AI Generated ভিডিঅ’ৰে বিহাৰত ৫ফুট দীঘল চুলিৰে সৈতে কন্যাশিশুৰ জন্ম হোৱা বুলি মিছাকৈ দাবী কৰা হৈছে।
শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰি সেই দৃশ্য বিহাৰৰ বুলি উল্লেখ কৰিছে। ভিডিঅ’টোত দেখা গৈছে যে এখন হাস্পতালৰ বিচনাত এটি সদ্যোজাত কণমানি কন্যা। কন্যাজনীৰ চুলিকেইডাল অস্বাভাৱিকভাৱে দীঘল। ভিডিঅ’টো আপলোড কৰি ব্যৱহাৰকাৰীজনে দাবী কৰিছে যে বিহাৰত এইদৰে ৫ফুট দীঘল চুলিৰে সৈতে এজনী কণমানি কন্যাৰ জন্ম হৈছে। Facebook Link Archived Link কিন্তু দাবীটো […]
Continue Reading
