FACT CHECK: চিডিএছ জেনেৰেল ৰাৱটৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ সৈতে এই ভিডিঅ’ৰ কোনো সম্পৰ্ক নাই!

ভাৰতৰ প্ৰথম চীফ অব ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱটক কঢ়িয়াই নিয়া এখন সামৰিক হেলিকপ্টাৰ তামিলনাডুত দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত তেওঁৰ ৮ ডিচেম্বৰত মৃত্যু হয় । ভাৰতীয় বায়ু সেনাই অফিচিয়েল টুইটাৰ হেণ্ডেলৰ পৰা টুইট কৰি জনাই যে তেওঁৰ পত্নী মধুলিকা ৰাৱট আৰু বিমানত থকা আন ১১ জন ব্যক্তিৰো দুৰ্ঘটনাটোত মৃত্যু হৈছে। ২০২১ চনৰ ৮ ডিচেম্বৰত বাতৰিটো প্ৰকাশ […]

Continue Reading

FACT CHECK: এইটো পুৰণি ভিডিঅ’ আৰু নাগালেণ্ডৰ গুলীচালনা ঘটনাৰ সৈতে কোনো সম্পৰ্ক নাই!

যোৱা ৪ ডিচেম্বৰত, নাগালেণ্ডৰ এখন জিলা মনত ১৪ জন সাধাৰণ লোকক গুলীয়াই হত্যা কৰা হৈছিল। সুৰক্ষা বাহিনীয়ে শ্ৰমিকৰ এটা দলৰ ওপৰত গুলী চালনা কৰিছিল যিয়ে তেওঁলোকক বিদ্ৰোহী বুলি ভুলকৈ ধাৰণা কৈছিল। চৰকাৰে এই বিষয়ত এক উচ্চ-পৰ্যায়ৰ তদন্তৰ প্ৰতিশ্ৰুতি দিছে। এই ঘটনাই নাগালেণ্ডত উত্তেজনাৰ সৃষ্টি কৰিছে, যাৰ ফলত চৰকাৰে ৰাজ্যখনত শান্তি বজাই ৰাখিবলৈ আহ্বান জনাইছে । […]

Continue Reading

FACT CHECK: চিৰিয়াৰ পুৰণি ভিডিঅ’ বিপিন ৰাৱটৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ ভিডিঅ’ বুলি শ্বেয়াৰ কৰা হৈছে!

তামিলনাডুত এখন সামৰিক হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত ভাৰতৰ প্ৰথম চীফ অব ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱটৰ আজি মৃত্যু হয়। ভাৰতীয় বায়ু সেনাই টুইট কৰিছে যে তেওঁৰ পত্নী মধুলিকা ৰাৱট আৰু বিমানত থকা আন ১১ জন ব্যক্তিৰো দুৰ্ঘটনাটোত মৃত্যু হৈছে। এই বাতৰিটো প্ৰকাশ হোৱাৰ লগে লগে ইণ্টাৰনেটত ৰাৱটৰ হেলিকপ্টাৰ দুৰ্ঘটনা বুলি দাবী কৰি কেইবাটাও পুৰণি ভিডিঅ’ […]

Continue Reading

FACT CHECK: বটচৱানাৰ হাতী যুঁজৰ পুৰণি ভিডিঅ’ অসমৰ গোৱালপাৰাৰ বুলি শ্বেয়াৰ কৰা হৈছে!

অসমৰ গোৱালপাৰাত কেমেৰাত বন্দী হোৱাৰ দাবীৰে অসমৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত দুটা হাতীয়ে কিছুমান জোপোহাৰ মাজত এক স্থানত যুঁজি থকা এক ভিডিঅ’ ভাইৰেল হৈ পৰিছে । ভিডিঅ’টোত মানুহৰ মাত কথা তথা শব্দৰ উপৰিও কিছু যান-বাহনৰ শব্দ আছে যেন ওচৰতে এটা ব্যস্ত ৰাস্তা আছে ।  ফেচবুকত এনে এটা পোষ্ট আছে যিটো ১ ডিচেম্বৰ, ২০২১ তাৰিখে আপলোড কৰাৰ […]

Continue Reading

FACT CHECK: এইখন কাশী বিশ্বনাথ মন্দিৰৰ ছবি নহয়!

বিভিন্ন সংবাদ মাধ্যমৰ প্ৰতিবেদনৰ জৰিয়তে আমি অৱগত যে প্ৰধানমন্ত্ৰী মোদীয়ে বাৰাণসীৰ উন্নয়নৰ অংশ হিচাবে ১৩ ডিচেম্বৰত বাৰাণসীত কাশী বিশ্বনাথ মন্দিৰ কৰিডৰ প্ৰকল্প উদ্বোধন কৰিব। প্ৰকল্পটোৱে বাৰাণসী চহৰৰ চেহেৰা সলনি কৰিব বুলি কোৱা হৈছে। এনে সময়তে সুন্দৰ ৰূপে জিলিকি থকা মন্দিৰৰ এখন ছবি ছ’চিয়েল মিডিয়াত প্ৰচাৰ হৈছে আৰু ভাইৰেল হৈ পৰিছে ।  অসমতো উক্ত মন্দিৰৰ ছবিখন […]

Continue Reading

FACT CHECK: ৰতন টাটা আৰু টিচিএছে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ৩০০০ কোটি টকা দানৰ আশ্বাস দিছে নেকি?

