ফটোখনৰ বাওঁফালে থকা ব্যক্তি দুজন মণিপুৰৰ ঘটনাৰ অভিযুক্ত নহয়।

মণিপুৰত হোৱা নাৰী নিৰ্যাতনৰ ঘটনাৰ মূল অভিযুক্ত এজনক মণিপুৰ আৰক্ষীয়ে গ্ৰপ্তাৰ কৰাৰ পিছতে অভিযুক্ত হুইৰেম হিৰোদাস মেইটেইৰ ফটো চ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে। তেনে সময়তে মণিপুৰৰ ঘটনাৰ অভিযুক্ত বুলি আন এখন ফটো চ’চিয়েল মেডিয়াত ভাইৰেল হৈছে। ফটোখনত আৰ এছ এছৰ পোছাক পৰিহিত দুজন লোকক দেখা গৈছে। দাবী কৰা হৈছে যে এই লোক দুজন মণিপুৰৰ ঘটনাত […]

Continue Reading

এই ভিডিঅ’টোত অক্ষয় কুমাৰে মণিপুৰৰ ঘটনাৰ বিষয়ে কোৱা নাই।

মণিপুৰত দুগৰাকী কুকি সম্প্ৰদায়ৰ মহিলাৰ ওপৰত হোৱা জঘন্য নিৰ্যাতনৰ ভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগে সমগ্ৰ দেশতে ব্যাপক প্ৰতিবাদৰ সূচনা হৈছে। মণিপুৰৰ কাংপকপি জিলাত ৪ মে’ত মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হোৱাৰ এদিন পিছতে এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। আক্ৰমণকাৰীসকল আছিল মেইটেই। ইয়াৰ পিছতে পি এম মোদীয়ে অভিযুক্তক ৰেহাই দিয়া নহ’ব […]

Continue Reading

মণিপুৰত বিজেপি সমৰ্থকে ৩০০ বছৰ পুৰণি গীৰ্জা জ্বলাই দিছে নেকি? সত্যটো কি?

শেহতীয়াভাৱে মণিপুৰত কুকি আৰু মেইটেইৰ মাজত চলি থকা সংঘাতৰ সাক্ষী হৈছে সমগ্ৰ দেশ তথা বিশ্ব। এই সংঘাতত এতিয়ালৈকে ১৫০ জনতকৈয়ো অধিক লোকৰ মৃত্যু হৈছে। এই প্ৰেক্ষাপটত এটা বৃহৎ অগ্নিকাণ্ডত জ্বলি থকা গীৰ্জাৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আৰু এই ঘটনা মণিপুৰত সংঘটিত হোৱা বুলি দাবী কৰা হৈছে৷ দাবীটোত এইটোও কোৱা হৈছে যে প্ৰতিবাদৰ […]

Continue Reading

ম্যানমাৰৰ পুৰণি ফটো মণিপুৰৰ বুলি ‘আমাৰ অসম’ কাকতত প্ৰকাশ। চ’ছিয়েল মিডিয়াত ভাইৰেল বাতৰি।

অসমৰ চুবুৰীয়া ৰাজ্য মণিপুৰৰ পৰিস্থিতি বৰ্তমানো উত্তপ্ত আৰু অশান্ত। মূলতঃ জনজাতিকৰণক কেন্দ্ৰ কৰি প্ৰায় ডেৰ মাহ আগতেই আৰম্ভ হোৱা গোষ্ঠীসংঘৰ্ষৰ অৱসান এতিয়াও ঘটা নাই। নিতৌ নতুন হিংসাত্মক ঘটনাৰ খবৰ লাভ কৰি থকা হৈছে। কুকী আৰু মেইটেই জনগোষ্ঠীৰ মাজৰ এই সংঘৰ্ষই কেতিয়া এক সমাধানৰ পথ দেখিব, সেই কথা এই মুহুৰ্ততে ক’ব পৰা হোৱা নাই। তেনে এক […]

Continue Reading

সংঘৰ্ষ জৰ্জৰ মণিপুৰত সঁচাকৈ এইদৰে দোকান পোহাৰ লুট কৰা হৈছে নেকি?

শেহতীয়াভাৱে মণিপুৰত সংখ্যাগৰিষ্ঠ মেইতেই জনগোষ্ঠীক অনুসূচীত জনজাতিৰ মৰ্যাদা দিয়াৰ বিৰোধিতা কৰি নগা আৰু কুকি জনজাতিসকলে জনজাতীয় সংহতি সমদলৰ আয়োজন কৰাৰ পিছত ৩ মে’ত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। খবৰ অনুসৰি হিংসাত্মক পৰিস্থিতিৰ সময়ত প্ৰতিবাদকাৰীয়ে শ শ ঘৰ, গীৰ্জা, মন্দিৰ, বাহন ভাঙি জ্বলাই দিয়ে। সশস্ত্ৰ বাহিনীয়ে ততাতৈয়াকৈ ৰাজ্যখনত প্ৰৱেশ কৰাৰ লগে লগে মণিপুৰৰ ডিজিপিয়ে কয় যে ইম্ফল […]

Continue Reading

মণিপুৰত সঁচাকৈ এইদৰে এগৰাকী মেইতেই মহিলাক ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা কৰা হৈছে নেকি?

