱিত হৈ পৰাটো বিশ্বৰ আগশাৰীৰ পৰিবেশবিদসকলৰ বাবে এক চিন্তাৰ কাৰণ। মৰক্কোত দুদিন ধৰি হোৱা বৰষুণৰ বাবে এইদৰে ছাহাৰা মৰুভূমিৰ বিস্তিৰ্ণ এলেকা প্লাৱিত হৈ পৰা দেখা গৈছে। অসমৰ সংবাদ মাধ্যমতো সেই বাতৰিয়ে […]

Continue Reading

২০০৪ চনৰে ফটো ব্যৱহাৰ কৰি ইজৰাইলৰ সেনাৰ ওপৰত চলা শেহতীয়া আক্ৰমণৰ পাছৰ ফটো বুলি প্ৰসংগ সংগতিহীন দাবী উত্থাপন কৰা হৈছে ফেচবুকত।

শেহতীয়াভাবে অসমৰ এটা ফেচবুক পেজত এখন বিশেষ ফটো শ্বেয়াৰ কৰি কেপছনত এটা বাতৰি লিখা হৈছে। লিখিছে-ইজৰাইলৰ স্থানীয় নিউজ চেনেল, চেনেল ১২ৰ খবৰ…সেনা ছাউনীত যোৱা ৰাতি হোৱা আক্ৰমণত নিহত হৈছে ১৫ জন ইজৰাইলী সৈনিক আৰু আহত হৈছে ১০০ৰো অধিক। ইজৰাইলৰ ছয়খন চিকিৎসালয়ত আহত সেনাক ভৰ্ত্তি। হাইফাৰ জনতাক তেজ দান কৰিবলৈ আহ্বান চৰকাৰৰ। সেনা ছাউনীত ইয়াৰ পূৰ্বে […]

Continue Reading

২০২৩ চনৰ আগষ্টৰে লেবানন-ইজৰাইলৰ ব্লু লাইন বোৰ্ডাৰৰ পুৰণি ফটো ভাৰতীয় সেনা জোৱানে ইজৰাইল আক্ৰমণৰ প্ৰতিবাদ কৰা বুলি মিছা দাবীৰে প্ৰচাৰ কৰা হৈছে। 

শেহতীয়াভাবে অসমৰ এটা ফেচবুক পেজত এখন বিশেষ ফটোৰ ওপৰত – “লেবানন সীমান্তত ইজৰাইলৰ আক্ৰমণৰ সমুখীন হোৱা আমাৰ ভাৰতীয় সেনাৰ প্ৰতিবাদ” বুলি লিখি আপলোড কৰি দাবী কৰা হৈছে যে ইজৰাইলৰ শেহতীয়া আক্ৰমণৰ বাবে তাত নিয়োজিত ভাৰতীয় সেই এইদৰে হাতত প্লাকাৰ্ড লৈ প্ৰতিবাদ কৰিছে।  Facebook Link । Archived Link কিন্তু এই দাবী সত্য হয়নে?  আমি ফেক্ট ক্ৰেছেণ্ডো […]

Continue Reading

হায়দৰাবাদৰ ভিডিঅ’ অসমৰ কৰিমগঞ্জত দুৰ্গা পূজা মণ্ডপ লণ্ডভণ্ড বুলি মিছা দাবীৰে ভাইৰেল কৰা হৈছে।  

শেহতীয়াভাবে অসমৰ হোৱাটছএপত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈছে যিটো ভিডিঅ’ত দেখা গৈছে যে  এখন দুৰ্গা পূজা মণ্ডপ লণ্ডভণ্ড কৰা হৈছে। তাত থকা দুৰ্গা প্ৰতিমাটোও ভাঙিছে। চৌপাশে সিচৰতি হৈ পৰি আছে বিভিন্ন পূজাৰ সামগ্ৰী। দাবী কৰা হৈছে যে সেয়া কৰিমগঞ্জৰ ঘটনা আৰু কোনো মুছলমান লোকে সেই কাণ্ড সংঘটিত কৰিছে। আমাৰ ফেক্টলাইন নম্বৰ 9049053770লৈয়ো সেই ভিডিঅ’টো একেই […]

Continue Reading

বোৰ্খা পিন্ধি অহা মহিলাক দুৰ্গা পূজা মণ্ডপত সোমাব নিদিয়া ভিডিঅ’টো স্ক্ৰিপ্টেড অৰ্থাত চিত্ৰনাট্যযুক্ত।

শেহতীয়াভাবে অসমৰ হোৱাটছএপত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈছে যিটো ভিডিঅ’ত দেখা গৈছে যে এখন দুৰ্গা পূজা মণ্ডপত পুৰোহিত সমন্বিতে আন লোকো আছে। সেই মণ্ডপলৈ এগৰাকী বোৰ্খা পৰিহিত মহিলা আহি দেৱীৰ সেৱা ল’ব বিচাৰিছে। সেই সময়ত পুৰোহিতগাৰকীয়ে মহিলাগৰাকীক বাধা প্ৰদান কৰিছে আৰু অৱশেষত বোৰ্খা খুলাৰ পাছত হে তেওঁক মণ্ডপত প্ৰৱেশ কৰাৰ অনুমতি প্ৰদান কৰা হৈছে। আমাৰ […]

Continue Reading