ৰাজীৱ গান্ধীয়ে দেশলৈ কম্পিউটাৰ আনিব বিচৰা সিদ্ধান্তৰ বিৰোধিতা কৰিবলৈ বাজপেয়ীয়ে এইদৰে গৰু গাড়ীত উঠি সংসদ ভৱনলৈ অহা নাছিল!

ফেচবুক লিংক | সংৰক্ষিত লিংক শেহতীয়াকৈ এখন বিশেষ ফটো অসমত ফেচবুকৰ জৰিয়তে ভাইৰেল হৈ পৰিছে । উক্ত ফটোখনত প্ৰয়াত ভূতপূৰ্ব প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীক গৰু গাড়ীত উঠি সংসদত আহি উপস্থিত হোৱা দেখা গৈছে । দাবী কৰা হৈছে যে প্ৰয়াত ভূতপূৰ্ব প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে কম্পিউটাৰ আনিব বিচৰা সিদ্ধান্তৰ বিৰোধিতা কৰিবলৈ বাজপেয়ীয়ে এইদৰে গৰু গাড়ীত উঠি সংসদলৈ […]

Continue Reading