দুবছৰ পূৰ্বৰে বেলুচি লেৱা নৃত্যৰ ভিডিঅ’ অপাৰেচন সিন্দূৰৰ পাছৰ বুলি প্ৰচাৰ। 

শেহতীয়াকৈ ৬ মে’ৰ মাজৰাতি ভাৰতৰ তৰফৰ পৰা আৰম্ভ কৰা ‘অপাৰেচন সিন্দূৰ’ৰ পাছতেই বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেইল হৈ পৰিছে। অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে ভাৰতে পাকিস্তানৰ ওপৰত অপাৰেচন সিন্দূৰৰ জৰিয়তে আক্ৰমণ কৰাৰ বাবে পাকিস্তানৰ বেলুচিস্তানত স্থানীয় লোকসকলে এইদৰে নৃত্য কৰি আনন্দ প্ৰকাশ কৰিছে।   Facebook Link Archived Link কিন্তু দাবীটো […]

Continue Reading

২০২১ চনৰ পাকিস্তানৰ এখন বিয়াৰ ভিডিঅ’কে অপাৰেচন সিন্দূৰৰ সফলতাৰ পাছত আফগানিস্তানৰ তালিবানে কৰা আনন্দ বুলি প্ৰচাৰ কৰা হৈছে। 

শেহতীয়াকৈ ৬ মে’ৰ মাজৰাতি ভাৰতৰ তৰফৰ পৰা আৰম্ভ কৰা ‘অপাৰেচন সিন্দূৰ’ৰ পাছতেই বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেইল হৈ পৰিছে। অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে ভাৰতে পাকিস্তানৰ ওপৰত অপাৰেচন সিন্দূৰৰ জৰিয়তে আক্ৰমণ কৰাৰ বাবে আফগানিস্তানত একাংশ তালিবানে এইদৰে নৃত্য কৰি আনন্দ প্ৰকাশ কৰিছে।   Facebook Link Archived Link কিন্তু দাবীটো সত্য […]

Continue Reading

২০২৩চনত গাজাৰ ওপৰত চলা আক্ৰমণৰ দৃশ্যকে ‘অপাৰেচন সিন্দূৰ’ৰ দৃশ্য বুলি প্ৰচাৰ।

শেহতীয়াকৈ ৬ মে’ৰ মাজৰাতি ভাৰতৰ তৰফৰ পৰা আৰম্ভ কৰা ‘অপাৰেচন সিন্দূৰ’ৰ পাছতেই বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেইল হৈ পৰিছে। অসমৰ এটা সংবাদ প্ৰতিষ্ঠানৰ ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া ভাৰতে পাকিস্তানৰ ওপৰত চলোৱা অপাৰেচন সিন্দূৰ’ৰ দৃশ্য। Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন […]

Continue Reading

নাসিকত হোৱা ছুখয় যুদ্ধবিমান দুৰ্ঘটনাৰ ভিডিঅ’ এটা ভাৰতৰ ৰাফেল বিমান পাকিস্তানীয়ে ধ্বংস কৰা বুলি মিছা দাবীৰে প্ৰচাৰ।

শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে ভাৰতৰ এখন ৰাফেল বিমান পাকিস্তানীয়ে আক্ৰমণ কৰি বগৰাই দিছে।  Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ আৰম্ভণিতে আমি ভাইৰেল ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। তাৰ ফলত […]

Continue Reading

২০২১ চনৰে পুৰণি ভিডিঅ’ পেহেলগাম কাণ্ডত জৰিত সন্ত্ৰাসবাদীৰ ঘৰৰ ওপৰত ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক আক্ৰমণ বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে। 

শেহতীয়াকৈ পেহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণত কমেও ২৮ জন লোকৰ প্ৰাণহানি হৈছিল। তাৰ পাছতেই সামাজিক মাধ্যমত বিভিন্ন ভিডিঅ’ ভাইৰেল হৈ পৰিছিল। অতি শেহতীয়াকৈ ভাৰতীয় সেনাই বোমা আৰু গুলীৰে আক্ৰমণ কৰি ধ্বংস কৰা এটা ঘৰৰ ভিডিঅ’ আপলোড কৰি সেয়া পেহেলগাম আক্ৰমণত জৰিত থকা সন্ত্ৰাসবাদীৰ ঘৰ বুলি দাবী কৰি প্ৰচৰা কৰা হৈছে। পেহেলগামৰ প্ৰতিশোধ কল্পে ভাৰতীয় সেনাই এই […]

Continue Reading

অন্য দম্পতীৰ নৃত্যৰত ভিডিঅ’কে পেহেলগামত প্ৰাণ হেৰুওৱা বিনয় নৰৱাল আৰু তেওঁৰ পত্নীৰ শেষ ভিডিঅ’ বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে।  

