এইটো ভিডিঅ’ৰ নেপালৰ সৈতে কোনো সম্পৰ্ক নাই। ইণ্ডোনেছিয়াৰ ভিডিঅ’হে এইটো।

১০ চেপ্তেম্বৰ ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি সেয়া নেপালৰ শেহতীয়া পৰিস্থিতিৰ এটা দৃশ্য বুলি দাবী কৰিছে। নেপালত প্ৰতিবাদকাৰীয়ে ৰাজনৈতিক নেতাৰ ঘৰৰ পৰা ধন উদ্ধাৰ কৰি আনি ৰাইজৰ মাজত বিলাই দিয়া বুলি দাবী কৰিছে। । পোষ্টটোত লিখিছে এইদৰেঃ নেপালৰ ভ্ৰষ্ট ৰাজনৈতিক নেতাৰ ঘৰৰ পৰা উদ্ধাৰ কৰি অনা অবৈধ ধন জনতাৰ মাজত বিলাই […]

Continue Reading

ইণ্ডোনেছিয়াৰ ভিডিঅ’কে নেপালৰ ভিডিঅ’ বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে। 

অতি শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি সেয়া নেপালৰ বৰ্তমান পৰিস্থিতি বুলি দাবী কৰিছে। নেপালত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত এইদৰে মুখামুখি সংঘাত হোৱা বুলি দাবী কৰি ভিডিঅ’টো আপলোড কৰিছে ১০ চেপ্তেম্বৰ ২০২৫ত। পোষ্টটোত লিখিছে এইদৰেঃ প্ৰধান মন্ত্ৰী পলায়ন8 September 2025 নেপালৰ সেনা আৰক্ষী আৰু প্ৰতিবাদকাৰী মাজত ভয়ংকৰ পৰিস্থিতি। Facebook Link Archived Link  […]

Continue Reading

ইণ্ডোনেছিয়াৰ এখন পাৰ্কৰ ভিডিঅ’ উত্তৰাখণ্ডৰ মছজিদ ধ্বংস কৰা বুলি মিছা দাবীৰে প্ৰচাৰ।

শেহতীয়াভাবে অসমৰ বিভিন্ন হোৱাটছএপ গ্ৰুপ তথা ব্যক্তিগত হোৱাটছএপ নম্বৰলৈ এটা ভিডিঅ’ প্ৰেৰণ কৰি একাংশ ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে সেয়া উত্তৰাখণ্ডৰ দৃশ্য। উত্তৰাখণ্ডত মছজিদ ভঙাৰ দৃশ্য বুলি দাবী কৰা হৈছে। লিখিছেঃ- এয়া উত্তৰাখণ্ড। এনেকৈ মছজিদ ভাঙি পেলোৱা হৈছে। ভাল হৈছে নে বেয়া হৈছে? Archived Link  কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন […]

Continue Reading

ইণ্ডোনেছিয়াৰ মাউণ্ট মেৰাপিৰ আগ্নেয়গিৰি বুলি ২০১৮চনৰে চিনাবুং আগ্নেয়গিৰিৰ দৃশ্য প্ৰচাৰ। 

কেইটামান দিন পূৰ্বে ইণ্ডোনেছিয়াত মেৰাপি আগ্নেয়গিৰিৰ উদ্গিৰণ হৈছিল বুলি এটা খবৰ ওলাইছিল। সেই সময়ত বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত বিয়পিছিল। তেনেকুৱা এটা ভিডিঅ’ আমাৰ 24*7 ফেক্টলাইন নম্বৰ 9049053770লৈ প্ৰেৰণ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে সেই কথাৰ সত্যতা জানিব বিচাৰিছে। ভিডিঅ’টোত দেখা গৈছে অসমৰ এটা সংবাদ মাধ্যমৰ এটা বাতৰি। বাতৰি পৰিবেশকে উল্লেখ কৰিছে যে মাউণ্ট মেৰাপিত আগ্নেয়গিৰি উদ্গিৰণ ঘটিছে। […]

Continue Reading

হিজাব পিন্ধা মুছলমান ছাত্ৰীক শ্ৰেণীকোঠাত প্ৰহাৰ কৰা ভিডিঅ’টো ভাৰতৰ নেকি? সত্যটো কি জানক।

শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰ জিলাৰ খুব্বাপুৰ গাঁৱত এখন ব্যক্তিগত বিদ্যালয়ৰ এজন শিক্ষকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে, যিয়ে এগৰাকী সাত বছৰীয়া শিশুক মুছলমান সহপাঠীক আঘাত কৰিবলৈ নিৰ্দেশ দিয়াৰ অভিযোগ উত্থাপন হৈছে। ভাইৰেল ভিডিঅ’ এটাত শিক্ষকজনে শাৰী পাতি থকা ল’ৰা-ছোৱালীক কান্দি থকা সহপাঠীজনক অধিক জোৰেৰে আঘাত কৰিবলৈ কৈছে আৰু তেওঁৰ ধৰ্মকো উপহাস কৰি আছে। এই পটভূমিত […]

Continue Reading

ভূমিকম্পৰ সময়তো নামাজ পঢ়ি থকা এই ভিডিঅ’টো ইণ্ডোনেছিয়াত হোৱা শেহতীয়া ভূমিকম্পৰ সময়ৰ নহয়

যোৱা ২১ তাৰিখ সোমবাৰে ইণ্ডোনেছিয়াৰ পশ্চিম জাভাত হোৱা এক বিধ্বংসী ভূমিকম্পত প্ৰায় ২৬৮ গৰাকী ব্যক্তিৰ প্ৰাণহানি হোৱাৰ লগতে বহুতো লোক আহত হয়। ভূমিকম্পৰ পাছতে এই সম্পৰ্কীয় বিভিন্ন ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। ইয়াৰ মাজতে এটা বিশেষ ভিডিঅ’ই চ’চিয়েল মেডিয়াত চৰ্চা লাভ কৰা দেখা গৈছে। ভিডিঅ’ত দেখা গৈছে যে প্ৰচণ্ড ভূমিকম্পৰ মাজতো এটা মছজিদত […]

Continue Reading

ফটোখনত থকা এই মূৰ্তিটো ৫০০০ বছৰ পুৰণি বিষ্ণু মূৰ্তি নহয়

অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ এখন ফটো আহিছিল। ফটোখন আছিল সাগৰৰ তলত থকা এটা মূৰ্তিৰ। দাবী কৰা হৈছে যে এই মূৰ্তিটো ৫০০০ বছৰ পুৰণি আৰু সাগৰৰ তলিত উদ্ধাৰ হৈছে। Archived Link একেখন ফটো ফেচবুকতো শ্বেয়াৰ হোৱা দেখা গ’ল। Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল’লোঁ। সত্যতা নিৰূপণ পদ্ধতি […]

Continue Reading

এইটো শেহতীয়াকৈ গুৱাহাটী-শ্বিলং ৰোডত হোৱা ভূমিস্খলনৰ ভিডিঅ’ নহয়!

ফেচবুক লিংক । সংৰক্ষিত লিংক শেহতীয়াকৈ ফেচবুকত এক বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে । ভিডিঅ’টোত এটা ব্যস্ত ৰাজপথৰ ওপৰত এক প্ৰকাণ্ড ভূমিস্খলন হৈ পাহাৰীয়া মাটি খহি পৰা দেখা গৈছে । বিভিন্নজনে দাবী কৰিছে যে ভিডিঅ’টোত দেখা পোৱা পথটো গুৱাহাটী-শ্বিলং ৰোড হয় আৰু এই ঘটনাটো শেহতীয়াকৈ হোৱা নেৰানেপেৰা বৰষুণ আৰু পাহাৰ কাটি পথ নিৰ্মাণৰ ভয়ংকৰ পৰিণতি […]

Continue Reading

এইটো ৱুহান ক’ৰোনা ভাইৰাছৰ উৎপত্তি স্থল চীনৰ ৱুহান বজাৰৰ ভিডিঅ’ নহয়!

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰোনা ভাইৰাছ ৰোগে সম্প্ৰতি সমগ্ৰ দেশখনকে ছানি ধৰিছে আৰু ধীৰে ধীৰে এই ৰোগ বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । চীন দেশত ইতিমধ্যে জৰুৰী কালিন অৱস্থা ঘোষনা কৰা হৈছে । এই বীজাণুৰ আক্ৰমণত ৰোগত ভুগি চীনত ১০৬জনতকৈ অধিক মৃত্যু হৈছে আৰু হাজাৰতকৈ অধিক […]

Continue Reading