ডেভিদ মিলাৰে টি২০ৰ পৰা অৱসৰ ঘোষণা কৰা কথাটো সত্য নহয়। এয়া এক উৰাবতৰি হে। 

শেহতীয়াভাবে অসমত এটা খবৰ বিয়পিছে যে দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰ ডেভিদ মিলাৰে টি২০ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে। আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ মেছেজ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে সেই তথ্য সত্য নে অসত্য জানিবলৈ বিচাৰিছিল। Archived Link  কিন্তু এই দাবী সত্য হয়নে?    আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতি প্ৰথমতে […]

Continue Reading

ফটোত দেখা ঘৰটো কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ জন্ম হোৱা ঘৰ নহয়, সেইটো গোলাপ ৰাভাৰ হে ঘৰ।

শেহতীয়াভাবে অসমত এখন বিশেষ ফটো প্ৰচাৰ কৰা হৈছে। এটা ফেচবুক পেজত ফটোখন আপলোড কৰি দাবী কৰা হৈছে যে সেইখন কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ ওপজা ঘৰ।     Facebook Link । Archived Link  কিন্তু এই দাবী সত্য হয়নে?    আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতি প্ৰথমতে আমি সেই সন্দৰ্ভত প্ৰাসংগিক শব্দৰে […]

Continue Reading

ৱাডিলালৰ আইচক্ৰীমত গো-মাংস ব্যৱহাৰ কৰা বুলি ওলোৱা দাবীটো মিছা।

শেহতীয়াভাবে অসমত এখন ফটো ভাইৰেল হৈ পৰিছে। ৱাডিলাল নামৰ আইক্ৰীম কোম্পানীটোৰ এটি বিশেষ আইচক্ৰীমত গো-মাংস ব্যৱহাৰ কৰা বুলি দাবী কৰি সেই ফটোখন ভাইৰেল কৰা হৈছে। এগৰাকী ব্যৱহাৰকাৰীয়ে আমাৰ 24/7 ফেক্টলাইন নম্বৰলৈ সেই ফটোখন প্ৰেৰণ কৰি ৱাডিলাল আইক্ৰীমত গো-মাংস ব্যৱহাৰ কৰা হৈছে নেকি সঁচাকৈয়ে, সেই কথা জনাৰ আগ্ৰহ প্ৰকাশ কৰে।  Archived Link  কিন্তু এই দাবী সত্য […]

Continue Reading

ওপৰৰ পৰা পানী পৰা ডবাটো আচলতে গৰীৱ ৰথ এক্সপ্ৰেছৰহে। বন্দে ভাৰত এক্সপ্ৰেছৰ নহয়।

শেহতীয়াভাবে অসমত এটি বিশেষ ভিডিঅ’ প্ৰচাৰ হৈছে । ভিডিঅ’টোত দেখা গৈছে যে এখন ৰেলগাড়ীৰ বাতানুকুল ডবা এটাৰ ভিতৰত ওপৰৰ পৰা পানী নিগৰি পৰিছে। দাবী কৰা হৈছে যে সেই ৰেলগাড়ীখন হৈছে বন্দে ভাৰত এক্সপ্ৰেছ। অসমৰ এটা সংবাদ প্ৰতিস্থানৰ ফেচবুকৰ পেজত ২৯ জুন ২০২৪ত সেই ভিডিঅ’টো বন্দে ভাৰত এক্সপ্ৰেছৰ ভিতৰত পানী পৰিছে বুলি দাবী কৰি আপলোড কৰা […]

Continue Reading

সংখ্যালঘু বৃত্তি কাৰ্যসূচীৰ ১৪৪.৮৩ কোটি টকাৰ কেলেংকাৰী সম্পৰ্কে বিভ্ৰান্তিকৰ তথ্য ভাইৰেল।

শেহতীয়াকৈ সংখ্যালঘু বৃত্তি আঁচনিৰ এক কেলেংকাৰী সম্পৰ্কে এক খবৰ ভাইৰেল হোৱা দেখা গৈছে। ফেচবুকত শ্বেয়াৰ হোৱা এক স্ক্ৰীণশ্বটত লিখা আছে এইদৰে, “১৪৪.৮৩ কোটিৰ কেলেংকাৰীত প্ৰাক্তন মন্ত্ৰী স্মৃতি ইৰাণী! সংখ্যালঘু বিভাগত ৮৩০ জনক ভুৱা নিযুক্তি, ৫৩% ভুৱা শিক্ষাৰ্থীৰ নামত সৰকাইছিল ধন”। এই স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে “শেহতীয়া আপডেট” বুলি। Facebook Link | Archived Link. আমি […]

Continue Reading

ফিলিপাইনছ আৰু ভিয়েটনামত জনপ্ৰিয় খাদ্য ‘বালুট’ৰ ফটো কণীৰ ভিতৰত ওলোৱা সাপৰ বুলি ভাইৰেল।

