ফিলিপাইনৰ পুৰণি ভিডিঅ’ উত্তৰাখণ্ডৰ শেহতীয়া বান আৰু ভূমিস্খলনৰ দৃশ্য বুলি ভাইৰেল।

শেহতীয়াকৈ উত্তৰাখণ্ডত হোৱা ভূমিস্খলনৰ দৃশ্য বুলি ছ’চিয়েল মিডিয়াত এটা বিশেষ ভিডিঅ’ শ্বেয়াৰ হোৱা দেখা গৈছে। ভিডিঅ’টোত পাহাৰৰ পৰা বোকা-শিল-পানীৰ ঢল বৈ অহা দেখা গৈছে। দাবী কৰা হৈছে যে সেয়া উত্তৰাখণ্ডৰ গড়ৱালৰ দৃশ্য। Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান […]

Continue Reading

পুৰণি অপ্ৰাসংগিক ভিডিঅ’ উত্তৰাখণ্ডৰ শেহতীয়া বানৰ বুলি ভাইৰেল।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভূমিস্খলনৰ দুটা ভিন্ন দৃশ্যাংশ সংলগ্ন এটা ভিডিঅ’ ভাইৰেল হৈছে। দাবী কৰা হৈছে যে সেয়া উত্তৰাখণ্ডত হোৱা শেহতীয়া বান আৰু ভূমিস্খলনৰ দৃশ্য। Facebook Link | Archived Link. আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  প্ৰথমে আমি ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। প্ৰথম দৃশ্যাংশ […]

Continue Reading

ইণ্ডোনেছিয়াৰ এখন পাৰ্কৰ ভিডিঅ’ উত্তৰাখণ্ডৰ মছজিদ ধ্বংস কৰা বুলি মিছা দাবীৰে প্ৰচাৰ।

শেহতীয়াভাবে অসমৰ বিভিন্ন হোৱাটছএপ গ্ৰুপ তথা ব্যক্তিগত হোৱাটছএপ নম্বৰলৈ এটা ভিডিঅ’ প্ৰেৰণ কৰি একাংশ ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে সেয়া উত্তৰাখণ্ডৰ দৃশ্য। উত্তৰাখণ্ডত মছজিদ ভঙাৰ দৃশ্য বুলি দাবী কৰা হৈছে। লিখিছেঃ- এয়া উত্তৰাখণ্ড। এনেকৈ মছজিদ ভাঙি পেলোৱা হৈছে। ভাল হৈছে নে বেয়া হৈছে? Archived Link  কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন […]

Continue Reading

পুৰণি ভিডিঅ’ উত্তৰাখণ্ডৰ শেহতীয়া হিংসাত্মক ঘটনাৰ বুলি ভাইৰেল হৈছে।

শেহতীয়াকৈ উত্তৰাখণ্ড চৰকাৰে হালদ্বানীত অবৈধ মাদ্ৰাছা ভাঙি পেলোৱাৰ সিদ্ধান্ত লৈছিল। ইয়াৰ ফলত চহৰখনত অশান্তিৰ সৃষ্টি হয়। অঞ্চলটোত দুষ্কৃতিকাৰীয়ে আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰা আৰু বাহনত অগ্নিসংযোগ কৰাৰ খবৰ পোৱা গৈছে। এই ঘটনাত বহু আৰক্ষী বিষয়া আহত হয়। এই সম্পৰ্কে বহুতো ফটো আৰু ভিডিঅ’ চ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। তদুপৰি শেহতীয়াকৈ উত্তৰাখণ্ডত ইউনিফৰ্ম চিভিল ক’ড বলৱৎ হোৱাৰ […]

Continue Reading

ফটোখনত থকা শিৱলিংগটো কেদাৰনাথ মন্দিৰৰ ভিতৰৰ শিৱলিংগ নহয়

অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ এটা পোষ্ট ফ’ৰৱাৰ্ড কৰা হৈছিল। পোষ্টটোত এক শিৱলিংগৰ ফটো আছিল আৰু দাবী কৰা হৈছে যে এই শিৱলিংগটো কেদাৰনাথ মন্দিৰৰ। পোষ্টটোত লিখা আছিল এইদৰে “কেডাৰনাথ মন্দিৰৰ ভিতৰৰ বাবা কেডাৰনাথ শিৱলিংগ মনত যি আশা আছে তাকে লৈ শ্বেয়াৰ কৰক মনোবাঞ্চা পূৰ্ণ হ’ব।। হৰ হৰ মহাদেৱ।।” Archived Link একেটা পোষ্ট আমি ফেচবুকতো শ্বেয়াৰ হোৱা […]

Continue Reading

উত্তৰাখণ্ডত বনজুইয়ে ভয়াবহ ৰূপ লৈছে বুলি পুৰণি ফটো ভাইৰেল হৈছে!

ফেচবুক লিংক । সংৰক্ষিত লিংক শেহতীয়াকৈ ভাৰতৰ উত্তৰাখণ্ড নামৰ ৰাজ্যখনত বনজুইয়ে ভয়াবহ ৰূপ লৈছে বুলি বহুতো ফেচবুক পোষ্ট ভাইৰেল হৈ পৰিছে । নিউজ ৱেবচাইট বোৰতও এই বিষয়ে বিভিন্ন ফটো সম্বলিত বাতৰি প্ৰকাশ পাইছে । দাবী কৰা হৈছে যে ‘আমফানৰ’ পাছত এইবাৰ উত্তৰাখণ্ডৰ বনজুইয়ে দেশত আতংকৰ সৃষ্টি কৰিছে আৰু বহু হেক্টৰ জংঘল ইতিমধ্যে ভস্মীভূত হৈছে । […]

Continue Reading