জলাশয়ৰ এটা গাঁতত তীব্ৰ সোঁতত জলাশয়ৰ পানী, উদ্ভিদ আদি সোমাই যোৱা ভিডিঅ’টো অসমৰ নহয়

শেহতীয়াকৈ এটা বিশেষ ভিডিঅ’ই বিভিন্নজনৰ দৃষ্টি আকৰ্ষণ কৰা দেখা গৈছে। ভিডিঅ’টোত দেখা গৈছে মেটেকাজাতীয় উদ্ভিদেৰে পৰিপূৰ্ণ এক বিশাল জলাশয় আৰু সেই জলাশয়ৰ এটা অংশত এটা গাঁত। সেই গাঁতলৈ তীব্ৰ সোঁতত জলাশয়ৰ পানী, উদ্ভিদ সকলোবোৰ সোমাই গৈ আছে। ভিডিঅ’টোৰ কেপশ্বনত লিখা আছে সেই দৃশ্য সুঁতিৰপাৰ ৰৌমাৰী বিলৰ।  Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই […]

Continue Reading

ইটালীৰ প্ৰধানমন্ত্ৰীয়ে ক’ৰনা ভাইৰাছ ৰোগৰ পৰা দেশক বচাব নোৱাৰি এইদৰে কান্দি উঠিছে নেকি?

চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে ধীৰে ধীৰে বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । এই বীজাণুৰ আক্ৰমণৰ ফলত চীনত তিনিহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈছে । সমগ্ৰ বিশ্বতে এতিয়ালৈকে মুঠ ২০ হাজাৰতকৈও অধিক মানুহৰ এই ভাইৰাছৰ আক্ৰমণৰ ফলত মৃত্যু হৈছে ।  ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট […]

Continue Reading