এই দৃশ্যবোৰ ভেনিজুৱেলাৰ ভূমিকম্পৰ নহয়। ২০২৬ৰ ২৫ জুনত উত্তৰ-পূৱ জাপানত হোৱা ভূমিকম্পৰহে দৃশ্য সেয়া। 

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত যোৱা  এটা ভিডিঅ’ আপলোড কৰি সেয়া ভেনিজুৱেলাত অহা অতি শেহতীয়া ভূমিকম্পৰ দৃশ্য বুলি দাবী কৰা হৈছে। পোষ্টটোত লিখিছে- আমেৰিকাৰ ভেনেজুৱেলাৰ ভয়ংকৰ ভূমিকম্পৰ দৃশ্য দেখিলে আপোনাৰো বুকু কঁপি উঠিব। এতিয়ালৈকে ১ লাখ পৰ্যন্ত লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে। ৭.১ আৰু ৭.৫ প্ৰাবল্যৰ দুটাকৈ ভয়ানক ভূমিকম্প আহিছিল।  Facebook Link Archived Link কিন্তু […]

Continue Reading

এই দৃশ্য জাপান বা ভেনিজুৱেলাৰ শেহতীয়া ভূমিকম্পৰ নহয়, এয়া ম্যানমাৰৰ ভূমিকম্পৰ এক পুৰণি দৃশ্যহে।  

শেহতীয়াকৈ অসমৰ একাধিক ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি সেয়া ভেনিজুৱেলা আৰু জাপানত অহা অতি শেহতীয়া ভূমিকম্পৰ দৃশ্য বুলি দাবী কৰা হৈছে। এটা পোষ্টত লিখিছে- জাপান ভয়ংকৰ ভূমিকম্প। ইৱাটে প্ৰদেশৰ উপকূলীয় অঞ্চলত জোকাৰণি অনুভূত। আওমোৰী প্ৰিফেকচাৰত অধিক আছিল ভূমিকম্পটোৰ তীব্ৰতা   Facebook Link Archived Link একেটা ভিডিঅ’ ভেনিজুৱেলাত অহা ভূমিকম্পৰ বুলি দাবী কৰি আন এটা পোষ্টত […]

Continue Reading

এই দৃশ্যবোৰৰ মাজৰ এটা দৃশ্য ভেনিজুৱেলাৰ নহয়। ২০২৩ৰ ফেব্ৰুৱাৰীত তুৰস্কত হোৱা ভূমিকম্পৰহে দৃশ্য সেইটো। 

শেহতীয়াকৈ অসমৰ একাধিক ফেচবুক পেজত যোৱা  এটা ভিডিঅ’ আপলোড কৰি সেয়া ভেনিজুৱেলাত অহা অতি শেহতীয়া ভূমিকম্পৰ বিভিন্ন দৃশ্য বুলি দাবী কৰা হৈছে। তাৰে এটা পেজত ভেনিজুৱেলাৰ ভূমিকম্পৰ অন্য দৃশ্যৰ সৈতে ১১ চেকেণ্ডৰ পৰা ২০ চেকেণ্ডলৈ এটা খণ্ডদৃশ্যও আছে, যিটো ভেনিজুৱেলাৰ বুলি দাবী কৰা হৈছে। Link Archived Link আন এটা পেজত ভেনিজুৱেলাৰ ভূমিকম্পৰ অন্য দৃশ্যৰ সৈতে […]

Continue Reading

জাপানৰ জাংমি ঘূৰ্ণীবতাহৰ দৃশ্যকে ফিলিপিনছৰ ভূমিকম্পৰ পাছত হোৱা ছুনামী বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে।

শেহতীয়াকৈ অসমৰ এটা ফেচবুক একাউণ্টত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰা হৈছে যে ভিডিঅ’টোত দেখা দৃশ্যটো যোৱা ৮ জুন ২০২৬ত ফিলিপিনছত অহা ভূমিকম্পৰ পাছত সাগৰত দেখা ভয়ংকৰ ছুনামীৰ দৃশ্য বুলি দাবী কৰিছে। লিখিছে- ফিলিপাইন্সত ৮’২ ৰিখটাৰস্কেলত অহা ভুমিকম্পৰ পাছত সমুদ্ৰত ছুনামীৰ ফলত হৈ থকা অস্বভাৱিক ভয়ংকৰ গতিবিধি। য’ত চকু ৰাখিছে তাৰ প্ৰশাসনে। দেশখনত দুঘন্টাত ১৩৪টা […]

Continue Reading

২০২৪ৰ জানুৱাৰীত জাপানত অহা ভূমিকম্পৰ দৃশ্যকে বিভ্ৰান্তিকৰভাৱে ২০২৬ৰ ২১ এপ্ৰিলত জাপানত অহা ভূমিকম্পৰ দৃশ্য বুলি প্ৰচাৰ। 

