FACT CHECK: ‘চিএনএন’য়ে তালিবানক মাস্ক পিন্ধাৰ বাবে শলাগিছে বুলি ভাইৰেল হোৱা নিউজ ৰিপৰ্টৰ স্ক্ৰিনশ্বট দৰাচলতে এক ব্যঙ্গাত্মক লিখনিৰ ৱেবছাইটৰ হয়

আফগানিস্তানৰ শেহতীয়া পট পৰিৱৰ্তনৰ ঘটনাবহুল পৰিস্থিতিৰ সময়ত ছ’চিয়েল মিডিয়াত এই সম্পৰ্কে বিভিন্ন পোষ্ট দেখা গৈছে । এনে ধৰণৰ এক পোষ্ট বৰ্তমান ভাইৰেল হৈ পৰিছে য’ত এক নিউজ ৰিপৰ্টৰ স্ক্ৰিনশ্বট দেখা গৈছে । উক্ত নিউজ ৰিপৰ্টটোত উল্লেখ কৰা হৈছে যে, “চিএনএন’য়ে তালিবানক আক্ৰমণৰ সময়ত মাস্ক পিন্ধাৰ বাবে শলাগিছে” । উক্ত স্ক্ৰিনশ্বটটো চিএনএন’ৰ লাইভ নিউজৰ স্ক্ৰিনগ্ৰেব যেন […]

Continue Reading

FACT CHECK: জুবিন গাৰ্গ আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফটো ভুল ব্যাখ্যাৰে ভাইৰেল কৰা হৈছে

যিমানে অসমৰ বিধানসভা নিৰ্বাচন চমু চাপি আহিছে, সিমানেই ছ’চিয়েল মিডিয়াসমুহ নিৰ্বাচনকেন্দ্ৰীক পোষ্ট আৰু ৰাজনৈতিক কথা বতৰাৰে ভৰি পৰিছে। তেনেকুৱা এটা পোষ্টত মন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ কেইগৰাকীমান সহকৰ্মীৰ সৈতে অসমৰ জনপ্ৰিয় গায়ক, সংগীত পৰিচালক, অভিনেতা, পৰিচালক জুবিন গাৰ্গৰ এখন ফটো বহুল ৰূপত প্ৰচাৰ কৰি থকা হৈছে। ফটোখনৰ লগত লিখা হৈছে যে গায়কজনে শুকুৰবাৰে হিমন্ত […]

Continue Reading

FACT CHECK: কুইন এলিজাবেথে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ দি থকা হ’র্ডিংৰ ভাইৰেল ফটোখন মৰ্ফ কৰা

ব্ৰিটেইনৰ ৰাণী এলিজাবেথৰ এখন ফটো, য’ত লিখা আছে ‘ধন্যবাদ প্ৰধানমন্ত্ৰী মোদী আমাক ভেকচিন প্ৰেৰণ কৰা বাবে। আপুনি এগৰাকী ভাল মানুহ’ ভাইৰেল হৈ পৰিছে। একেই কেপচনেৰে অসমৰ ছ’চিয়েল মিডিয়াত ফটোখন শ্বেয়াৰ কৰি থকা হৈছে। ফেক্ট ক্ৰেছেণ্ডোৰ ফেক্টলাইন নম্বৰ 904 905 3770লৈ এই ফটোখনৰ সত্যতা নিৰূপনৰ বাবে এজন হোৱাটছএপ ব্যৱহাৰকাৰীয়ে প্ৰেৰণ কৰিছিল। Archived Link ফেক্ট ক্ৰেছেণ্ড অসমীয়াই […]

Continue Reading

FACT CHECK: এই ভাইৰেল ভিডিঅ’টো অসমৰ শিৱসাগৰৰ শেহতীয়া ভিডিঅ’ নহয়

শিৱৰাত্ৰী উৎসৱ দেশৰ অন্য প্ৰান্তৰ দৰে অসমতো অতি উলহ মালহেৰে পালন কৰা হৈছিল। বিশেষকৈ উজনিৰ শিৱসাগৰ জিলাৰ শিৱদ’লত লোকে লোকাৰণ্য হৈ পৰে এইবছৰ। তাৰ মাজতে অসমত হোৱাটছএপ আৰু আন ছোচিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে, য’ত দেখা গৈছে যে এখন মেলাত আয়োজন কৰা ‘মৌত কা কুৱা’ত এটা দুৰ্ঘটনা হয় আৰু এজনী ছোৱালী পৰি যোৱাত […]

Continue Reading