পেচাদাৰী অভিনেতাৰে অভিনীত চিত্ৰনাট্যযুক্ত ভিডিঅ’ৰে সেনা জোৱানে গৰ্ভৱতী মহিলাক সহায় কৰা বুলি মিছাকৈ প্ৰচাৰ।  

শেহতীয়াভাৱে যোৱা ২৬ জুলাই ২০২৫ত অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে দৃশ্যত দেখাৰ দৰে এগৰাকী গৰ্ভৱতী মহিলাক ভাৰতীয় সেনাৰ এগৰাকী জোৱানে আহি সহায় কৰিছে। ভিডিঅ’টো আপলোড কৰি তাত লিখিছে এইদৰে- আৰ্মী জনৰ মানৱীয়তা দেখিলে আপোনাৰো চকুলো নিগৰিব__ সঁচাকৈ দেশভক্ত আৰ্মীৰ হৃদয়খন বৰ কোমল… চিচি টিভিৰ কেমেৰাত আৱদ্ধ এজন ভাৰতীয় আৰ্মীৰ […]

Continue Reading

বিহাৰৰ এজন অধিবক্তাক আৰক্ষীয়ে টানি নিয়া দৃশ্যকে অসমৰ মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰা দৃশ্য বুলি মিছাকৈ প্ৰচাৰ।  

শেহতীয়াভাৱে যোৱা ২০ জুলাই ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছে। ভিডিঅ’টোত দেখা গৈছে যে আৰক্ষী-প্ৰশাসনৰ লোকে এগৰাকী ক’লা চ্যুট পৰিহিত লোকক বলপূৰ্বক টানি লৈ গৈছে। সেই দৃশ্যটো আপলোড কৰি সেয়া অসমৰ মুখ্যমন্ত্ৰী বুলি দাবী কৰিছে ব্যৱহাৰকাৰীজনে।    Facebook Link Archived Link […]

Continue Reading

AI Generated ভিডিঅ’ৰে গোৱাত ভূমিকম্প অহা দৃশ্য বুলি মিছাকৈ প্ৰচাৰ। 

শেহতীয়াভাৱে অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে  যোৱা ১৫জুন ২০২৫ত ৰাতিপুৱা ৬ বজাত গোৱাত হোৱা এক ভূমিকম্পত ৭০  হেজাৰ লোকৰ মৃত্যু ঘটিছে। ভিডিঅ’টোত দেখা গৈছে যে বৰ বৰ অট্টালিকা খহি পৰিছে আৰু বিভিন্ন লোক তথা যান বাহন তীব্ৰ গতিত অহা-যোৱা কৰিছে।  Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি […]

Continue Reading

যোৱা এপ্ৰিলৰ কলম্বিয়াৰ বাৰাংকুইলাৰ বানপানীৰ ভিডিঅ’ এটা গুৱাহাটীৰ শেহতীয়া বানপানীৰ সময়ৰ বুলি মিছাকৈ প্ৰচাৰ।    

শেহতীয়াকৈ যোৱা ৩০ মে’ ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰি সেই দৃশ্য গুৱাহাটীৰ অতি শেহতীয়া বান পৰিস্থিতত পানীৰ ওপৰত এজন লোকে এখন চোফাত বহি উপঙি গৈ থকা বুলি দাবী কৰা হৈছিল।   Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা […]

Continue Reading

বিভিন্ন পুৰণি আৰু সংগতিহীন দৃশ্যকে ভাৰতে পাকিস্তানৰ ওপৰত চলোৱা অপাৰেচন সিন্দূৰৰ দৃশ্য বুলি বিগত সময়চোৱাত প্ৰচাৰ কৰা হৈছিল। 

চলিত মাহৰ ৬ তাৰিখে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে অপাৰেচন সিন্দূৰ আৰম্ভ কৰাৰ লগে লগেই সামাজিক মাধ্যমত বিভিন্ন ফটো আৰু ভিডিঅ’ সেই অপাৰেচনৰ বুলি দাবী কৰি প্ৰচাৰ হোৱা আৰম্ভ হৈছিল। আনকি কোনো কোনো সংবাদ প্ৰতিষ্ঠানেও কিছুমান ভিডিঅ’ অপাৰেচন সিন্দূৰৰ বুলি দাবী কৰি প্ৰচাৰ কৰিছিল। আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই তেনেকুৱা বহুসংখ্যক ভিডিঅ’ৰ সত্যতা নিৰূপণ কৰি সেই ভিডিঅ’বোৰনো প্ৰকৃততে […]