শেহতীয়াকৈ অসমৰ এটা ফেচবুক একাউণ্টত ২১ এপ্ৰিল ২০২৬ত এটা ভিডিঅ’ আপলোড কৰি সেয়া ২০ এপ্ৰিল ২০২৬ত জাপানত ৭.৪ ৰিখটাৰ প্ৰাবল্যৰ ভূমিকম্পৰ দৃশ্য বুলি দাবী কৰিছে। দৃশ্যটোত লিখিছে–  কালি জাপানত 7’4ৰিখটাৰ স্কেলত বিধ্বংসী ভুমিকম্প। আজি পুৱা বৰষুণৰ মাজতে অসমত 5’2 ৰিঃ ভুমিকম্প। ৰাজনীতিৰ নেতাৰ ঘৃণা ভৰা ভাষণৰ বিশৃংখলতা সৃষ্টিত। মানুহে মনৰ পৰা পৃথিবীখনৰ অৱস্হিতিকেই হেৰাইছে। জাপানত […]

Continue Reading

পুৰণি ভিডিঅ’ জাপানৰ শেহতীয়া ভূমিকম্পৰ দৃশ্য বুলি ভাইৰেল।

২০২৬ চনৰ ২০ এপ্ৰিলত জাপানৰ হনছুৰ ছানৰিকু উপকূলত ৭.৫ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। এই পৰিপ্ৰেক্ষিতত তিনিটা ভিন্ন দৃশ্যাংশ সংলগ্ন এটা ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। দাবী কৰা হৈছে যে সেয়া জাপানৰ শেহতীয়া ভূমিকম্পৰ দৃশ্য। Facebook Link | Archived Link. আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  আমি প্ৰথমে […]

Continue Reading

২০২৪ৰ জানুৱাৰীৰ দৃশ্যকে জাপানৰ শেহতীয়া ভূমিকম্পৰ বুলি বিভ্ৰান্তিকৰভাৱে প্ৰচাৰ কৰা হৈছে।

শেহতীয়াকৈ অসমৰ সামাজিক মাধ্যমত অলপতে জাপানত হৈ যোৱা ভূমিকম্প সম্পৰ্কত অনেক ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। এক সংবাদ মাধ্য়মৰ ফেচবুক পেজত পৰিবেশন কৰা এটা বাতৰিত কেইখনমান ফটো আৰু এটা ভিডিঅ’ জাপানৰ শেহতীয়া ভূমিকম্পৰ বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে। আমি সেই ফটোকেইখন আৰু ভিডিঅ’টোৰ সত্যতা নিৰূপণ কৰিবলৈ চেষ্টা কৰিলোঁ।  Facebook Link Archived Link কিন্তু […]

Continue Reading

এই ফটোখন ৰাছিয়াৰ কামছাটকাৰ নহয়। বৰং হাৱাইৰ ক্ৰেটাৰ ৰিম ড্ৰাইভৰহে। 

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত যোৱা ২৯জুলাই ২০২৫ত ৰাছিয়াৰ কামছাটকা অঞ্চলত হোৱা প্ৰৱল ভূমিকম্পৰ এটা বাতৰি প্ৰকাশ কৰি তাত এখন ফটো ব্যৱহাৰ কৰা হৈছে। দাবী কৰা হৈছে যে সেইখন কামছাটকাৰ ভূমিকম্পৰ পাছৰ ফটো। Facebook Link Archived Link  ফেচবুক পোষ্টটোৰ লগত সংলগ্ন ৱেবছাইটৰ বাতৰিটোতো একেখন ফটোকে ব্যৱহাৰ কৰা হৈছে।  কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো […]

Continue Reading

পুৰণি অপ্ৰাসংগিক ভিডিঅ’ ৰাছিয়াৰ শেহতীয়া ভূমিকম্পৰ বুলি ভাইৰেল।

২০২৫ চনৰ ৩০ জুলাইৰ ৰাতিপুৱা ৰাছিয়াৰ কামছট্কা পেনিনছুলা (Kamchatka Peninsula) ৮.৮ প্ৰাৱল্যৰ ভূমিকম্প‌ই জোকাৰি যায় যাৰ ফলত জাপান, হাৱাই আৰু আমেৰিকাৰ পশ্চিম উপকূলত ছুনামীৰ সৃষ্টি হৈছে। এই পৰিপ্ৰেক্ষিতত কেইবাটাও দৃশ্যাংশ সংলগ্ন এটা ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত আৰু দাবী কৰা হৈছে যে সেয়া ৰাছিয়াত শেহতীয়াকৈ হোৱা ভূমিকম্পৰ দৃশ্য। Facebook Link | Archived Link কিন্তু এই […]

Continue Reading

এই ভিডিঅ’টো ২০২৩চনৰ আগষ্টৰে। ৰাছিয়াৰ শেহতীয়া ভূমিকম্পৰ সৈতে কোনো সম্পৰ্ক নাই।  

যোৱা ৩১ জুলাই ২০২৫ত অসমৰ কেইগৰাকীমান ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে ভিডিঅ’ত দেখুওৱাৰ দৰে ৰাছিয়াত যোৱা ২৯ জুলাইত হোৱা ভূমিকম্পৰ পূৰ্বে মাজ সাগৰৰ পৰা কেইটামান বেলুগা তিমি মাছ পাৰলৈ উঠি আহিছিল আৰু ভূমিকম্পৰ আগজাননী দিছিল। Facebook Link Archived Link Facebook Link Archived Link ১ আগষ্ট ২০২৫তো একেধৰণৰ দাবীৰে এটা ফেচবুক ৰীল […]

Continue Reading