ৰতন টাটাই ভাৰতীয় সেনাক বুলেট প্ৰুফ বাছ প্ৰদান কৰা দাবীটো মিছা। 

শেহতীয়াকৈ অসমৰ হোৱাটছএপত এটা এক্স পোষ্টৰ স্ক্ৰীণশ্বট ভাইৰেল হৈ পৰা দেখা গৈছে। দেশৰ আগশাৰীৰ শ্ৰদ্ধেয় উদ্যোগপতি ৰতন টাটাই ভাৰতীয় সেনাৰ কাৰণে বোমা প্ৰতিৰোধী বাছ প্ৰস্তুত কৰি ভাৰতীয় সেনাক বুলেট প্ৰুফ সুৰক্ষাৰ এক ব্যৱস্থা কৰি দিয়া বুলি দাবী কৰি এখন বাছৰ ফটোৰে সৈতে সেই পোষ্টটো কৰা দেখা গৈছে।  আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈয়ো এগৰাকী ব্যৱহাৰকাৰীয়ে সেই […]

Continue Reading

FACT CHECK: ৰতন টাটা আৰু টিচিএছে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ৩০০০ কোটি টকা দানৰ আশ্বাস দিছে নেকি?

শেহতীয়াকৈ উদ্যোগপতি ৰতন টাটাই অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে বৃহৎ পৰিমাণৰ ধন ৰাশিৰে সহায়ৰ আশ্বাস দিছে বুলি দাবী কৰা একাধিক ফেচবুক পোষ্ট অসমত ভাইৰেল হৈ পৰিছে। ভাইৰেল পোষ্টবোৰত আৰু দাবী কৰা হৈছে যে ৩০০০ কোটি টকা হৈছে এই আশ্বাস কৰা ধন ৰাশিৰ পৰিমাণ। টাটা পৰিয়ালৰ দ্বাৰা প্ৰতিষ্ঠা কৰা টিচিএছ (টাটা কনচাল্টেন্সি চাৰ্ভিচেছ)ৰ নামও পোষ্ট সমূহত […]

Continue Reading

এইয়া ভাৰতৰ প্ৰসিদ্ধ উদ্যোগপতি ৰতন টাটায়ে অৰ্থনীতিৰ ওপৰত কৰ’না ভাইৰাছৰ প্ৰভাৱ সম্পৰ্কে কৰা মন্তব্য বা বিবৃতি নহয়!

চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে ধীৰে ধীৰে বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । এই বীজাণুৰ আক্ৰমণৰ ফলত চীনত তিনিহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈছে । সমগ্ৰ বিশ্বতে এতিয়ালৈকে মুঠ এক লাখতকৈও অধিক মানুহৰ এই ভাইৰাছৰ আক্ৰমণৰ ফলত মৃত্যু হৈছে আৰু প্রায় ১৭ লাখ মানুহ আক্রান্ত […]

Continue Reading