FACT CHECK: আৰক্ষীয়ে কৰ্তব্যৰত অৱস্থাত সুৰাপান কৰি থকা ভিডিঅ’টো আদিত্যনাথ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হৈ থকা সময়ৰ নহয়
দুজন আৰক্ষীয়ে মদ খাই আনন্দ কৰি থকা সময়ৰ এটা ১৯ চেকেণ্ডৰ ভিডিঅ’ ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমুহত ভাইৰেল হৈ পৰিছে। দুজন আৰক্ষীৰ লোকে কৰ্তব্যত নিয়োজিত হৈ থকা সময়তে মদ খাই থকা এটা ভিডিঅ’ এই দাবীৰে ভাইৰেল কৰা হৈছে যে এই ঘটনাটো অতি শেহতীয়া আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ কাৰ্যকালৰ সময়তে এই ঘটনাটো সংঘটিত হৈছে। ভাইৰেল ভিডিঅ’টোত […]
Continue Reading