১০৯ বছৰীয়া থাই মানুহৰ ভিডিঅ’ ২০০ বছৰীয়া হিমালয়ৰ সন্ন্যাসী হিচাপে মিছাকৈ ভাইৰেল!

এজন দুৰ্বল বৃদ্ধৰ এটা ভিডিঅ’ এক অস্বাভাৱিক দাবীৰ সৈতে ভাইৰেল হৈ আছে। ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে এজন গেৰুৱা পোছাক পিন্ধা ব্যক্তিয়ে তেওঁক হিমালয়ৰ এজন ২০০ বছৰীয়া সন্ন্যাসী বুলি দাবী কৰাৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে। Archived Link | Archived Video Link অনুসন্ধানৰ পাছত আমি জানিব পাৰিলোঁ যে এই ভিডিঅ’টোৰ সৈতে ভাইৰেল হোৱা দাবীবোৰ মিছা। এজন অতি বৃদ্ধ ব্যক্তিয়ে […]

Continue Reading

শ্বাহৰুখ খানে লতা মংগেশকাৰৰ নশ্বৰ দেহত থু পেলোৱা নাছিল; তেওঁ মাস্ক খুলি কি কৰিছিল জানি লওক!

ভাৰত ৰত্ন লতা মংগেশকাৰৰ দেওবাৰে ৯২ বছৰ বয়সত মৃত্যু হয় । ক’ৰনা আৰু নিমোনিয়াত আক্ৰান্ত হোৱাৰ পিছত তেওঁক যোৱা এমাহ ধৰি মুম্বাইৰ ব্ৰিজ কেণ্ডি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া দেওবাৰে সন্ধিয়া অনুষ্ঠিত হৈছিল । প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীকে ধৰি বলীউডৰ কেইবাজনো তাৰকাই তেওঁক শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিছিল ।  অভিনেতা শ্বাহৰুখ খানে ছচিয়েল মিডিয়াত শ্ৰদ্ধাঞ্জলি […]

Continue Reading

প্ৰাক্তন এডাল্ট তাৰকা মিয়া খলিফাৰ মৃত্যু হৈছে বুলি উৰা বাতৰি প্ৰচাৰ হৈছে!  

ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা পোষ্টত দাবী কৰা হৈছে যে প্ৰাক্তন এডাল্ট তাৰকা মিয়া খলিফাৰ মৃত্যু হৈছে। এনে ধৰণৰ পোষ্ট অসমৰ বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো ভাইৰেল হৈ পৰিছে ।  এই বাৰ্তাটো হোৱাটছএপত বহুল ভাৱে প্ৰচাৰ হৈছে আৰু ফেক্ট ক্ৰেচেণ্ডোৱে ইয়াৰ হোৱাটছএপ ফেক্ট লাইন নম্বৰ ৯০৪৯০৫৩৭৭০ প্ৰমাণীকৰণৰ বাবে এই পোষ্টাৰখন লাভ কৰিছে। Archived Link ফেক্ট ক্ৰেচেণ্ডোৱে দাবীটো […]

Continue Reading

ভাইৰেল ক’লাজত যোগী আদিত্যনাথে গৰুৰ প্ৰস্ৰাৱ পান কৰা দেখুওৱা ছবিখন মৰ্ফ কৰা হৈছে

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ দুখন ছবিৰ এটা ক’লাজ অসমৰ ফেচবুক ব্যৱহাৰকাৰীসকলৰ মাজত সামাজিক মাধ্যমৰ যোগেদি ভাইৰেল হৈ আছে। ক’লাজ এখনত যোগী আদিত্যনাথক গাখীৰৰ দৰে দেখা পোৱা দ্ৰৱ্য পানীত ঢালি থকা দেখা গৈছে আৰু আনখন ছবিত তেওঁক উৎসৰ পৰা পোনপটীয়াকৈ গৰুৰ প্ৰস্ৰাৱ খোৱা দেখা গৈছে। ক’লাজটোত কিছু কথাও লিখা আছে। ইয়াত এনে এটা পোষ্ট আছে: […]

Continue Reading

ক্ষমতালৈ অহাৰ পিছত উত্তৰ প্ৰদেশত ২০০০ মছজিদ নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিয়া নাই অখিলেশ যাদৱে!

শেহতীয়াকৈ সমাজবাদী পাৰ্টিৰ নেতা অখিলেশ যাদৱৰ উদ্ধৃতি দেখুওৱা এখন পোষ্টাৰ অসমত সামাজিক মাধ্যমৰ যোগেদি ব্যাপকভাৱে প্ৰচাৰিত হৈছে। পোষ্টাৰখনত দাবী কৰা হৈছে যে অখিলেশ যাদৱে নিৰ্বাচনত জয়ী হ’লে ২০০০ মছজিদ নিৰ্মাণ, দলিত আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে সংৰক্ষণ হ্ৰাস কৰা আৰু মুছলমানসকলক ৩০ শতাংশ সংৰক্ষণ দিয়াৰ প্ৰতিশ্ৰুতি দিছে। পোষ্টাৰখনে আৰু দাবী কৰিছে যে লাভ জিহাদৰ আইন […]

Continue Reading

Artificial Sun: এই ভিডিঅ’টো চীনে তৈয়াৰ কৰা মানৱ-নিৰ্মিত সূৰ্যৰ নেকি?