শেহতীয়াকৈ ফেচবুকত এটা খবৰ ভাইৰেল হৈছে য’ত কুকুৰাৰ কণীৰ ভিতৰত ৰান্ধনীয়ে মৃত সাপ পোৱা বুলি কোৱা হৈছে। ঘটনাটো পশ্চিমবঙ্গৰ জামুৰিয়াৰ পাণ্ডৱেশ্বৰ থানাৰ দিহিপাৰাৰ বুলি কোৱা হৈছে। বাতৰিটোৰ লগত এখন ফটোও সংলগ্ন কৰা হৈছে। Facebook Link | Archived Link. আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  আমি প্ৰথমে গুগলত প্ৰাসংগিক […]

Continue Reading

ফটোখনত থকা লোকজন প্ৰকৃততে নৰেন্দ্ৰ মোদীৰ দীক্ষাগুৰু RSSৰ তদানীন্তন শীৰ্ষ কৰ্মকৰ্তা লক্ষ্মণৰাও ইনামদাৰ হে। আন্না হাজাৰে নহয়।

শেহতীয়াভাবে অসমত এখন ফটো ব্যাপকভাৱে প্ৰচাৰ হৈছে । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যুৱাৱস্থাৰ ফটোখনত মোদীৰ সৈতে আন এগৰাকী ব্যক্তিক দেখা গৈছে। ফটোখনেৰে দাবী কৰা হৈছে যে সেই বিশেষ ব্যক্তিগৰাকী হৈছে জন লোকপাল আন্দোলনৰ মূল হোতা আন্না হাজাৰে। এটা ফেচবুক পেজে ফটোখন আপলোড কৰি সেই দাবী উত্থাপন কৰিছে। লিখিছে- ২০১৩/১৪ চনত জন লোকপালৰ নামত মোদী  ঢৌ […]

Continue Reading

বিমানৰ ভিতৰত সুৰক্ষাৰ ঘোষণা সংস্কৃত ভাষাত সঁচাকৈয়ে কৰা হৈছিল নেকি?

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত বিমানৰ ভিতৰত সুৰক্ষাৰ ঘোষণা সংস্কৃত ভাষাত কৰা হোৱা বুলি দাবী কৰি এটা ভিডিঅ’ ভাইৰেল হৈছে। এই ভিডিঅ’টো আমাৰ হোৱাটচ‌এপ নম্বৰ (৯০৪৯০৫৩৭৭০)লৈ প্ৰেৰণ কৰি ব্যৱহাৰকাৰীয়ে ইয়াৰ সত্যাসত্য জানিব বিচাৰিছিল। Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  গুগলত প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ আৰু ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰি […]

Continue Reading

ফটোখনত ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীৰ সৈতে এয়া কুলৱিন্দৰ কৌৰ নহয়। সেইগৰাকী ৰাজস্থানৰ কংগ্ৰেছ সাংসদ বিদ্যা মাদেৰ্না হে। 

শেহতীয়াভাবে অসমত এখন ফটো বিয়পি পৰিছে । ফটোত দেখা গৈছে যে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী ছোনিয়া গান্ধীৰ মাজত এগৰাকী মহিলা থিয় হৈ আছে। ফটোখনত হিন্দীতে লিখি দাবী কৰা হৈছে যে সেইগৰাকী হৈছে কুলৱিন্দৰ কৌৰ যিয়ে কংগনা ৰানাৱতক শাৰীৰিক আক্ৰমণ কৰিছিল।  এগৰাকী ব্যৱহাৰকাৰীয়ে সেইখন আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ প্ৰেৰণ কৰি সেয়া […]

Continue Reading

কেৰালাৰ ত্ৰিশূৰ সমষ্টিৰ সাংসদ সুৰেশ গোপীয়ে মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিব বিচাৰিছে নেকি?

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত কেৰেলাৰ ত্ৰিশূৰ সমষ্টিৰ সাংসদ সুৰেশ গোপী সম্পৰ্কে এটা খবৰ ব্যাপকভাৱে ভাইৰেল হৈছে। দাবী কৰা হৈছে যে শপত গ্ৰহণৰ এদিন পাছতে অভিনয়ৰ বাবে মন্ত্ৰীত্ব এৰিব বিচাৰিছে সাংসদ সুৰেশ গোপীয়ে। চিনেমাৰ শ্বুটিঙৰ বাবে তেওঁ মন্ত্ৰীত্বৰ দায়িত্ব এৰিব বিচাৰিছে বুলি দাবী কৰা হৈছে।  ফেচবুকত বহু অসমীয়া নিউজ প’ৰ্টেলে এই খবৰ প্ৰকাশ কৰিছে। Facebook Link | […]

Continue Reading