শেহতীয়াকৈ উদ্যোগপতি ৰতন টাটাই অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে বৃহৎ পৰিমাণৰ ধন ৰাশিৰে সহায়ৰ আশ্বাস দিছে বুলি দাবী কৰা একাধিক ফেচবুক পোষ্ট অসমত ভাইৰেল হৈ পৰিছে। ভাইৰেল পোষ্টবোৰত আৰু দাবী কৰা হৈছে যে ৩০০০ কোটি টকা হৈছে এই আশ্বাস কৰা ধন ৰাশিৰ পৰিমাণ। টাটা পৰিয়ালৰ দ্বাৰা প্ৰতিষ্ঠা কৰা টিচিএছ (টাটা কনচাল্টেন্সি চাৰ্ভিচেছ)ৰ নামও পোষ্ট সমূহত […]

Continue Reading

FACT CHECK: এটা পুৰণি ভিডিঅ’ মিছা দাবীৰ সৈতে পুনৰ প্ৰচাৰিত হৈছে যে এইটো শেহতীয়াকৈ দিল্লী-ডুবাই স্পাইচজেট বিমানত সংঘটিত এক চুৰি ঘটনাৰ হয়

শেহতীয়াকৈ অসমত ফেচবুকৰ দৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম আৰু হোৱাটছএপৰ দৰে মেচেজিং প্লেটফৰ্মৰ জৰিয়তে এটা দাবী ভাইৰেল হৈ পৰিছে যে শেহতীয়াকৈ দিল্লী-ডুবাই স্পাইচজেটৰ বিমানৰ পৰা মূল্যৱান সামগ্ৰী চুৰি হৈছে। সপ্তাহান্তত ভাইৰেল হোৱা দাবীটোৰ সৈতে এটা ভিডিঅ’ আৰু একেটা ভিডিঅ’ৰ স্ক্ৰীণশ্বটও শ্বেয়াৰ কৰা হৈছে। দাবীৰ সৈতে আপলোড কৰা ফেচবুক পোষ্টবোৰ : Facebook Link | Archived Link Facebook […]

Continue Reading

FACT CHECK: শ্ৰীনগৰ চিকিৎসা মহাবিদ্যালয়ৰ ১০০ জন শিক্ষাৰ্থীয়ে পাকিস্তান জিন্দাবাদৰ শ্ল’গান দিয়াৰ বাবে ডিগ্ৰী নাপাব নেকি? সত্যটো কি জানক!

শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা টি-২০ ক্ৰিকেট বিশ্বকাপত পাকিস্তানে ভাৰত-পাকিস্তানৰ মেচখন জিকিছিল। তাৰ পিছত কাশ্মীৰৰ কিছুমান মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পাকিস্তানৰ বিজয় উদযাপন কৰা কিছু ভিডিঅ’ ভাইৰেল হৈ পৰিছিল। এই সন্দৰ্ভত এটা বাৰ্তা সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে । ই দাবী কৰে যে “শ্ৰীনগৰ চিকিৎসা মহাবিদ্যালয়ত পাকিস্তান জিন্দাবাদৰ শ্ল’গান দিয়া ১০০ জন শিক্ষাৰ্থীৰ ডিগ্ৰী বাতিল কৰা হৈছে আৰু […]

Continue Reading

FACT CHECK: পাকিস্তানী মৌলানা তাৰিক জামিল পথ দুৰ্ঘটনাত আহত হোৱাৰ বাতৰি মিছা

শেহতীয়াকৈ, ছ’চিয়েল মিডিয়া ফেচবুকত এটা পোষ্ট শ্বেয়াৰ কৰা হৈছিল য’ত দাবী কৰা হৈছিল যে বিখ্যাত পাকিস্তানী মৌলানা তাৰিক জামিল এক পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে। পোষ্টটোত দুখন ফটোৰ এটা ক’লাজ আছে য’ত বগা পোছাক পিন্ধা এজন মানুহ বাওঁফালে ৰক্তক্ষয়ী অৱস্থাত বিচনাত পৰি আছে আৰু সোঁফালে তাৰিক জামিলৰ এখন ছবি আছে। পোষ্টটোৰ শিৰোনামটোত লিখা আছে, “উপমহাদেশৰ […]

Continue Reading

FACT CHECK: এই ভিডিঅ’টো ভাৰতীয় নৌসেনাৰ দ্বাৰা দেৱালী উদযাপনৰ নহয়!

দেৱালীৰ পিছত প্ৰতি বছৰে দেৱালী উদযাপনৰ সৈতে সম্পৰ্কিত ফৰৱাৰ্ড বাৰ্তাৰ এক ‘স্পাইক’ থাকে । যদিও মহামাৰীৰ পিছৰ পৰিস্থিতিয়ে উৎসাহ অলপ হ্ৰাস কৰিছে, এই বছৰো দেৱালী উদযাপনৰ সন্দৰ্ভত সামাজিক মাধ্যম আৰু মেচেজিং প্লেটফৰ্মৰ জৰিয়তে বিভিন্ন ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে।  শেহতীয়াকৈ অসমত হোৱাটছএপত আলোকিত জাহাজ আৰু আতচবাজীৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে আৰু দাবী কৰা […]

Continue Reading