FACT CHECK: বদৰুদ্দিন আজমলে অসমক ইছলামিক ৰাষ্ট্ৰ বনাব বুলি কোৱা নাই!

বিভিন্ন সংবাদ প্ৰতিস্থান আৰু ছোচিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ বহুলভাৱে শ্বেয়াৰ কৰিছে যে এআইইউডিএফৰ প্ৰধান বদৰুদ্দিন আজমলে মঞ্চত কৈছে যে মোগলে ৮০০বছৰ দেশত ৰাজত্ব কৰিছিল আৰু তেওঁ অসমক ইছলামিক ৰাষ্ট্ৰ বনাব। দেশত এজনো হিন্দু নাথাকিব, যদি তেওঁলোকৰ মহাযোটবন্ধন শাসনলৈ আহে। Original Link- Facebook | Archived Link আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াত সত্যতা নিৰূপনৰ সিদ্ধান্ত ল’লো […]

Continue Reading

FACT CHECK: গুৱাহাটীৰ কীৰণশ্ৰী ছুইটছ এণ্ড স্নেক্সে এখন থালিৰ দামত তিনিখন থালি দি থকা নাই।

কীৰণশ্ৰী ছুইটছ এণ্ড স্নেক্স নামৰ এটা ফেচবুক পেজে এখন প্ৰচাৰকামী পোষ্টাৰ পোষ্ট কৰিছিল,যত দাবী কৰা হৈছিল যে উল্লিখিত নম্বৰটোত অৰ্ডাৰ দিলে এখন থালি ক্ৰয় কৰিলে দুখন থালি বিনামূলীয়াকৈ প্ৰদান কৰিব।  একেই অফাৰ দিয়াৰ দাবীৰে তেওঁলোকৰ থালিৰ ফটোৰে সৈতে ফোন নম্বপ এটা উল্লেখ কৰি বিজ্ঞাপন হিচাপে এটা পোষ্টো শ্বেয়াৰ কৰা হৈছিল। লিখা হৈছিল “BUY 1 THALI […]

Continue Reading