ইন্দোনেছিয়াৰ এমাহ পুৰণি ভিডিঅ’ এটাক কলকাতাৰ ধৰ্ষণ-হত্যাৰ ভুক্তভোগীৰ পোষ্টমোৰ্টেম কৰা সময়ৰ দৃশ্য বুলি প্ৰচাৰ কৰা হৈছে।

শেহতীয়াভাবে অসমৰ ফেচবুকত এটা ভিডিঅ’ বহুলভাৱে প্ৰচাৰ হৈছে। ভিডিঅ’টোত দেখা গৈছে যে কোনো এটা মৃত শৰীৰৰ মুখমণ্ডল স্পৰ্শ কৰি কান্দোনত ভাঙি কৰিছে এগৰাকী ডাক্তৰ আৰু অস্ত্ৰোপচাৰ কক্ষৰ পৰা তেওঁ প্ৰস্থান কৰিছে। সেই ভিডিঅ’টোৰে দাবী কৰা হৈছে যে অতি শেহতীয়াকৈ কলকাতাৰ আৰ.জি.কৰ হাস্পতালত সংঘটিত হোৱা ধৰ্ষণ-হত্যাকাণ্ডৰ ভুক্তভোগীৰ পোষ্টমোৰ্টেম কৰা ডাক্তৰগৰাকীয়েও শোকত ভাঙি পৰিছে আৰু হুকহুকাই কান্দিছে। […]

Continue Reading

এই ভাইৰেল ফটোখনত অসমৰ চিকিৎসা কৰ্মীজনে যাবতীয় পোছাক আৰু মাস্কৰ অভাৱত প্লাষ্টিকৰ বেগ পিন্ধিছে নেকি?

ফেচবুক লিংক | সংৰক্ষিত লিংক চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে ধীৰে ধীৰে বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । এই বীজাণুৰ আক্ৰমণৰ ফলত চীনত তিনিহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈছে । সমগ্ৰ বিশ্বতে এতিয়ালৈকে মুঠ ১৩ হাজাৰতকৈও অধিক মানুহৰ এই ভাইৰাছৰ আক্ৰমণৰ ফলত মৃত্যু হৈছে ।  […]

Continue Reading