অতি শেহতীয়াভাৱে মণিপুৰত জনজাতিকৰণক লৈ যি উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে, তাৰে পৰিপ্ৰেক্ষিতত প্ৰায় প্ৰতিদিনেই ন ন খবৰে উত্তৰ পূৰ্বাঞ্চলৰ সংবাদ শিৰোনাম দখল কৰিছে। মেইতেইসকলক জনজাতিৰ মৰ্যাদা দিয়াক লৈ All-Tribal Students’ Union Manipurএ ৩ মে ২০২৩ ত উলিওৱা এক সমদলৰ পাছতে ৰাজ্যখনত এক উত্তেজনাৰ সৃষ্টি হয় আৰু তাৰ পৰা এই হিংসাত্মক ঘটনাই ভয়াৱহ ৰূপ ধাৰণ কৰে। […]

Continue Reading

মণিপুৰত সঁচাকৈ কুকি আৰু মেইতেই জনগোষ্ঠীৰ মাজত এইদৰে গুলিচালনাৰ ঘটনা ঘটিছে নেকি? 

অসমৰ চুবুৰীয়া ৰাজ্য মণিপুৰত জনজাতিকৰণক লৈ এক উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে। পাহাৰত বাস কৰা মেইতেইসকলক জনজাতিৰ মৰ্যাদা দিয়াক লৈ উলিওৱা এক সমদলৰ পাছতে ৰাজ্যখনত এক অগ্নিগৰ্ভা পৰিস্থিতি বিৰাজ কৰে। All-Tribal Students’ Union Manipurএ মেইতেইসকলৰ জনজাতিৰ মৰ্যাদা দিয়াৰ বিৰুদ্ধে ৩ মে ২০২৩ উলিয়াইছিল এই সমদল। য’ৰ পৰা এই হিংসাত্মত ঘটনাই ভয়াৱহ ৰূপ ধাৰণ কৰে। চুৰাছান্দপুৰৰ পৰা […]

Continue Reading

এইখন মণিপুৰৰ উখৰুলৰ এখন ফুটবল ফিল্ডৰ ফটো নহয়!

ফেচবুক লিংক | সংৰক্ষিত লিংক শেহতীয়াকৈ এখন বিশেষ ফটো অসমত ফেচবুকৰ জৰিয়তে ভাইৰেল হৈ পৰিছে । উক্ত ফটোখনত আমি চাৰিওকাষে ওখ গছেৰে আৱৰা এখন ধুনীয়া ফুটবল ফিল্ড দেখা পাইছোঁ । দাবী কৰা হৈছে যে এইয়া ভাৰতৰ উত্তৰ-পূবত অৱস্থিত মণিপুৰ ৰাজ্যৰ উখৰুল নামৰ ঠাইখনৰ ফটো হয় ।  ভাস্বতি বৰুৱা নামৰ এক ফেচবুক প্ৰফাইলৰ পৰা এনে ধৰণৰ […]

Continue Reading

সঁচাকৈ মণিপুৰ ক’ৰনা মুক্ত হৈ পৰিছে নেকি?

চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে ধীৰে ধীৰে বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । এই বীজাণুৰ আক্ৰমণৰ ফলত চীনত তিনিহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈছে । সমগ্ৰ বিশ্বতে এতিয়ালৈকে মুঠ এক লাখতকৈও অধিক মানুহৰ এই ভাইৰাছৰ আক্ৰমণৰ ফলত মৃত্যু হৈছে আৰু প্রায় ২০ লাখ মানুহ আক্রান্ত […]

Continue Reading

এইটো মণিপুৰৰ প্ৰথম ক’ৰনা ভাইৰাছ ৰোগত আক্ৰান্ত হোৱা যুৱতী গৰাকীৰ ভিডিঅ’ নহয়!

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে ধীৰে ধীৰে বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । এই বীজাণুৰ আক্ৰমণৰ ফলত চীনত তিনিহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈছে । সমগ্ৰ বিশ্বতে এতিয়ালৈকে মুঠ এক লাখতকৈও অধিক মানুহৰ এই ভাইৰাছৰ আক্ৰমণৰ ফলত মৃত্যু হৈছে আৰু […]

Continue Reading