নেমু,নিম,হালধি আৰু ইণ্টাৰমিটেণ্ট ফাষ্টিঙেৰে নৱজ্যোত সিং সিদ্ধুৰ পত্নীৰ কেঞ্চাৰ ৰোগ সম্পূৰ্ণ নিৰাময় হৈছিল নেকি? 

শেহতীয়াভাবে অসমৰ বহুতো ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ বাৰ্তা প্ৰচাৰ কৰিছে। সেই বাৰ্তাটোত ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা ৰাজনীতিক নৱজ্যোত সিং সিদ্ধুৱে নিজৰ পত্নীয়ে কৰ্কট ৰোগৰ পৰা পৰিত্ৰান পোৱাৰ পাছত দিয়া এখন সংবাদ মেলৰ উদ্ধৃতি দি কিছু কথা লিখা হৈছে। পোষ্টটোৰ এঠাইত লিখা হৈছে যে- ভবামতে নিজৰ মতে আগবাঢ়ি ৰাতিপুৱা কুহুমীয়া পানীত নেমু চেপি খাবলৈ দি দিনটো […]

Continue Reading

শৰীৰত কেঞ্চাৰ বা কৰ্কট ৰোগ হ’লে জিভাত প্ৰথমে এই লক্ষণ দেখা যায় নেকি? সত্যটো কি?  

কৰ্কট ৰোগ এক মাৰাত্মক ব্যধি বুলি আমি সকলোৱে জানো। কৰ্কট ৰোগ অথবা কেঞ্চাৰে একোজন লোক তথা তেওঁৰ পৰিয়ালক ভয়ংকৰ জীয়াতু ভোগাই বুলি আমি জানো। তেনে পৰিপ্ৰেক্ষিততে কৰ্কট ৰোগ সন্দৰ্ভত সজাগতা আৰু সচেতনতা অতিকৈ প্ৰয়োজন। কিন্তু বিভ্ৰান্তিকৰ তথ্যই যিকোনো লোককে বিপদত পেলোৱাৰ সম্ভাৱনা থাকে। শেহতীয়াকৈ আমি Assam Prime24 নামৰ এটা ৱেবচাইটৰ এক প্ৰতিবেদন লাভ কৰিছোঁ, য’ত […]

Continue Reading

WHO-এ সকীয়াই দিছিল নেকি যে ৮৭% ভাৰতীয়ই গাখীৰৰ অপমিশ্ৰণৰ বাবে কৰ্কট ৰোগত আক্ৰান্ত হ’ব?

অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ এখন বিশেষ স্ক্ৰীনশ্বট ফ’ৰৱাৰ্ড কৰা হৈছিল। সেই স্ক্ৰীনশ্বটটো আছিল “দ্য ইকনমিক টাইমছ”ৰ।  দ্য ইকনমিক টাইমছৰ স্ক্ৰীণশ্বটৰ সৈতে ভাইৰেল বাৰ্তাটোত তলত দিয়া ধৰণে লিখা আছে- “শেহতীয়াকৈ বিশ্ব স্বাস্থ্য সংস্থাই ভাৰত চৰকাৰক এক পৰামৰ্শ জাৰি কৰি কয় যে যদিহে গাখীৰ আৰু গাখীৰৰ সামগ্ৰীৰ মিশ্ৰণ তৎক্ষণাত পৰীক্ষা কৰা নহয় তেন্তে ২০২৫ চনৰ ভিতৰত ৮৭% […]

Continue Reading

ভাইৰেল ফটোৰ ল’ৰাজন পাবজি গেম খেলি মানসিক ৰোগী হৈ পৰা নাই!

ছচিয়েল মিডিয়াৰ জৰিয়তে এখন বিশেষ ফটো সমগ্ৰ দেশতে ভাইৰেল হৈ পৰিছে । অসমতো হোৱাটচ এপ্পৰ জৰিয়তে এই বিশেষ ফটোখন ব্যাপক ভাৱে প্ৰচাৰ হৈছে । ফটোখনত এজন বেমাৰী যেন লগা ল’ৰাক হস্পিটেলৰ ৰোগীৰ ইউনিফৰ্মত নিজৰ মাক-দেউতাকৰ সৈতে দেখা গৈছে । ল’ৰাজনৰ মূৰত এডালো চুলি নাই আৰু ফটোখনৰ কেপচনত দাবী কৰা হৈছে যে উক্ত ল’ৰাজনৰ মগজুত পাবজি […]

Continue Reading

পেপছিত থকা চ’ডাত কেঞ্চাৰৰ কাৰণ হব পৰা কিছুমান পদাৰ্থ আছে বুলি পেপছিয়ে মানি লৈছে নেকি?

 ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট শীতল পানীয় পেপছিত থকা চ’ডাত কেঞ্চাৰৰ কাৰণ হব পৰা কিছুমান পদাৰ্থ আছে বুলি পেপছিয়ে মানি লৈছে- ছচিয়েল মিডিয়াৰ জৰিয়তে এই বাতৰি সমগ্ৰ বিশ্বতে ভাইৰেল হৈ পৰিছে । অসমতো ফেচবুক আৰু হোৱাটচ এপ্পৰ জৰিয়তে এই বিশেষ বাতৰিটো ভাইৰেল হৈ পৰিছে ।  হানচাং কোঁৱৰ নামৰ এটা ফেচবুক প্ৰফাইলে উক্ত বাতৰিটো ফেচবুকত শ্বেয়াৰ […]

Continue Reading