অনিল উপাধ্যায় নামৰ বিজেপি বিধায়ক এজনে পলিং বুথ দখল কৰিছিলে নেকি?
ছচিয়েল মিডিয়াত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে য’ত এজন মানুহক অনিয়ম ভাৱে এটা পলিং বুথত সোমায় কোনে কাক ভোট দিছে লক্ষ্য কৰি থকা দেখা গৈছে । এই ভিডিঅ’টো যোৱা এপ্ৰিল মাহত হোৱা নিৰ্বাচনৰ সময়ত আবিৰ্ভাৱ হৈছিল, ব্যাপক ভাৱে প্ৰচাৰ হৈছিল আৰু এতিয়া নিৰ্বাচনৰ পাছতো দেশৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণে কেইবামাহৰ পাছতো প্ৰচাৰ হৈ আছে […]
Continue Reading