জানুৱাৰী ২০২২ত, চীনে এটা কৃত্ৰিম সূৰ্য উৎক্ষেপণ কৰা বুলি দাবীৰে এটা ভিডিঅ’ সামাজিক মাধ্যমত প্ৰচাৰ হোৱাৰ লগে লগে উক্ত ভিডিঅ’টোৱে লাখ লাখ দৰ্শন লাভ কৰিছে । বিভিন্নজনে উক্ত ভিডিঅ’টো ফেচবুকত আপলোড কৰিছে আৰু দাবী কৰিছে যে এইয়া চীনে উৎক্ষেপণ কৰা এটা কৃত্ৰিম সূৰ্য হয় । অসমতো উক্ত ভিডিঅ’টো বিভিন্ন ফেচবুক প্ৰফাইল তথা পে’জৰ পৰা আপলোড […]

Continue Reading

বলীউড অভিনেত্ৰী সোণালী বেন্দ্ৰেৰ ছবি ভুলকৈ এগৰাকী ফেশ্বন ডিজাইনাৰ হিচাপে ভাইৰেল হৈছে!

অসমৰ বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মত দীঘলীয়া অনুপ্ৰেৰণামূলক শিৰোনামৰ সৈতে ওপৰত অলপ লিখনি থকা দুখন ছবিৰ এটা ক’লাজ ভাইৰেল হৈ আছে। ক’লাজটোত একেগৰাকী মহিলাৰ দুখন ছবি আছে, এখনত চিকিৎসালয়ৰ বিচনাৰ দৰে দেখাত এখন বিচনাত মহিলা গৰাকীক শুই থকা দেখা গৈছে আৰু আনটোত মহিলাগৰাকীক চুটি চুলিৰে সৈতে দেখা গৈছে। শিৰোনামটোত দাবী কৰা হৈছে যে ছবিখনত থকা ব্যক্তিজন […]

Continue Reading

FACT CHECK: ভাইৰেল ফটোখনত থকা ব্যক্তিজন জন ফৰ্ড নহয় আৰু তেওঁ ইছলাম ধৰ্ম গ্ৰহণ কৰা নাই!

শেহতীয়াকৈ, ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰা হৈছিল য’ত দাবী কৰা হৈছিল যে ফটোত দেখা পোৱা ব্যক্তিজন বিশ্বৰ অন্যতম ধনী ব্যক্তি জন ফৰ্ড হয় । দাবী কৰা হৈছে যে তেওঁ ইছলাম ধৰ্ম গ্ৰহণ কৰিছে আৰু আৱেগিক হৈ তেওঁ এইদৰে কান্দি পেলাইছে । পোষ্টটোত থকা ফটোখনত এজন বৃদ্ধ ব্যক্তিয়ে কান্দি থকা দেখা গৈছে।  উক্ত ফটোখন এই […]

Continue Reading

FACT CHECK: উত্তৰ প্ৰদেশৰ এখন মহাবিদ্যালয়ত ৰাতিপুৱা সভাত উপস্থিত থকা ছোৱালীৰ ছবি কেৰেলাৰ বুলি দাবী কৰা হৈছে!

শেহতীয়াকৈ কিছু সংখ্যক বোৰ্খা পিন্ধা ছোৱালী শাৰী পাতি থিয় হৈ থকা এখন আলোকচিত্ৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এইটো দাবী কৰা হৈছে যে এই ছবিখন কেৰালাৰ এখন অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ হয় । উক্ত ফটোখন এই দাবীৰে সৈতে অসমতো শ্বেয়াৰ কৰা হৈছে ।  আব্দুল হাচিব নামৰ এক ফেচবুক প্ৰফাইলৰ পৰা এনে ধৰণৰ এক পোষ্ট ফেচবুকত অসমীয়াত “এই […]

Continue Reading

FACT CHECK: চিডিএছ জেনেৰেল বিপিন ৰাৱটৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ উপগ্ৰহ দৃশ্য হিচাপে এনিমেটেড ভিডিঅ’ ভাইৰেল হৈছে

ভাৰতৰ প্ৰথম চীফ অব ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱটক কঢ়িয়াই নিয়া এখন সামৰিক হেলিকপ্টাৰ তামিলনাডুত দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত তেওঁৰ ৮ ডিচেম্বৰত মৃত্যু হয় । ভাৰতীয় বায়ু সেনাই অফিচিয়েল টুইটাৰ হেণ্ডেলৰ পৰা টুইট কৰি জনাই যে তেওঁৰ পত্নী মধুলিকা ৰাৱট আৰু বিমানত থকা আন ১১ জন ব্যক্তিৰো দুৰ্ঘটনাটোত মৃত্যু হৈছে। ২০২১ চনৰ ৮ ডিচেম্বৰত বাতৰিটো প্ৰকাশ […]

Continue Reading