Continue Reading

চাৰিছৰ পূৰ্বৰে এক ৰকেট লঞ্চাৰ অনুশীলনৰ দৃশ্যকে ভাৰতে পাকিস্তানক কৰা আক্ৰমণ বুলি প্ৰচাৰ।

শেহতীয়াকৈ যোৱা ৬ মে’ৰ মাজৰাতি ভাৰতৰ তৰফৰ পৰা আৰম্ভ কৰা ‘অপাৰেচন সিন্দূৰ’ৰ পাছতেই বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া ভাৰতীয় সেনাবাহিনীয়ে পাকিস্তানলৈ বুলি কৰা আক্ৰমণৰ  দৃশ্য।  Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ […]

Continue Reading

পাকিস্তানৰ নুৰ খান এয়াৰবেচৰ সমুখত ২০২৩ত হোৱা দুৰ্ঘটনাৰ দৃশ্য অপাৰেচন সিন্দূূৰৰ বুলি প্ৰচাৰ।

শেহতীয়াকৈ যোৱা ৬ মে’ৰ মাজৰাতি ভাৰতৰ তৰফৰ পৰা আৰম্ভ কৰা ‘অপাৰেচন সিন্দূৰ’ৰ পাছতেই বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া ভাৰতে আক্ৰমণ কৰি ধ্বংস কৰি দিয়া এটা এয়াৰবেচৰ দৃশ্য।  Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা […]

Continue Reading

২০২৩ৰ নৱেম্বৰত মধ্যগাজাৰ আল ফাৰুক মছজিদ ইজৰাইলে ধ্বংস কৰা দৃশ্যটো ভাৰতে অপাৰেচন সিন্দূৰেৰে ধ্বংস কৰা পাকিস্তানৰ মছজিদৰ দৃশ্য বুলি প্ৰচাৰ কৰা হৈছে। 

শেহতীয়াকৈ যোৱা ৬ মে’ৰ মাজৰাতি ভাৰতৰ তৰফৰ পৰা আৰম্ভ কৰা ‘অপাৰেচন সিন্দূৰ’ৰ পাছতেই বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া ভাৰতে আক্ৰমণ কৰি ধ্বংস কৰা পাকিস্তানৰ এটা মছজিদৰ দৃশ্য।  Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা […]

Continue Reading

Arma3 নামৰ চিমুলেছন গেমৰ দৃশ্যকে ভাৰতে পাকিস্তানক কৰা আক্ৰমণৰ দৃশ্য বুলি প্ৰচাৰ।

শেহতীয়াকৈ যোৱা ৬ মে’ৰ মাজৰাতি ভাৰতৰ তৰফৰ পৰা আৰম্ভ কৰা ‘অপাৰেচন সিন্দূৰ’ৰ পাছতেই বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ বিভিন্ন কেপচনেৰে আপলোড কৰি দাবী কৰিছে যে সেয়া ভাৰতে পাকিস্তানৰ ওপৰত চলোৱা আক্ৰমণৰ দৃশ্য। Facebook Link Archived Link Facebook Link Archived Link Facebook Link Archived Link Facebook Link Archived […]

Continue Reading

২০২৩ত গাজাত নিহত লোকৰ বাবেহে এংকৰগৰাকীয়ে এনেকৈ কান্দিছিল। অপাৰেচন সিন্দূৰৰ পাছৰ ভিডিঅ’ নহয় এইটো।

শেহতীয়াকৈ যোৱা ৬ মে’ৰ মাজৰাতি ভাৰতৰ তৰফৰ পৰা আৰম্ভ কৰা ‘অপাৰেচন সিন্দূৰ’ৰ পাছতেই বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। অসমৰ একাধিক ফেচবুক পেজ তথা ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া হৈছে ভাৰতে আক্ৰমণ কৰাৰ পাছত পাকিস্তানৰ এগৰাকী টিভি এংকৰে বাতৰিৰি মাজতে এইদৰে কান্দি দিয়াৰ দৃশ্য। Facebook Link Archived Link Facebook Link […]

Continue Reading