ম্যানমাৰৰ পুৰণি ফটো মণিপুৰৰ বুলি ‘আমাৰ অসম’ কাকতত প্ৰকাশ। চ’ছিয়েল মিডিয়াত ভাইৰেল বাতৰি।

অসমৰ চুবুৰীয়া ৰাজ্য মণিপুৰৰ পৰিস্থিতি বৰ্তমানো উত্তপ্ত আৰু অশান্ত। মূলতঃ জনজাতিকৰণক কেন্দ্ৰ কৰি প্ৰায় ডেৰ মাহ আগতেই আৰম্ভ হোৱা গোষ্ঠীসংঘৰ্ষৰ অৱসান এতিয়াও ঘটা নাই। নিতৌ নতুন হিংসাত্মক ঘটনাৰ খবৰ লাভ কৰি থকা হৈছে। কুকী আৰু মেইটেই জনগোষ্ঠীৰ মাজৰ এই সংঘৰ্ষই কেতিয়া এক সমাধানৰ পথ দেখিব, সেই কথা এই মুহুৰ্ততে ক’ব পৰা হোৱা নাই। তেনে এক […]

Continue Reading

কেৰালাত এইদৰে মুছলিম যুৱকে আইছিছৰ টি-ছাৰ্ট পিন্ধি ফটো উঠিছে নেকি?

শেহতীয়াভাৱে সুদীপ্ত সেনৰ চিনেমা ‘দ্য কেৰেলা ষ্ট’ৰী’ৰ মুক্তিৰ পাছতেই ছ’চিয়েল মিডিয়াত কেৰালাৰ বিষয়ে ভুল ধাৰণা বিয়পাই বহু কথা প্ৰচাৰিত হৈছে। বিশেষকৈ টুইটাৰত বিভিন্ন ধৰণৰ ভুল তথ্য তথা বিভ্ৰান্তিকৰ প্ৰচাৰ চলা দেখা গৈছে। সেইধৰণৰ টুইটবোৰে অসমৰ ৰাইজকো প্ৰভাৱিত কৰা দেখা গৈছে। ৭ মে’ ২০২৩ত কৰা তেনেকুৱা এটা টুইট আমাৰো চকুত পৰিছে। টুইটটোত দেখা গৈছে যে ক’লা […]

Continue Reading

উত্তৰাঞ্চল বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত গেৰুৱা ৰঙৰ স্কাৰ্ফ পিন্ধাটো বাধ্যতামূলক নেকি ?

শেহতীয়াভাৱে উত্তৰাখণ্ডৰ উত্তৰাঞ্চল বিশ্ববিদ্যালয়ে সমাৱৰ্তন অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ বাবে বাধ্যতামূলক ড্ৰেছ কোড প্ৰৱৰ্তন কৰি ক’লা গাউন আৰু টুপিৰ সলনি বাধ্যতামূলকভাৱে গেৰুৱা ৰঙৰ স্কাৰ্ফ পিন্ধিব লাগিব বুলি দাবী কৰা এদল ছাত্ৰ-ছাত্ৰীৰ এখন ফটো ভাইৰেল হৈ পৰিছে। আমাৰ WhatsApp Tipline নম্বৰ 9049053770 ত ইয়াৰ সত্যতা নিৰূপণৰ অনুৰোধৰ সৈতে সেই ফটোখন এগৰাকী ব্যৱহাৰকাৰীয়ে আমালৈ প্ৰেৰণ কৰিছিল।  Archived Link আমি […]

Continue Reading

ফটোখনত দেখা দম্পতীহাল দাবী কৰাৰ দৰে মাক-পুতেক নহয়!

ফেচবুক লিংক | সংৰক্ষিত লিংক শেহতীয়াকৈ এক বিশেষ টুইটাৰ পোষ্টৰ স্ক্ৰীনশ্বট ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । উক্ত টুইটাৰ পোষ্টটোত দাবী কৰা হৈছে যে পোষ্টটোত সংলগ্ন ফটোখনত দেখা দম্পতীহাল আচলতে মাক-পুতেক হয় আৰু তেওঁলোকৰ বিবাহৰ পাছত এক তিনি বছৰীয়া সন্তানও আছে । উক্ত টুইটাৰ পোষ্টৰ স্ক্ৰীনশ্বটটোক লৈ ছচিয়েল মিডিয়াত চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু বিভিন্নজনে এই […]

Continue Reading