প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, লোকসভাৰ অধ্যক্ষৰ অভিবাদন গ্ৰহণ নকৰি অপমান কৰিছিল নেকি সঁচাকৈ? 

শেহতীয়াভাৱে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এখন বিশেষ ফটো। ফটোখনত দেখা গৈছে যে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, লোকসভাৰ অধ্যক্ষ ওম বিৰলা প্ৰমূখ্যে প্ৰাক্তন ৰাষ্ট্ৰপতিকে ধৰি আন কেইগৰাকীমান বিশিষ্ট ব্যক্তি এক বিশেষ অনুষ্ঠানত উপস্থিত আছে। তাত দেশৰ ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু লোকসভাৰ অধ্যক্ষই হাতজোৰ কৰি নমস্কাৰ ভংগীত আছে আৰু প্ৰধানমন্ত্ৰীয়ে […]

Continue Reading

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্ট্ৰেলিয়াৰ অধিনায়কক দুৰ্ব্যৱহাৰ কৰিছিল নেকি?

১৯ নৱেম্বৰত আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত বিশ্বকাপ ক্ৰিকেট ২০২৩ ৰ ফাইনেল খেল অনুষ্ঠিত হয়। অষ্ট্ৰেলিয়াই ভাৰতক পৰাস্ত কৰি বিশ্বকাপৰ ট্ৰফী লাভ কৰে। খেলৰ শেষত পুৰস্কাৰ প্ৰদান অনুষ্ঠানৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই ভিডিঅ’টোত অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সক ট্ৰফী হাতত লৈ থকা দেখা গৈছে। পি এম মোদীক পেট কামিন্সৰ […]

Continue Reading

FACT CHECK: কুইন এলিজাবেথে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ দি থকা হ’র্ডিংৰ ভাইৰেল ফটোখন মৰ্ফ কৰা

ব্ৰিটেইনৰ ৰাণী এলিজাবেথৰ এখন ফটো, য’ত লিখা আছে ‘ধন্যবাদ প্ৰধানমন্ত্ৰী মোদী আমাক ভেকচিন প্ৰেৰণ কৰা বাবে। আপুনি এগৰাকী ভাল মানুহ’ ভাইৰেল হৈ পৰিছে। একেই কেপচনেৰে অসমৰ ছ’চিয়েল মিডিয়াত ফটোখন শ্বেয়াৰ কৰি থকা হৈছে। ফেক্ট ক্ৰেছেণ্ডোৰ ফেক্টলাইন নম্বৰ 904 905 3770লৈ এই ফটোখনৰ সত্যতা নিৰূপনৰ বাবে এজন হোৱাটছএপ ব্যৱহাৰকাৰীয়ে প্ৰেৰণ কৰিছিল। Archived Link ফেক্ট ক্ৰেছেণ্ড অসমীয়াই […]

Continue Reading

FACT CHECK: পশ্চিম বংগৰ মোদী বিৰোধী প্ৰতিবাদৰ ফটো বিহাৰৰ বুলি প্ৰচাৰ!

প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে প্ৰতিবাদ কৰা একাংশ লোকৰ ফটো এখন বিহাৰ নিৰ্বাচনৰ পূৰ্বে বিহাৰৰ একাংশ লোকে প্ৰতিবাদ কৰা বুলি অসমৰ ছ’চিয়েল মিডিয়াত ব্যাপক ৰূপত শ্বেয়াৰ কৰি থকা দেখা গৈছে। ফটোখনত, যিখন ৰাতি তোলা হৈছে, আমি দেখা পাওঁ যে প্ৰতিবাদকাৰীসকলে ৰাজপথত “GO BACK MODI” লেখি এখন পেইন্টিং আঁকি আছে।  এগৰাকী হোৱাটছএপ ব্যৱহাৰকাৰীয়ে আমাৰ ফেক্টলাইন নম্বৰ 9049053770লৈ ফটোখনৰ […]

Continue Reading

FACT CHECK: ইভিএমৰ সমুখত মোডীয়ে প্ৰাৰ্থনা কৰি থকা ফটোখন মৰ্ফ কৰা হয়!

এটা ইলেক্ট্ৰনিক ভোটিং মেছিনৰ সমুখত মোডীয়ে হাতজোৰ কৰি প্ৰাৰ্থনা কৰি থকা এখন ফটো শেহতীয়াভাৱে অসমত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। অসমীয়া ভাই নামৰ এক ফেচবুক পে’জত  উক্ত ভাইৰেল ফটোখন “EVM পূজা!” শীৰ্ষকেৰে আপলোড কৰা হৈছিল । নৱেম্বৰৰ ১০ তাৰিখে ১২ বাজি ০৩ মিনিটলৈকে পোষ্টটোত ১৫৮টা ৰিয়েকছন,২৮টা কমেন্ট আৰু ২৮টা শ্বেয়াৰ হয়। Original Link-Facebook | Archived […]

Continue Reading

FACT CHECK: বাহাদুৰ শ্বাহ জফৰৰ জন্মদিনত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ সমাধিত শ্ৰদ্ধাঞ্জলী নিবেদন কৰিছিল নেকি?

অসমত এটা ফেচবুক পোষ্ট ভাইৰেল হৈছে এই দাবীৰে যে প্ৰধানমন্ত্ৰী মোদীয়ে শেষ মোগল সম্ৰাট বাহাদুৰ শ্বাহ জফৰৰ সমাধিত জফৰৰ জন্মদিনত শ্ৰদ্ধাঞ্জলী জনাইছে।  পোষ্টটোত এখন ফটো আছে য’ত দেখা গৈছে যে মোদীয়ে এক সমাধিত পুষ্পাঞ্জলী কৰি আছে। পোষ্টটোত কেপছন লিখা আছে- “মুখ্যমন্ত্ৰীৰ বিপৰীত মেৰুত ! মোগল বাদশ্বাহলৈ প্ৰধান সেৱকৰ প্ৰণাম !  মোগল বাদশ্বাহ বাহাদুৰ শ্বাহ জফৰলৈ […]

Continue Reading

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লক ডাউন ৪ মে’ পৰ্যন্ত বঢ়াই দিছে নেকি?

চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে ধীৰে ধীৰে বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । এই বীজাণুৰ আক্ৰমণৰ ফলত চীনত তিনিহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈছে । সমগ্ৰ বিশ্বতে এতিয়ালৈকে মুঠ ৫৩ হাজাৰতকৈও অধিক মানুহৰ এই ভাইৰাছৰ আক্ৰমণৰ ফলত মৃত্যু হৈছে আৰু লাখ লাখ মানুহ আক্রান্ত হৈ […]

Continue Reading

এই ফটোখন সঁচাকৈয়ে মোদীয়ে তামিল নাডুত কৰা প্লগিংৰ নেপথ্যৰ ফটো নেকি?

অলপতে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তামিল নাডুৰ মামল্লাপূৰম উপকূলত কৰা প্লগিংৰ ফটো আৰু ভিডিঅ’ সমগ্ৰ ছচিয়েল মিডিয়াতে ভাইৰেল হৈ পৰিছিল । ইয়াৰ পাছতেই অফিচিয়েল ফটো আৰু ভিডিঅ’ৰ লগতে এই প্লগিংৰ নেপথ্যৰ ফটো বুলি কিছুমান আনঅফিচিয়েল ফটোও ভাইৰেল হৈ পৰিছিল । এই বিতৰ্কিত ফটো বোৰক লৈ সমগ্ৰ দেশতে যথেষ্ট চাঞ্চল্যৰ সৃষ্টি হয় ।  অসমতো এনে […]

Continue Reading