এই ভিডিঅ’টোত পৃথিৱীৰ প্ৰথমখন ৰেলগাড়ীৰ দৃশ্য দেখুওৱা হৈছেনে?

শেহতীয়াকৈ চ’চিয়েল মেডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত বহুসংখ্যক যাত্ৰীৰে ভাপচালিত এখন ৰেলগাড়ী চলি থকা দেখা গৈছে। ভিডিঅ’টোৰ কেপশ্বনত লিখা আছে এইদৰে – “পৃথিৱীৰ প্ৰথমখন ৰেলগাড়ী”। Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি প্ৰথমে আমি ভাইৰেল ভিডিঅ’টো কীফ্ৰেমত বিভক্ত কৰি ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ। […]

Continue Reading

সঁচাকৈ ২৯ এপ্ৰিল, ২০২০ তাৰিখে পৃথিৱী ধ্বংস হব নেকি?

ফেচবুক লিংক | সংৰক্ষিত লিংক যি সময়ত ক’ৰনা ভাইৰাছে সমগ্ৰ বিশ্বতে খলকনিৰ সৃষ্টি কৰিছে আৰু চাৰি হেজাৰতকৈয়ো অধিক মানুহ মৃত্যু মুখত পৰিছে, পৃথিৱীলৈ আহিবলগীয়া আন এক বিভীষিকাৰ বাতৰিয়ে এই মুহূৰ্তত ছচিয়েল মিডিয়াত তোলপাৰ লগাইছে । হিমালয় সমান ডাঙৰ এক গ্ৰহানুয়ে পৃথিৱীক এপ্ৰিল ২৯ তাৰিখে আঘাত কৰিব আৰু পৃথিৱী সেইদিনা ধ্বংস হব বুলি বিভিন্নজনে ফেচবুকত পোষ্ট […]

Continue Reading