শেহতীয়াকৈ পেহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণত কমেও ২৮ জন লোকৰ প্ৰাণহানি হৈছিল যাৰ ভিতৰত ভাৰতীয় নৌসেনাৰ এজন বিষয়া বিনয় নৰৱালেও প্ৰাণ হেৰুৱাইছিল। এই পটভূমিত পেহেলগামত পত্নীৰ সৈতে বিনয় নৰৱালৰ শেষ ভিডিঅ’ বুলি দাবী কৰি এক দম্পতীয়ে ঘাঁহনিত নাচি থকা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে । অসমৰ কেইবাটাও সংবাদ প্ৰতিষ্ঠানেও সেই ভিডিঅ’টো বিনয় নৰৱালৰ শেষ ভিডিঅ’ […]

Continue Reading

২০০০ টকাৰ ওপৰত UPI লেনদেন কৰিলে ৮টকাকৈ জিএছটি ভৰিব লাগিব বুলি ওলোৱা খবৰটো মিছা, ভিত্তিহীন।  

শেহতীয়াভাবে যোৱা ১৯ এপ্ৰিল,২০২৫ত অসমৰ এটা ফেচবুক পেজৰ পৰা এটা পোষ্ট কৰি দাবী কৰা হৈছে যে এতিয়াৰে পৰি UPI জৰিয়তে ২০০০ টকাৰ ওপৰত ধনৰ লেনদেন কৰিলে প্ৰতিজন গ্ৰাহকে ৮ টকাকৈ কৰ পৰিশোধ কৰিব লাগিব। অনলাইন লেনদেনৰ ওপৰতো GST আৰোপ কৰা হ’ব বুলি দাবী কৰি পোষ্টটোত লিখা হৈছেঃ-  UPIত ২,০০০ৰ বেছি টকা লেনদেন কৰিলে দিব লাগিব […]

Continue Reading

AI Generated অৰ্থাত কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা ফটো এখনক হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ সমীপৰ বনাঞ্চলৰ বুলি দাবী কৰা হৈছে।

শেহতীয়াভাবে অসমৰ ফেচবুকত এগৰাকী ব্যৱহাৰকাৰীয়ে এখন বিশেষ ফটো আপলোড কৰি লিখিছে- হায়দৰাবাদ বিশ্ববিদ্যালয় ৰ কাষৰীয়া এখন বন ধ্বংসযজ্ঞৰ স্থিৰচিত্ৰ আৰু ইয়াৰ কাৰন IT park নিৰ্মাণ । কাঞ্চা গাচিব’লি ৰ ৪০০ একৰ বন উন্মুক্ত কৰা হৈছে য’ত ৪৫৫ বিধৰো অধিক উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতিৰ বসতি স্থল ,কেৱল মানুহৰ নিজৰ লাভালাভৰ বাবে ! অৱশ্যে এইয়া কেনেকুৱা লাভ […]

Continue Reading

হাৰিয়ানাৰ নৃত্যশিল্পী পলক চাইনীৰ এটা ভিডিঅ’ স্বামীহন্তা মুস্কান ৰস্তোগীৰ বুলি মিছা দাবীৰে প্ৰচাৰ।  

শেহতীয়াভাবে অসমৰ এগৰাকী ফেচবুক ব্য়ৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে অলপতে চাহিল নামৰ নিজৰ পৰকীয়া প্ৰেমিকৰে মিলি নিজৰ স্বামী সৌৰভক হত্যা কৰি ১৫টুকুৰাকৈ কাটি পেলোৱা মুস্কান ৰস্তোগীৰ নৃত্যৰত ভিডিঅ’। স্বামীক হত্যা কৰি মুস্কানে এইদৰে নৃত্য কৰা বুলি দাবী কৰি লিখিছেঃ- কেনেকৈ সম্ভৱ বাৰু? নিজৰ গিৰিয়েক সৌৰভক পৰকীয়া প্ৰেমিক চাহিলৰ লগ লাগি হত্যা কৰি […]

Continue Reading

ইণ্ডোনেছিয়াৰ এখন পাৰ্কৰ ভিডিঅ’ উত্তৰাখণ্ডৰ মছজিদ ধ্বংস কৰা বুলি মিছা দাবীৰে প্ৰচাৰ।

শেহতীয়াভাবে অসমৰ বিভিন্ন হোৱাটছএপ গ্ৰুপ তথা ব্যক্তিগত হোৱাটছএপ নম্বৰলৈ এটা ভিডিঅ’ প্ৰেৰণ কৰি একাংশ ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে সেয়া উত্তৰাখণ্ডৰ দৃশ্য। উত্তৰাখণ্ডত মছজিদ ভঙাৰ দৃশ্য বুলি দাবী কৰা হৈছে। লিখিছেঃ- এয়া উত্তৰাখণ্ড। এনেকৈ মছজিদ ভাঙি পেলোৱা হৈছে। ভাল হৈছে নে বেয়া হৈছে? Archived Link  কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন […]

Continue Reading